Janu Janu Moiu Janu Lyrics | Zubeen Garg | Parineeta Borthakur
Song: Janu Janu Lyrics: Zubeen Garg Singer: Zubeen garg & Parineeta Borthakur Composer: Zubeen Garg Movie: Gaane Ki Aane Janu Janu Moiu Janu Lyrics Janu Janu Moiu Janu Lyrics:– সপোনে এতিয়া জানা ফুলবলে শিকিলে তোমাৰে যে বুকুতে জীৱনে এতিয়া জানা হাঁহিবলে শিকিলে তোমাৰেযে ওঠতে সয়নে সপোনে তোমাতে উমলো জীৱনে মৰণে তোমাকে সামৰোঁ প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো জানো জানো ময়ো জানো তোমাৰে হিয়া ময়ো চিনো হিয়াৰ কথা ময়ো শুনো চকুত মায়া ময়ো সানো ফাগুনৰ পচোৱা প্ৰনতে মৰমৰ বাগিছাৰ প্ৰনতে উমলিম দুয়োয়ে ইয়াতে নুবুজা আশা আজি চকুতে নুকোৱা কথা আজি ওঠতে ভাৰনত শুহুৰীয়াই মৰমে সয়নে সপোনে তোমাতেই উমলো জীয়নে মৰনে তোমাকে সামৰোঁ প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো জানো জানো ময়ো জানো তোমাৰে হিয়া ময়ো চিনো হিয়াৰ কথা ময়ো শুনো চকুত মায়া ময়ো সানো অসীমত হেৰালে আজি আশা মৰমত হেৰালে আজি ভাষা … Read more