O Seni Mai (অ চেনিমাই) Lyrics In Assamese | Babu

Published on February 5, 2020

SONG: O Seni Mai (অ চেনিমাই)

SINGER: Babu



O Seni Mai (অ চেনিমাই) Lyrics In Assamese:–

অ চেনিমাই
নাৰা না নে নানা নে
অ চেনিমাই
নাৰা না নে নানা নে নে না
অ চেনিমাই, চেনিমাই দুগালত
ৰঙাকৈ দুগালতে চুমা দি যাম
অ চেনিমাই, চেনিমাই দুগালত
ৰঙাকৈ দুগালতে চুমা দি যাম
উৰনিয়া উৰে মন আকাশত 
মোৰে দেহি দেখো তোক সপোনত
লিখা জনে লিখিছেনে কপালত
হ’বি জানো মোৰে এই জনমত
মৰমৰে মিঠা মিঠা কথা
কথা
কলিজাত আছে বহু আশা
আশা
বুকুতে বান্ধি লৈ
উৰনিয়া উৰে মন আকাশত 
মোৰে দেহি দেখো তোক সপোনত
লিখা জনে লিখিছেনে কপালত
হ’বি জানো মোৰে এই জনমত
অ চেনিমাই, চেনিমাই দুগালত
ৰঙাকৈ দুগালতে চুমা দি যাম
ভাল লাগে মোৰ, ভয় লাগে মোৰ
যেতিয়া পাওঁ কাষৰত
কিনো বুজিবি, মোৰে বহনা
ভাগৰুৱা কৰে পলকত
ভাল লাগে মোৰ, ভয় লাগে মোৰ
যেতিয়া পাওঁ কাষৰত
কিনো বুজিবি, মোৰে বহনা
ভাগৰুৱা কৰে পলকত
মৰমৰে মিঠা মিঠা কথা
কথা
কলিজাত আছে বহু আশা
আশা
বুকুতে বান্ধি লৈ
উৰনিয়া উৰে মন আকাশত 
মোৰে দেহি দেখো তোক সপোনত
লিখা জনে লিখিছেনে কপালত
হ’বি জানো মোৰে এই জনমত
অ চেনিমাই, চেনিমাই দুগালত
ৰঙাকৈ দুগালতে চুমা দি যাম
মন যায় মোৰ, চুই চাম তোৰ
কুমলীয়া ৰঙা কলিজা
কিদৰে বুজিম, ভাবিছ জানো
মনে মনে মোৰে কথা
মন যায় মোৰ, চুই চাম তোৰ
কুমলীয়া ৰঙা কলিজা
কিদৰে বুজিম, ভাবিছ জানো
মনে মনে মোৰে কথা
মৰমৰে মিঠা মিঠা কথা
কথা
কলিজাত আছে বহু আশা
আশা
বুকুতে বান্ধি লৈ
উৰনিয়া উৰে মন আকাশত 
মোৰে দেহি দেখো তোক সপোনত
লিখা জনে লিখিছেনে কপালত
হ’বি জানো মোৰে এই জনমত
মৰমৰে মিঠা মিঠা কথা
কথা
কলিজাত আছে বহু আশা
আশা
বুকুতে বান্ধি লৈ
উৰনিয়া উৰে মন আকাশত 
মোৰে দেহি দেখো তোক সপোনত
লিখা জনে লিখিছেনে কপালত
হ’বি জানো মোৰে এই জনমত
নাৰা না নে নানা নে
নাৰা না নে নানা নে নে না
অ চেনিমাই, চেনিমাই দুগালত
ৰঙাকৈ দুগালতে চুমা দি যাম
অ চেনিমাই, চেনিমাই দুগালত
ৰঙাকৈ দুগালতে চুমা দি যাম