Parijat (পাৰিজাত) Lyrics In Assamese | Lakhimai 2017 | Zubeen Garg | Sushmita

SONG: Parijat (পাৰিজাত)SINGER: Zubeen Garg & SushmitaALBUM: Lakhimai 2017 Parijat (পাৰিজাত) Lyrics In Assamese:– হম……. জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে…… জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে……. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……. মুকুতা সৰিচে  মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে মুকুতা সৰিচে  মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে………. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……….. সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান অ সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান………… মনে মনে আহি সপোনত চুমিবা নেলাগে দিবলৈ মৰমৰ উমনা মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  … Read more

RAMDHENU (ৰামধেনু) Lyrics – New Assamese Song | VREEGU KASHYAP | JUNAAK BORAH | DEVOLEENA

“Ramdhenu (ৰামধেনু)” is a beautiful new Assamese song by Vreegu Kashyap, featuring Junak Borah and Devoleena. The song offers a captivating melody and heartfelt lyrics that showcase the cultural richness of Assam. With its emotional depth and stunning vocal performances, “Ramdhenu” resonates deeply with listeners, bringing a fresh wave of Assamese music. Explore the lyrics … Read more

Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics

SONG: Tumi Moi Edin (তুমি মই এদিন) SINGER: Zubeen Garg & Nirmali Das Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:— তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… জোনে পোহৰ দিব, তৰায়ো হাঁহিব, জোনাকেও গাব গান, তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে, থাকিব মৰমৰে তান……. থাকিব মৰমৰে তান……. সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে সুৰ থাকিব, তাতে হাঁহি থাকিব, তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. দুৱৰি নিয়ৰে, কিনো কথা পাতে, তাকে শুনিম আমি ৰৈ, সুখৰ দলিচাতে, জিৰাম আমি দুয়ো, উৰে জীৱনলে ঐ……. উৰে জীৱনলে ঐ……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে প্ৰেম থাকিব, তাতে হৃদয় থাকিব, তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, … Read more

Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) By Bhupen Hazarika | Lyrics In Assamese

Song: Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ)  Singer: Bhupen Hazarika  Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) Lyrics In Assamese:– মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……. আশা কৰোঁ মোৰ ছিতাৰ কাষত তোমাৰ সহাঁৰি পাম নালাগে মোক মোৰ সোঁৱৰনি সভা নালাগে মোক মিচা নাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……. মানুহৰ বাবে গীত গায় গায় তোমাক পাহৰি গ’লো সেয়েহে হ’বলা ভৰ জীৱনতে তোমাকো হেৰুৱালোঁ সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক’তেনো পাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম…… মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম তুমি নিদিয়া মৰম খিনিতে আছিল সৰগী ধাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……

Mur Monore Kolponat (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg | Lyrics In Assamese | Maa | Jetuka Huwana

Song: Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) Singer: Zubeen Garg Album: Maa Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg Lyrics In Assamese:– মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত  জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা  অভিনম মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা  অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অময়া মৰমৰ সুবাস হোৱা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ … Read more

Seni Seni Senimai (চেনি চেনি চেনিমাই) By Neel Akash | Lyrics In Assamese

Song: Seni Seni Senimai (চেনি চেনি চেনিমাই) Singer: Neel Akash Seni Seni Senimai (চেনি চেনি চেনিমাই) Lyrics In Assamese:— অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. ঐ চেনি চেনি চেনি চেনিমাই বিহুতলিত তোমাক দেখা পায় কাষে চাপি গ’লো যে মৰম লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই  চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়াই হাঁহিলে লাহি ককাল ভাঙিলে আমনি নালাগে চাই চাই এ ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা ক’পে মৰম লাগে চেনেহ লাগে তোমাক দেখি পিৰিটি জাগে চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই ঐ…….. হে সোণালি ধাননি চালে চকু ৰোৱা চালে চকু ৰোৱা দেখি ভালে লাগি যায় এ…. তোমাৰে হা…..হিতি ইমান যে ধুনীয়া ইমান যে ধুনীয়া দেখি ভালে লাগি যায় অ…. অ….অ….অ….. ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা ক’পে মৰম লাগে চেনেহ লাগে তোমাক দেখি পিৰিটি জাগে চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই ঐ…….. অ,,,, হ…. বহুতৰ মাজতে … Read more

Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) By Angaraag Mahanta (Papon) | Lyrics In Assamese

Song: Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Singer: Angaraag Mahanta (Papon) Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Lyrics In Assamese:—- প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল | আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে…….. অ….আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে…….. সোনালি হৈ থাক, তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে, ৰৈ যায় যেন মধুমই…….. হৃদয় কপোৱা গান এটি,  পোৱা নোপোৱা সুৰ এটি, তাতেই হেৰাই চন্দ মোৰ হয়তো বা, তথাপি সপোনৰ, সপোনৰে দিঠকৰ, তোমাকে আদৰো, সেন্দুৰীয়া বাটত…….. প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ | প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, … Read more

Aah Aah Ulai Aah (আহ আহ ওলাই আহ) By Bhupen Hazarika | Lyrics In Assamese

Legendary singer Bhupen Hazarika’s poignant ballad “Aah Aah Ulai Aah” is a priceless find in the vast repertoire of Assamese music. The song has a strong emotional resonance, with each verse encapsulating the spirit of desire and love. Bhupen Hazarika stands as an iconic figure in Indian music, celebrated not only for his enchanting melodies … Read more

O Bideshi Bandhu (অ’ বিদেশী বন্ধু) By Bhupen Hazarika | Lyrics In Assamese

Song:  O Bideshi Bandhu (অ’ বিদেশী বন্ধু) Singer: Bhupen Hazarika  O Bideshi Bandhu (অ’ বিদেশী বন্ধু) Lyrics In Assamese:— অ’ বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া…….. প্ৰতিধ্বনি শুনো কান্দোনৰ অ’ বিদেশী বন্ধু দুৰ্ভগীয়া……… প্ৰেমৰ সাগৰে, জাহাজ মেলিলি, নাপালি কোনো বন্দৰ, সৰু চাকনৈয়াতে বন্দী হলি, হেৰুৱালি তোৰ লঙ্গৰ, অ’ বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া…….. চিৰ সেউজতে, … Read more

Bajaj Scooter (বাজাজ স্কুটাৰ) | Lyrics In Assamese | MAIJAAN Vol4 | RAKESH REEYAN

Song: BAJAJ SCOOTER (বাজাজ স্কুটাৰ)Singer: RAKESH REEYANAlbum: MAIJAAN Vol4 Bajaj Scooter (বাজাজ স্কুটাৰ)  Lyrics In Assamese Bajaj Scooter চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ Indicator জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ চিকিমিকি গধূলিত একা-বেঁকা বাটেদি হঠাতে গৈ উলামগৈ তোৰেনো ঐ পদূলিত ঐ মনৰ কথা খুলি কম মইনা ঐ মইনা ঐ দিবিনে ঐ সহাঁৰি দিবিনে ঐ সহাঁৰি তই ৰাতি বাৰ বজাত এ মইনা মনে মনে উলামগৈ এ মইনা তোৰেনো ঐ কোঠালিত কাষতে বহি লৈ এ মইনা চুমা আঁকিম কঁপালত এ মইনা মৰমো দিম উজাৰি প্ৰেমৰে বোঁৱতি নৈ বুকুতে মোৰ বোৱালি সচাঁ মৰম ভালপোৱা জুখি চাব নোৱাৰি কিনো মোহে মোহিলি কিনো মোহে মোহিলি ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া হলো ঐ তিনিআলিৰ মূৰতে এ মইনা থাকিম ৰৈ তোলৈকে এ মইনা আহিবি দেই অকলে ৰাকেশ ৰাকেশ বুলি এ মইনা জোকাব সমনীয়াই এ মইনা তোৰে আহি কাষলে তোল পৰা তোৰ হাঁহিটিত জিলিকে তোৰ গাল দুখনি খুপি খুপি খোজতে সৰি পৰে শেৱালি কিনো মোহে মোহিলি কিনো মোহে মোহিলি ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া হলো চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ চিকিমিকি গধূলিত একা-বেঁকা বাটেদি হঠাতে গৈ উলামগৈ তোৰে নো ঐ পদূলিত ঐ মনৰ কথা খুলি কম মইনা ঐ মইনা ঐ দিবিনে ঐ সহাঁৰি দিবিনে ঐ সহাঁৰি তই