Ketiyaba Bejarote Lyrics | কেতিয়াবা বেজাৰতে | Jayanta Hazarika

Song: Ketiyaba Bejarote (কেতিয়াবা বেজাৰতে) Singer: Jayanta Hazarika Ketiyaba Bejarote Lyrics:— কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাতযোৱা বুলাই কপালতে যেন হাতযোৱা বুলাই কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাতযোৱা বুলাই কপালতে যেন হাতযোৱা বুলাই তুমিয়েই দেখোন মোৰেই আই তুমিয়েই দেখোন মোৰেই আই কান্দি কান্দি ভাগৰোতে মৰমেৰে দিছিলা শুৱাই মৰমেৰে দিছিলা শুৱাই হয়তো আজি গাঁৱৰ পজাত হয়তো আজি গাঁৱৰ পজাত আছা বহি মোকেই ধিয়াই গোঁসাই ঘৰত বন্তি জ্বলাই গোঁসাই ঘৰত বন্তি জ্বলাই কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাতযোৱা বুলাই কপালতে যেন হাতযোৱা বুলাই কপালতে যেন হাতযোৱা বুলাই………

Biswa Bijoy Nabajuwan Lyrics | বিশ্ববিজয়ী নৱ জোৱান | Bhupen Hazarika

Song: Biswa Bijoy Nabajuwan (বিশ্ববিজয়ী নৱ জোৱান) Singer: Bhupen Hazarika Biswa Bijoy Nabajuwan Lyrics:— বিশ্ববিজয়ী নৱ জোৱান বিশ্ববিজয়ী নৱ জোৱান শক্তিশালিনী ভাৰতৰ ওলাই আহাঁ, ওলাই আহাঁ সন্তান তুমি বিপ্লৱৰ সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুচিয়াৰ মৃত্য়ু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ

Xorotor Xeyali Lyrics | শৰতৰ শেৱালি | Bhupen Hazarika

Song: Xorotor Xeyali (শৰতৰ শেৱালি) Singer: Bhupen Hazarika Xorotor Xeyali Lyrics Xorotor Xeyali Lyrics:—- শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে  শুকুলা ডাৱৰৰ উৰুৱাই মুকুতিৰ গীত গায় শৰালি জাকে নিয়ৰ বিন্দু হ’ল জীৱন দাপোন  তাতেই দেখোঁ মই আশাৰ সপোন ক্ষুদ্ৰতে বিশালক যদি বিচাৰোঁ দেখিবা বিন্দুতে সিন্ধু থাকে শৰতৰ সৰাপাত কিয় বুটলিম ৰিক্ত ৰিক্ত মন কিয় আদৰিম  বন্ধ বন্ধ সীমা কিমান সহিম মুগ্ধ মুগ্ধ মই আকাশ দেখি স্নিগ্ধ স্নিগ্ধ ফুল, মনেৰে লেখি মুক্ত মুক্ত কহুঁৱাৰ নাচোনে হহুৱায় নিৰাশাৰ ফাঁকে ফাঁকে

Paribane Purabo Lyrics | পাৰিবানে পূৰাব | Angaraag Mahanta

Song: Paribane Purabo (পাৰিবানে পূৰাব) Singer: Angaraag Mahanta Paribane Purabo Lyrics Paribane Purabo Lyrics:— পাৰিবানে পূৰাব তুমি বগা চাদৰ উকা কপাল পাৰিবানে পূৰাব তুমি ভঙা হিয়া উদং কোলা পাৰিবানে, পাৰিবানে কোৱা দিব চকুলো মচি যদি পাৰা জীৱন দিয়া দিব শান্তি-সুখ আনি পাৰা যদি হাঁহি দিয়া পাৰিবানে….. কোন তুমি, তুমি কি বিছৰা নিৰপৰাধ শিশুৰ কোৱা কি অপৰাধ কোৱানা কোৱানা…. দেখি-শুনি আজি চকু কিয় মুদা ন্য়ায় দিব কোনে, দুহাত কিয় বন্ধা ৰজা-মন্ত্ৰী খেল মাঁথো শেষ নহয় কাৰো সপোন  টকা-পইচা আহে মাঁথো আমি নহয় কাৰো আপোন….. পাৰিবানে পূৰাব তুমি বগা চাদৰ উকা কপাল পাৰিবানে পূৰাব তুমি ভঙা হিয়া উদং কোলা পাৰিবানে, পাৰিবানে কোৱা দিব চকুলো মচি যদি পাৰা জীৱন দিয়া দিব শান্তি-সুখ আনি পাৰা যদি হাঁহি দিয়া পাৰিবানে…..

