Assamese Lyrics
Bhulkey Kio Mur Gantu Gali Lyrics By Jyoti Prasad Agarwala
Song: Bhulkey Kio Mur Gantu Gali
Singer:Jyoti Prasad Agarwala
![]() |
| Bhulkey Kio Mur Gantu Gali |
Bhulkey Kio Mur Gantu Gali
ভুলকে’ কিয় মোৰ গানটো গালি?
মোৰ ফুলনিত
গোন্ধ শেৱালি নেপালিনো
কিয় বাৰু
সোণশেৱালি পালি?
ভুলকে’ কিয় মোৰ মনটো চালি
ছন্দটো মোৰ ভুল কৰি যে
নাচ হালি জালি৷
তোৰ ভুলত
সোণমূলীয়া তান
অচিনাকিক চিনি নোপোৱাৰ
জ্বলে অভিমান
তোৰ ভুল দেখি মই
বিভোল হৈ যাওঁ
তই ঘূৰাই ভুল কৰিলে
ইমান ভাল পাওঁ৷
তোৰ ভুলৰে, ফুল বছা মোৰ
গানটি ময়েই
মনে মনে গাওঁ
তই ভুল কৰি মোৰ গান গাবলৈ
দিনৌ বাট চাওঁ৷৷
