Assamese Lyrics
Ei Xotikat Lyrics Jyoti Prasad Agarwala
Song: Ei Xotikat (এই শতিকাত)
Singer: Jyoti Prasad Agarwala
![]() |
| Ei Xotikat Lyrics |
Ei Xotikat Lyrics:—
এই শতিকাত
জ্বল জ্যোতিকা
জন কল্যানৰ
মহা স্বস্তিকা হৈ
নৱ কিৰণৰ
জ্বল জনিকা
জনতাক দি
জ্যোতি কণিকা
যা সোনকালে
দেশান্তৰলে’ বৈ
মোৰ গোপনৰ
মোৰ সপোনৰ
জ্ঞান যত কথা
জগতকে কৰি গৈ
যত চিনাকি অচিনাকিৰ, পদূলি মূৰত তই
নুশুধিলেও, নামাতিলেও
হাঁহি থাকিবি বই ৷৷