Krishnachura Lyrics | কৃ্ষ্ণচূড়া | Jayanta Hazarika

Song: Krishnachura (কৃ্ষ্ণচূড়া) Singer: Jayanta Hazarika Krishnachura Lyrics Krishnachura Lyrics:—- কৃ্ষ্ণচূড়া, কৃ্ষ্ণচূড়া কৃ্ষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰ জীৱন এবাৰ ৰঙাই তোলা মোৰ জীৱনৰ বকুল বনৰ ফুল সৰি সৰি গ’ল মোৰ যে মনৰ শিমলু তুলা উৰি উৰি নুৰা হ’ল কেতেকী তোমাৰ বিননি আৰু নুশুনাবা এজাৰ তোমাৰ ব্য়থাৰে জীৱন নোবোলাবা নিদাঘৰ দাহে শুকালে যি নৈৰ ধাৰা  বৰষা তোমাৰ দানেৰে আকো উপচাই নিয়া কোনোবা খিনিত কি যে হেৰুৱালো সি কথা মনত নেপেলাবা

Iman Morom Lyrics | ইমান মৰম | Zubeen Garg

Song: Iman Morom (ইমান মৰম) Singer: Zubeen Garg Iman Morom Lyrics Iman Morom Lyrics:— ইমান মৰম কোনেনো দিব?? ভাবিচানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে ৷ ইমান মৰম ! দূৰণিৰ পৰাই ৰ” লাগি চাওঁ তোমাক আজি জানোচা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি ৷ কিনো ক”ম মই কোৱা সুধিলে আনে ভাল পোৱানে নোপোৱা … Read more

Rock Lyrics | Zubeen Garg

Song: Rock Singer: Zubeen Garg Rock Lyrics Rock Lyrics:— Rock Rock Rock Rock Rock Rock you baby – 2 I am gonna rock you forever পথে পথে বহু বাট বুলি যাযাবৰ হৈ ঘুৰিলো বহু দিলো বহু পালো জীৱনত কত সপোনক চুই চালো কত সপোনক ভাঙিলো মায়াবী মৰীচিকা খেদি ৰং ল’লো হহা কন্দাৰ খেল দেখিলো কত শত জন … Read more

Tumar Dusokut Lyrics | তোমাৰ দুচকুত | Bhagyadevi Theatre

Song: Tumar Dusokut (তোমাৰ দুচকুত) Tumar Dusokut Lyrics Tumar Dusokut Lyrics:— এখনি নিলীম সাগৰ তোমাৰ দুচকুত বিলীন ম‌ই তোমাৰ দুচকুত জীয়া জীয়া মোৰ আশাৰ আকৰ তোমাৰ দুচকুত আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত ম‌ই যেন হেৰাই যাও তোমাৰ দুচকুত উজলি জলি কাখৰতে ৰ’লাহি শোকোলা জোনাক দিলাহি উজাৰি আছা বিয়পি হিয়াৰে কোহে কোহে প্ৰতি খোজতে ৰোৱাহি চায়াৰ … Read more

Kajol Lota Tumare Nam Lyrics | কাজল লতা তোমাৰে নাম | Zubeen Garg

Song: Kajol Lota Tumare Nam (কাজল লতা তোমাৰে নাম) Singer: Zubeen Garg Kajol Lota Tumare Nam Lyrics:— কাজল লতা কাজল লতা তোমাৰে নাম, শীতলতা নাই, কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় । কাজল লতা তোমাৰে নাম, শীতলতা নাই, কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় । -খোজত বোলে পদুম ফুলে নাই দেখা নাই -খোজত বোলে পদুম … Read more

O Mur Apunar Dekh Lyrics | অ’ মোৰ আপোনাৰ দেশ | Lakshminath Bezbarua

O Mur Apunar Dekh - Lakshminath Bezbarua

“O Mur Apunar Dekh (অ’ মোৰ আপোনাৰ দেশ)” is a timeless Assamese patriotic song penned by the legendary Lakshminath Bezbarua. This iconic masterpiece resonates with the pride and love for Assam, beautifully capturing the essence of unity and heritage. Sung by Bezbarua himself, the song has become an integral part of Assamese culture and identity, … Read more