Amare Moina Lyrics | Bhupen Hazarika March 3, 2020 by Lalita B Song: Amare Moina (আমাৰে মইনা) Singer: Bhupen HazarikaAmare Moina Lyrics Amare Moina Lyrics:— আমাৰে মইনা শুইছে বাৰীতে বগৰী ৰুইছে বাৰীৰে বগৰী পকি সৰা নাই তৰু-তৃণ ধুমুহাই ভাঙিছে।। নেলাগে মোক সোণৰ চপৰা লুভীয়াই নিব তাক হৰি দুখীয়াক যি ফেৰা কৰিলাঁ কৰুণা তাকে যেন নিনিয়া কাঢ়ি।। 🎮COMING 2025Unlock 2025's Hottest VIP Games → 💰PROVEN METHOD$100/Day Made Simple - Start Now! 📰BREAKING NOWLive Updates You Can't Afford to Miss 🔧CREATOR ESSENTIALSSEO Power Tools - Boost Traffic 300%