Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese | Deeplina Deka

Song Name: Tumi Ahile (তুমি আহিলে) Singer: Deeplina Deka Music: Trion Mahanta Mix-Mastered- Diganta Bordoloi Lyrics: Arshavik Tumi Ahile (তুমি আহিলে) | Lyrics In Assamese:– মোৰ মনত এপাহি গোলাপ, ৰ’লাহি তুমি গোপনে, তোমাৰ মৰম সনা চাওনিত, উশাহো বাঢ়িচে সঘনে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || অৱেগৰ কহুৰণ ফালি, দুচকুৰে হিম নিগৰে, তোমাৰ কোমল পৰশতে মোৰ, বুকু উপচি পৰে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || অৱেগৰ কহুৰণ ফালি, দুচকুৰে হিম নিগৰে, তোমাৰ কোমল পৰশতে মোৰ, বুকু উপচি পৰে || নিয়ৰৰ কোলাতে বহি, এটুপি সপোনো সৰে, তুমি আহিলে কাষলে || মোৰ মনত এপাহি গোলাপ, ৰ’লাহি তুমি গোপনে, তোমাৰ মৰম সনা চাওনিত, … Read more

Xunere Xojuwa Poja | সোণেৰে সজোৱা পজা | Lyrics In Assamese | Zubeen Garg

   Song: Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা)Singer: Zubeen GargAlbum: Mukti 1997 Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা) Lyrics In Assamese:– সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই….. সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই…… এধানী এধানী কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি … Read more

Suma Diyana (চুমা দিয়ানা) By Neel Akash | Lyrics In Assamese

Song Name: Suma Diyana (চুমা দিয়ানা)Singer Name: Neel AkashMusic: Ujjwal Aarong Suma Diyana (চুমা দিয়ানা) By Neel Akash Lyrics In Assamese:– চুমা …….. চুমা …….. কপাহি কোমল হিয়া আজি যেন উৰনিয়া বিচাৰি মৰমৰে এবুকু ৰঙা নীলা ওঠৰে পৰশ অকন তোমাৰে চুই চাই লবলে চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা আলসুৱা সপোনৰ পাৰে পাৰে পাখি মেলা আবেগে আকলোৱা হিয়াকে মনে মনে  কিয় আহি জগালে বজামে কি কোৱানা  এই মনকে সজালো ঘৰ চোৱানা মোৰ বুকুতে কাষলে আহি  ৰোৱানা এবাৰলে এ… আ… হা… হা… চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা

Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics | Jaanmoni | Zubeen Garg

Song Name: Phool Fulise Baxontor (ফুল ফুলিছে বসন্তৰ) Singer Name: Zubeen Garg Music Album: Jaanmoni Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics::– ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… গুণ গুণ কৈ ভোমোৰাঁ ফুলে ফুলে পৰিছে, থূপা থুপে নাহৰ তগৰ ডাল ভৰি পৰিছে, জানমনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ বুকুৰে কলি…… জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. ৰঙা নীলা পখিলা, জাকে জাকে উৰিছে, কু কু… কৈ কুলিটিয়ে পাতৰ আঁৰত মাতিছে…. অ জানমনি তুমিয়েই মোৰ প্ৰাণৰে পুতলা, তুমিয়ে মোৰ আশাৰে নিজৰা, তুমিয়ে মোৰ মৰমৰ মনি….. ন কুহিপাঁত আহতৰ, ন ধাল নামে লুইতৰ, সদায়েচোন থাকিবা, তৰা হৈ মোৰ মনৰ আকাশত…. ঢোল পেপা গৰজিলে, অসমৰ চুকে কোণে, তুমি কাষত নাথাকিলে , মনে কিবা কৰে…. … Read more

Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics | Zubeen Garg

Song Name: Aahe Ba Nahe (আহে বা নাহে)Singer Name: Zubeen GargAlbum: Pakhi Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics:— আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ…. সপোনকে লৈ…. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, দিয়ে বা নিদিয়ে, ফাগুণৰে খবৰ, তুমি ৰুৱা যেন মোলৈ, আহে বা নাহে ঘূমতি, আহিবা ৰাতি সপোনকে লৈ….   চুৱে বা নুচুৱে নিয়ৰে…. শেৱালি পাহিতি শৰতে শৰতে, নাচে বা নানাচে জোনাকি হৈ, তুমি চোন নাচিবা , মোৰে হিয়াতে ৰৈ…. আহে বা নাহে ঘূমতি আহিবা ৰাতি সপোনকে লৈ….. জোৰে বা নোজোৰে বান্ধি লৈ, কিনো মৰমৰে এনাজৰীকে পাওঁ, বহে বা নবহে ফুলতে গৈ, ৰঙিলী পখিলী তুমি ৰঙেৰে চৈ….. আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ….. সপোনকে লৈ….. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, … Read more

Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে) | Hit Assamese Lyrics | Dipen Baruah

Song Name: Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে) Singer Name: Dipen Baruah Movie Name: Dr. Bezbaruah Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে) | Hit Assamese Lyrics:— অ মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি, চমক নীলা বিজুলীৰে, গোলাপ কোমল পাহিতি, সেই চমকৰ ভমক লাগি, দহি মৰে মনতি, মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি….. অই হই পূৰ্ণিমাৰে আকাশৰে, জোনটি সোৱনি, ক’ত পাবা নো মেলিলে , হাত দুখনি, অ ক’ত পাবা নো মেলিলে,  হাত দুখনি….. অ মইনা হাত নেমেলো আনিবলৈ, দূৰ আকাশৰ মনিটি, মোৰ মন হাকুটি লগাই পাৰিম, এই পূৰ্ণিমাৰ জোনটি, মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুতি, … Read more

Tumi Jiliki Jiliki Thoka (তুমি জিলিকী জিলিকী থকা) Assamese Lyrics | Tarun Tanmoy | Jinti Das

Song Name: Tumi Jiliki Jiliki Thoka (তুমি জিলিকী জিলিকী থকা)Singer Name: Tarun Tanmoy & Jinti Das Tumi Jiliki Jiliki Thoka (তুমি জিলিকী জিলিকী থকা) Lyrics:– তুমি জিলিকী জিলিকী থকা, সৌ দূৰ আকাশৰ তৰা, তুমি এখনি ধুনীয়া ছবি, মই গোপনে গোপনে অকা…. তুমি জিলিকী জিলিকী থকা, সৌ দূৰ আকাশৰ তৰা, তুমি এখনি ধুনীয়া ছবি, মই গোপনে গোপনে অকা…. তুমি মোৰ বুকুতে ৰলাহি, তুমি মোক মৰম দিলাহি, তুমি মোৰ বুকতে ৰলাহি , বহু মৰম মোক জাচিলাঁহি…. তুমি জিলিকী জিলিকী থকা, সৌ দূৰ আকাশৰ তৰা, তুমি এখনি ধুনীয়া ছবি, মই গোপনে গোপনে অকা…. মৰম বাঢ়ে জৌৱন বেলাত, বুকুতে… উঠলি, মৰমেনো কি জানে, প্ৰণয়ৰে…. নিয়তি, মৰম বাঢ়ে ঘনে ঘনে , বাগৰে…. নিগৰি, মৰমেনো কি বিচাৰে, কোনে… দিব বুজনি…. তুমি জিলিকী জিলিকী থকা, সৌ দূৰ আকাশৰ তৰা, তুমি এখনি ধুনীয়া ছবি, মই গোপনে গোপনে অকা…. হৃদয়ৰে দুৱাৰ খুলি, ৰাখিছো মই নিৰলে, … Read more

Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics | Dr. Bhupen Hazarika

Song Name: Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Singer Name: Dr. Bhupen Hazarika Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics:– আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বর্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্রামত, বিচাৰোঁ মৰমৰ মাত এষাৰ……. মহা মহা সাগৰৰে, ক’তনা লহৰ লেখিলোঁ, মহা মহা নগৰীতে, কতনা বাট হেৰুৱালোঁ, মৰম জ্যোতিৰ পম … Read more

Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ) | Osinaki Mon (অচিনাকি মন) Lyrics | Angaraag Mahanta (Papon)

Song Name: Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ) Singer Name: Angaraag Mahanta (Papon) Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ) | Osinaki Mon (অচিনাকি মন) Lyrics:– চিনাকি চিনাকি মুখ অচিনাকি মন, মুখা পিন্ধি সকলোচোন নিজতেই মগন, চিনাকি চিনাকি মুখ অচিনাকি মন, মুখা পিন্ধি সকলোচোন নিজতেই মগন, ইমান কোলাহল লাগিছে আমনি, নীলা আকাশখন ইয়াতযেন নেদেখি, হেই চিনাকি চিফুঙৰ সুৰে মাতিচে বাৰে বাৰে, চিনাকি চিনাকি মুখ অচিনাকি মন মুখা পিন্ধি সকলোচোন নিজতেই মগন…… ইমান আদৰ আইৰে মাতত, চেনেহৰে উম বিনন্দীয়া, নৈৰে ঘাটৰ জুৰ মলয়াত, জীৱন জূৰুৱা মাদকতা, সাৰদি নিশাৰ জোনাকতে, কহোৱা কোঁমল সপোন জাগে, শেৱাঁলি ফুলৰ সোবাস লাগি, মন উৰনীয়া হয় মোৰ বাৰে বাৰে, চিনাকি চিনাকি মুখ অচিনাকি মন মুখা পিন্ধি সকলোচোন নিজতেই মগন…… ঘূৰি চালে অতিতৰে মিঠা অনুভূতি, সাহসৰে সুৰ হয় মন হকতি, ঘূৰি চালে অতিতৰে মিঠা অনুভূতি, পাঁও সেই সৰলতা সংস্কৃতি, দেশৰ কাহিনী মূলা জয়মতি , লাচিতৰে সেই শৰাইঘাট, আইতাই গোৱা বৰগীত ঘোষা, নীৰৱে কপে কলিজাত….. চিনাকি চিনাকি মুখ অচিনাকি মন, মুখা পিন্ধি সকলোচোন নিজতেই মগন, আকাশ পিয়াখি মানুহৰ বাবে, … Read more

Sikuti Sikuti (চিকুটি চিকুটি) Lyrics | Neel Akash & Rupali Kashyap

Song Name: Sikuti Sikuti (চিকুটি চিকুটি) Singer Name: Neel Akash & Rupali Kashyap Album: Sikuti Sikuti  Sikuti Sikuti (চিকুটি চিকুটি) Lyrics:- অ ….অ….অ….অ…. চিকুটি চিকুটি বগা দুগালতে, ৰঙা ৰঙা বুলেৰে মই তোমাক, ৰং হানি দিম, ফুলিয়ে এপাহি ফুল, লাজত মৰহিলে, টানি আনি কপালতে,  এটি চুমা আঁকি দিম… তুমি চালে দুচকুলে,  নামে বৰষা বুকুলে, কপি উঠা মোৰে বুকু, ঢৌ হেজাৰ ফুলে, পিটিকি পিটিকি ৰাতিটো ফোনতে, তোমাৰ ফটো চাই থাকো, জানৈ ৰাতি দুপৰলে…. হাঈ ঐ মোৰে বহনা মোৰ  হাকুটি ডাল লৈ বতাহ চৰাই উৰাই নিলে  মোৰ হালি জাপি ঐ দিচাং নদিৰ পাৰতে মই আছো তোলৈ ৰৈ নাহ’ যদি নাৱত উঠি মাছে মাৰো গৈ…… নেৰে নাৰে……. এখন হৃদয় এটি সৰু পজা, অ মোৰ কলিজা, তোমাক তাতে ৰাখি থম, মই হম ৰজা , তুমি হবা ৰাণী, আমাৰে কাহিনী, … Read more