Ki Hobo Ei Jibon | Zubeen Garg | Nabanita
Singer : Zubeen Garg & Nabanita Lyrics: Zubeen Garg কি হ’ব এই জীৱন তুমি নহ’লে কাৰ বাবে ৰচিব সপোন কি ৰ’ব মোৰ বাবে তুমি নহ’লে কোন হব এই বুকুৰ আপোন ৰং বিহীন হৈ ৰৱ আশাবোৰ হিয়াৰে অৰ্থহীন লগে সকলো কি হ’ব এই জীৱন তুমি নহ’লে কাৰ বাবে ৰচিব সপোন (Music)… নাৰে নাৰে নেৰে নাৰে নেৰে … Read more