Amare Moina Lyrics | Bhupen Hazarika

Song: Amare Moina (আমাৰে মইনা) Singer: Bhupen Hazarika Amare Moina Lyrics Amare Moina Lyrics:— আমাৰে মইনা শুইছে বাৰীতে বগৰী ৰুইছে বাৰীৰে বগৰী পকি সৰা নাই তৰু-তৃণ ধুমুহাই ভাঙিছে।। নেলাগে মোক সোণৰ চপৰা লুভীয়াই নিব তাক হৰি দুখীয়াক যি ফেৰা কৰিলাঁ কৰুণা তাকে যেন নিনিয়া কাঢ়ি।।

Agoli Bahore Lyrics | Bhupen Hazarika

Song: Agoli Bahore (আগলি বাঁহৰে) Singer: Bhupen Hazarika Agoli Bahore Lyrics Agoli Bahore Lyrics:— আগলি বাঁহৰে, লাহৰী গগনা বাজি উঠিল কিয়? আগলি কলৰে, এখিলানো পাত কঁপি উঠিল কিয়? মুকুতিৰ উৰুলি শুনি। অহঙ্কাৰী ৰজাৰ নগৰী কংকাল হʼল কিয়? বন্দীশালৰ শিকলিবোৰ ছিগি পৰিল কিয়? মুকুতিৰ উৰুলি শুনি। ৰাজকাৰেঙৰ ৰঙা চকু নেওচি আহিল কোণ? ডেকা বৰুৱাহে এইজন, মোৰেই কেঁচা সোণ … Read more

Agnire Moi Khela Lyrics | Jyoti Prasad Agarwala

Song: Agnire Moi Khela (অগ্নিৰে মই খেলা) Singer: Jyoti Prasad Agarwala Agnire Moi Khela Lyrics Agnire Moi Khela Lyrics:— অগ্নিৰে মই খেলা খেলিছোঁ মোৰ অগ্নিৰে ধেমালি মোৰ অগ্নিৰে ধেমালি কোনো যদি নাহে নালাগে আহিব, মোৰ অকলশৰীয়া জীৱন উঠিব দীপালী হৈ জ্বলি মোৰ অগ্নিৰে ধেমালি মোৰ তেজৰ এটি দীপেই আই তোক কৰিব সোণালী মোৰ অগ্নিৰে ধেমালি ৷

Aji Ki Anando Lyrics | Bhupen Hazarika

Song: Aji Ki Anando (আজি কি আনন্দ) Singer: Bhupen Hazarika Aji Ki Anando Lyrics Aji Ki Anando Lyrics:— আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ওঠৰশ ছয়ানব্বৈত হেʼ লক্ষীকান্তৰ গৃহত পূজা পাতি হৰিশ্চন্দ্ৰ কৰে অভিনীত হেʼ। আজি কি আনন্দ পেখোঁ বিশ্বৰে ছন্দত পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ঊনৈশ শ … Read more

Jhak Jhak Rail Lyrics | Bhupen Hazarika

Song: Jhak Jhak Rail (ঝক্‌ ঝক্‌ ৰেল) Singer: Bhupen Hazarika Jhak Jhak Rail Lyrics Jhak Jhak Rail Lyrics:— ঝক্‌ ঝক্‌ ৰেল চলে মোৰ ৰেল চলে মোৰ ৰেল চলে সাম্য ৰিঙিয়ায় শান্তি উকিয়াই ৰেল চলে।। ফায়াৰমেন্‌ মই দপ দপ অগনিৰ তেজ ৰঙা বৰণৰ কয়লাৰ পাত্ৰ হাতেৰে খামুচি ধৰি বয়লাৰ দুগুণে জ্বলাওঁ দেহা মোৰ জ্বলে জ্বলে।। ছিগনেলমেন মই কʼলা … Read more

Ajoli Hiyar Maje Lyrics | Bishnu Prasad Rabha

Song: Ajoli Hiyar Maje (আজলি হিয়াৰ মাজে) Singer: Bishnu Prasad Rabha Ajoli Hiyar Maje Lyrics Ajoli Hiyar Maje Lyrics:— আজলি হিয়াৰ মাজে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে উজলাই হিয়াৰ মণি  উজলাই হিয়াৰ মণি  কাজলী চকুৰ ঠাৰে তাইৰ কাজলী চকুৰ ঠাৰে বিজুলী বাণ মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী … Read more

Niyore Tupe Tupe Lyrics | Zubeen Garg

Song: Niyore Tupe Tupe (নিয়ৰে …….টুপে টুপে) Singer: Zubeen Garg  Album: Mukha Assamese Song – Niyore Tupe Tupe Lyrics  Assamese Song – Niyore Tupe Tupe Lyrics:— নিয়ৰে ……. টুপে টুপে মাথো সৰে  খিৰিকীৰে …. টুপে টুপে মাথো সৰে  খিৰিকীৰে সিসিপাৰে নিয়ৰে…পাৰে  প্ৰতিটো কণা যেন  সৰি সৰি পৰা মোৰ ক্ষণ  নিয়ৰে…….. টুপে টুপে মাথো সৰে  খিৰিকীৰে সিপাৰে  মৌনতা কোলাহল  … Read more

Val Nalage Jana Lyrics | Shiva

Song: Val Nalage Jana (ভাল নালাগে জানা) Singer: Shiva  Val Nalage Jana Lyrics Val Nalage Jana Lyrics:— ভাল নালাগে জানা তুমি নামাতিলে ,ভাল নালাগে জানা তুমি নাহাঁহিলে , বুকুতো নুফুলে ফুল ৰঙা কলিজাৰে ফুল বুকুতো নুফুলে ফুল ৰঙা কলিজাৰে ফুল , যদি তুমি নিদিয়া মিঠা মৰমৰে বোল, ভাল নালাগে জানা তুমি নামাতিলে, ভাল নালাগে জানা তুমি নাহাঁহিলে … Read more

Kun Tumi (কোন তুমি) Assamese Song – Lyrics | Zubeen Garg

SONG: Kun Tumi (কোন তুমি)SINGER: Zubeen Garg Kun Tumi (কোন তুমি) Assamese Song – Lyrics:– Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around……. কোন তুমি……. … Read more

Din jwale rati jwale lyrics | দিন জ্বলে, ৰাতি জ্বলে | Zubeen Garg & Zublee Baruah

Song Name- দিন জ্বলে, ৰাতি জ্বলেMovie- #Mission_China (2017)Singers- Zubeen Garg & Zublee Baruah The Din jwale rati jwale lyrics ::: Touch my Heart and Feel me, honey!Touch my heart and live my life… Touch my heart and feel me, honey!Touch my heart and show me another world… আজি কিয় হিয়া কপে,আজি কিয় মনে নাছে,চিনাকি চিনাকি লাগে তোমাকে।দুচকুতে … Read more