Biswa Xobhat Gaan gaboloi Lyrics By Jyoti Prasad Agarwala

Published on May 30, 2020

Song: Biswa Xobhat Gaan gaboloi (বিশ্ব সভাত গান গাবলৈ)

Singer: Jyoti Prasad Agarwala

Biswa Xobhat Gaan gaboloi Lyrics
Biswa Xobhat Gaan gaboloi Lyrics

Biswa Xobhat Gaan gaboloi Lyrics:—

বিশ্ব সভাত
গান গাবলৈ
কোন যাবি কোন যাবি
জন পূজাৰ
মনৰ কাজল পিন্ধি আহিবি ৷

খোপাতে তই পিন্ধি লবি
নতুন আমৰ মল
মাটিৰ ঘটত ভৰি লবি
সেৱাতীৰ্থ জল
বুকুতে তই লবি আঁৰি
নতুন ফুলৰ সাতেসৰী

নতুন ভাবৰ
বাখৰপতা
জোনবিৰি তই পিন্ধি
নতুন আশাৰ
অগ্নি ভাষাৰ

গান শুনাবি ৷
জন পূজাৰ
মনৰ কাজল পিন্ধি আহিবি৷৷