Assamese Lyrics
Gagori Kokalot Lyrics By Zubeen Garg
Song: Gagori Kokalot
Album: Golden Collection Of Zubeen Vol – 1
Singer: Zubeen Garg
Music: Zubeen Garg
![]() |
| Gagori Kokalot Lyrics |
Gagori Kokalot Lyrics:—
গাগৰি ককালত
ৰ’দালি দুগালত
মৰো মৰো লাগে
তোমাৰে ৰূপত
লাহৰি লাহৰি
এটি এটি খোজত
উঠিছে ঢৌ মোৰ
মনৰে বনত
পানী অনা ঘাটলে
নাযাবা দেই অলকে
চল পালে কোনোবাই
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব
শেৱালি নেৱালি
যুতি জাই মালতি
কিযে নুফুলে তোমাৰে বাতত
লিহিৰি খোপাতে
কপৌ ফুলে হাহেঁ
জেতুকা জিলিকে
দুয়োখনি হাতত
পানী অনা ঘাটলে
নাযাবা দেই অলকে
চল পালে কোনোবাই
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব
সোণাৰু ৰঙেৰে
সপোনে সজালো
থোপে থোপে হেঙুলীয়া আৱেশত
ডেকা মনে মোৰো
বিচাৰে তোমাকে
নৰ’বা নৰ’বা আঁতৰি দূৰত
পানী অনা ঘাটলে
নাযাবা দেই অলকে
চল পালে কোনোবাই
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব
গাগৰি ককালত
ৰ’দালি দুগালত
মৰো মৰো লাগে
তোমাৰে ৰূপত
লাহৰি লাহৰি
এটি এটি খোজত
উঠিছে ঢৌ মোৰ
মনৰে বনত
পানী অনা ঘাটলে
নাযাবা দেই অলকে
চল পালে কোনোবাই
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব
