Parijat (পাৰিজাত) Lyrics In Assamese | Lakhimai 2017 | Zubeen Garg | Sushmita

Published on February 5, 2020

SONG: Parijat (পাৰিজাত)
SINGER: Zubeen Garg & Sushmita
ALBUM: Lakhimai 2017


Parijat (পাৰিজাত) Lyrics In Assamese:–

হম…….
জোনে দি উমলাম
অভিমান দেখিলে
পলকতে মৰি জাম
কাষতে নাপালে……
জোনে দি উমলাম
অভিমান দেখিলে
পলকতে মৰি জাম
কাষতে নাপালে…….
মোৰ কলিজাত লিখিলা তুমি
এটি এটি কবিতা মৰমৰ
পাৰিজাত তুমিয়ে 
মোৰ মন সৰগৰ
হে পালা প্ৰান্ততে
হয় ৰং সপোনৰ…….
মুকুতা সৰিচে 
মৰমৰ নামতে
নিলিম হম তোমাৰেই দুবাহুৰ উমতে
মুকুতা সৰিচে 
মৰমৰ নামতে
নিলিম হম তোমাৰেই দুবাহুৰ উমতে……….
মোৰ কলিজাত লিখিলা তুমি
এটি এটি কবিতা মৰমৰ
পাৰিজাত তুমিয়ে 
মোৰ মন সৰগৰ
হে পালা প্ৰান্ততে
হয় ৰং সপোনৰ………..
সোণ ৰূপেৰে জুখিব নোৱাৰা
নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান
মন দূৰনিৰ প্ৰেমৰ ঠিকনাত
মৰম যাচিলা আকাশৰ সিমান
অ সোণ ৰূপেৰে জুখিব নোৱাৰা
নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান
মন দূৰনিৰ প্ৰেমৰ ঠিকনাত
মৰম যাচিলা আকাশৰ সিমান…………
মনে মনে আহি সপোনত চুমিবা
নেলাগে দিবলৈ মৰমৰ উমনা
মোৰ কলিজাত লিখিলা তুমি
এটি এটি কবিতা মৰমৰ
পাৰিজাত তুমিয়ে 
মোৰ মন সৰগৰ
হে পালা প্ৰান্ততে
হয় ৰং সপোনৰ…………