Ejar Phula Dekhi Lyrics | এজাৰ ফুলা দেখি | Khagen Mahanta

Ejar-Phula-Dekhi-Lyrics

Song: Ejar Phula Dekhi (এজাৰ ফুলা দেখি) Singer: Khagen Mahanta Ejar Phula Dekhi Lyrics:–   এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক, মোৰ দেহী ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত; অ’…এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক, মোৰ দেহী ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত;   বতৰৰ বাতৰি কওঁ … Read more

Mahabahu Brahmaputra Lyrics | মহাবাহু ব্ৰহ্মপুত্ৰ | Bhupen Hazarika

Song: Mahabahu Brahmaputra (মহাবাহু ব্ৰহ্মপুত্ৰ) Singer: Bhupen Hazarika Mahabahu Brahmaputra Lyrics Mahabahu Brahmaputra Lyrics:— স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ…. মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ…. মহাবাহু ব্ৰহ্মপুত্ৰ…. সুদূৰ কাণ্য ভোগজৰে পৰা বাৰভূঞাঁ … Read more

Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) – Lyrics | Angaraag Mahanta ( Papon)

The song Mon Mur Uri Gusi Jai was written and sung by the great and famous Assamese singer Angarag Papon Mahanta. The lyrics of the song are very beautiful and describe the feeling of love and longing in a very poetic way. The song has been very popular among the people of Assam and is … Read more

Nanda Geet (নন্দ গীত) – Papon Lyrics | Angaraag Mahanta

Song: Nanda Geet (নন্দ গীত) Singer: Angaraag Mahanta & Papon Nanda Geet (নন্দ গীত) – Papon Lyrics:— নাচে নয়নে দিবা নিশি যশোৱা নন্দন, হিয়াতো জ্বলে সেই শ্যাম সশোভন…… হ’ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল, লহৰী লহৰী যায় যমুনাৰ কূল…… নাচে নয়নে দিবা নিশি যশোৱা নন্দন, হিয়াতো জ্বলে সেই শ্যাম সশোভন….. উন্মনা ৰাধিকা এবেলিৰ বেলা, অ’ বিৰহে নধৰেহি যি অসহনো … Read more

Ujai a Jaa Noi (উজায়ে যা নৈ) – Lyrics | Papon | Angaraag Mahanta

Song: Ujai a Jaa Noi (উজায়ে যা নৈ) Singer: Angaraag Mahanta (Papon) Movie: Ramdhenu 2011 Music: Jatin Sharma Ujai a Jaa Noi (উজায়ে যা নৈ) – Lyrics:— উজায়ে যা নৈ, বেলিটিক ক’গৈ, নীলিমা মোৰ দুখৰ…. ভটিয়ায়ে গৈ, মোহাৰি নে ঐ, তুলিকা মোৰ দুখৰ….. কি ৰঙীন পোচাকে হাঁহে, আৱৰি উকা মন, কি মালিন হৃদয়ে চুমি চায়, চকুলো হয় … Read more

Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyrics | Bhupen Hazarika

Song: Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) Singer: Bhupen Hazarika  Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyric:– ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে নেপুৰ বজাই ক’ত ক’ত, গিৰ্ গিৰ্ ডাৱৰেনো মাদল বজাই ক’ত এই অসম দেশত অসম দেশত…. হে মাইহাং বাতিত খোৱাৰ পানী যাচে কোনে ক’ত, কাৰ পদূলিৰ কেতেকীনো মলে মলাই ক’ত এই অসম দেশত অসম দেশত……… … Read more

Zubeen Garg – Pakhi Pakhi (পাখি পাখি) | Lyrics In Assamese

Song: Pakhi Pakhi (পাখি পাখি)Singer: Zubeen Garg Pakhi Pakhi (পাখি পাখি) || Lyrics In Assamese:– পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  উৰি পাখি মেলি যা উৰি জাকি মাৰি গৈ নাম  এৰি অহা পদূলিত বূটলি আন ল’ৰালি উৰি পাখি মেলি যা উৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ’দে বৰষুণে ধেমালি আজলি সেই আৱেলি উৰি পাখি মেলি যা উৰি দোকমোকালি মোৰ পঢ়াশালি ইংৰাজি অংক তপিনাত এছাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰ আৱেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু পঢ়া টেবুলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ বুলনি পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  উৰি পাখি মেলি যা উৰি জোনমনি, ৰূণজোন তেতিয়া চকুত জোন নিভাজ আৱেগত টোপা-টোপে সৰে সোন সাঁতুৰি নাদুৰি এটি এটি ৰাতি-দিন খেলা লুকা-চুৰি নিজকে বিছাৰো কোন ৰঙা-নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে সলিতা অকলে বুকুতে চকুলোঁ বুটলি পাখি পাখি এই মন  পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি  … Read more

O Seni Mai (অ চেনিমাই) Lyrics In Assamese | Babu

SONG: O Seni Mai (অ চেনিমাই) SINGER: Babu O Seni Mai (অ চেনিমাই) Lyrics In Assamese:– অ চেনিমাই নাৰা না নে নানা নে অ চেনিমাই নাৰা না নে নানা নে নে না অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত  মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত … Read more

Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese | Babu

SONG: Laden Asil Polai (লাডেন আছিল পলাই) SINGER: Babu Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese:– লাডেন আছিল পলাই… গৈ পাকিস্তান… তোমাক পিছে পলাই লৈ যাম ৰাজস্থান… অহা আহিন মাহৰ পূর্ণিমা ৰাতি… কৈ থলো মই সঁচাকে তোমাক কথাটি… অকৰা বাপেৰে নিদিয়ে মোলৈ… পলুৱাই নিনিলে থাকিম বাৰু কেনেকৈ…? বহিলে বহিব ৰাইজৰে মেল… তেতিয়ালৈ চলি যাব আমি … Read more

Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese | Tarun Tanmoy & Deeplina Deka

SONG: Nuwari Nuwari (নোৱাৰি নোৱাৰি) SINGER: Tarun Tanmoy & Deeplina Deka  Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese:— নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি আৱৰি আৱৰি ধৰিছে আৱৰি বিয়পি বিয়পি পৰিছে বিয়পি সাতুৰি ধৰিছো ভাৱনত ওপঙি অ…. ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি অ…..নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি অ…. কিনো পালে তোমাতে মোৰ দুচকুৱে নোৱাৰা হ’ল থাকিবলৈ নেদেখাকে কিনো আছে নাজানো মই মৰমতে এই হাঁহো এই কান্দো আৱেগতে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি কিযে হ’ব ভয়ে লাগে ভাবিবলে কেনেবাকৈ তুমি মই আমি নহ’লে কান্দিবও নোৱাৰিম মই তেনেহলে নিচুকাব কোনে মোক তুমি নহ’লে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি