Masole Goisilung Lyrics

Published on November 10, 2020

 



Song: Masole Goisilung

Album: Bihuwan 2017

Singer: Neel Akash

Masole Goisilung Lyrics


মাছলে   গৈছিলোং এজনীও নাপালোং

ঘৰলৈ আহি মই
নিমখ ভাত খাই  দিলোং
এজনী ছোৱালী ঐ  বহুত ভাল পাইছিলোং
এটালৈ পলাই গ‘ল
এচুমাও নাপালোং

হেনো দিনে ধৰি
মদ খাব শিকিলোং
ভাং খাব শিকিলোং

আনৰে চকুতে বেয়া  লৰা হলোং
বেয়া লৰা  হলোং মই

বৰকুলাং বীলতে মাছে ধৰি চাবি
মাছে ধৰি পাবি  তই সুখ
গাওলীয়া ছোৱালী ভালে পাই চাবি
বিয়া পাতি নাপাবি দুষ

AssameseLyrical.com

কলেজলে গৈছিলোং
দাঙৰ মানুহ নহলোং
ঘৰলে আহি মই
খেতিতে ধৰিলোং

আকৈ এজনী ছোৱালীৰ প্ৰেমতে পৰিলোং
তাই হেনো  প্ৰফেচাৰ
পাছ্ত হে গম পালোং

হেনো দিনে ধৰি
মদ খাব শিকিলোং
ভাং খাব শিকিলোং
আনৰে চকুতে বেয়া লৰা হলোং
বেয়া লৰা হলোং মই

বজাৰলে গৈছিলোং
চালানি শাক দেখিলোং
বাৰি ধাপৰ ধেকীয়া
বুতলি আনিলোং
সচায় আৰে  তাৰে প্ৰেমতে
মিছাতে পৰিলোং
বুকুৰে লগৰী
গাওতে পাই গলোং

হেনো দিনে ধৰি
মদ খাব এৰিলোং
ভাং খাব এৰিলোং
নতুনকৈ জীৱ্নৰ  পাতনি মেলেলোং

পাতনি মেলেলোং মই