Edhani Kolija Lyrics

Published on November 11, 2020

Edhani Kolija Lyrics


Song: Edhani Kolija

Singer: Priyanka Bharali

Lyrics and Tune: Ramen Danah


Edhani Kolija Lyrics

এধানি কলিজাত

মৰম লিখিছো এ কপাই

চকুয়ে চকুয়ে

কিনো চুপতি মাৰিছো ঘনাই

এহুপা ভাবনাই

ৰাতি শুবলে দিয়া নাই

মনে মনে তই

মোৰে বুকুতে দিলি খুতিয়াই

মিচিক মাচাক হাহিছো

চুচুক চামাক কৰিছো

খুপি খুপি মনৰে মাজত

লৈজা লৈজা

লৈজা মোক তোৰে নো লগত


লৈজা লৈজা

লৈজা মোক তোৰে নো লগত


এধানি কলিজাত

মৰম লিখিছো এ কপাই

চকুয়ে চকুয়ে

কিনো চুপতি মাৰিছো ঘনাই
AssameseLyrical.com


ও ই কান হি কান

বাগৰিচে তোৰে মোৰে কথা

এ ফাল দু-ফাল নকৰিবি

মন কাজিৰ


ও ই কান হি কান

বাগৰিচে তোৰে মোৰে কথা

এ-ফাল দু ফাল নকৰিবি


ও মিচিক মাচাক হাহিছো

চুচুক চামাক কৰিছো

খুপি খুপি মনৰে মাজত

মন কাজিৰঙা


লৈজা লৈজা

লৈজা মোক তোৰে নো লগত


লৈজা লৈজা

লৈজা মোক চকুয়ে চকুয়ে

কিনো চুপতি মাৰিছো ঘনাই

ও হিচাপ নিকাচ জীৱ্নৰে

যেন তোৰে লগত

পুহিছো তোৰে নাম প্ৰেমৰে

কুঁহিপাত


ও হিচাপ নিকাশ জীৱ্নৰে

যেন তোৰে লগত

পুহিছো তোৰে নাম প্ৰেমৰে

কুঁহিপাত

ও মিচিক মাচাক হাহিছো

চুচুক চামাক কৰিছো

খুপি খুপি মনৰে মাজত

মন কাজিৰঙা


লৈজা লৈজা

লৈজা মোক তোৰে নো লগত


লৈজা লৈজা

লৈজা মোক তোৰে নো লগত..