Suma Diyana (চুমা দিয়ানা) By Neel Akash | Lyrics In Assamese
Song Name: Suma Diyana (চুমা দিয়ানা)Singer Name: Neel AkashMusic: Ujjwal Aarong Suma Diyana (চুমা দিয়ানা) By Neel Akash Lyrics In Assamese:– চুমা …….. চুমা …….. কপাহি কোমল হিয়া আজি যেন উৰনিয়া বিচাৰি মৰমৰে এবুকু ৰঙা নীলা ওঠৰে পৰশ অকন তোমাৰে চুই চাই লবলে চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা আলসুৱা সপোনৰ পাৰে পাৰে পাখি মেলা আবেগে আকলোৱা হিয়াকে মনে মনে কিয় আহি জগালে বজামে কি কোৱানা এই মনকে সজালো ঘৰ চোৱানা মোৰ বুকুতে কাষলে আহি ৰোৱানা এবাৰলে এ… আ… হা… হা… চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা চুমা দিয়ানা