Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics | Jaanmoni | Zubeen Garg

Song Name: Phool Fulise Baxontor (ফুল ফুলিছে বসন্তৰ) Singer Name: Zubeen Garg Music Album: Jaanmoni Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics::– ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… গুণ গুণ কৈ ভোমোৰাঁ ফুলে ফুলে পৰিছে, থূপা থুপে নাহৰ তগৰ ডাল ভৰি পৰিছে, জানমনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ বুকুৰে কলি…… জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. ৰঙা নীলা পখিলা, জাকে জাকে উৰিছে, কু কু… কৈ কুলিটিয়ে পাতৰ আঁৰত মাতিছে…. অ জানমনি তুমিয়েই মোৰ প্ৰাণৰে পুতলা, তুমিয়ে মোৰ আশাৰে নিজৰা, তুমিয়ে মোৰ মৰমৰ মনি….. ন কুহিপাঁত আহতৰ, ন ধাল নামে লুইতৰ, সদায়েচোন থাকিবা, তৰা হৈ মোৰ মনৰ আকাশত…. ঢোল পেপা গৰজিলে, অসমৰ চুকে কোণে, তুমি কাষত নাথাকিলে , মনে কিবা কৰে…. … Read more

Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics | Zubeen Garg

Song Name: Aahe Ba Nahe (আহে বা নাহে)Singer Name: Zubeen GargAlbum: Pakhi Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics:— আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ…. সপোনকে লৈ…. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, দিয়ে বা নিদিয়ে, ফাগুণৰে খবৰ, তুমি ৰুৱা যেন মোলৈ, আহে বা নাহে ঘূমতি, আহিবা ৰাতি সপোনকে লৈ….   চুৱে বা নুচুৱে নিয়ৰে…. শেৱালি পাহিতি শৰতে শৰতে, নাচে বা নানাচে জোনাকি হৈ, তুমি চোন নাচিবা , মোৰে হিয়াতে ৰৈ…. আহে বা নাহে ঘূমতি আহিবা ৰাতি সপোনকে লৈ….. জোৰে বা নোজোৰে বান্ধি লৈ, কিনো মৰমৰে এনাজৰীকে পাওঁ, বহে বা নবহে ফুলতে গৈ, ৰঙিলী পখিলী তুমি ৰঙেৰে চৈ….. আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ….. সপোনকে লৈ….. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, … Read more

Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics | Zubeen Garg & Priyanka

Song Name: Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Singer Name: Zubeen Garg & Priyanka Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics:– শোণিতৰে সোঁতে সোঁতে,বয় তোমাৰে নাম,কলিজাৰে আশে পাশে,তোমালৈয়ে মৰম,ৰ’দে জোনাকে চুই থাকে প্রণয় কোলাত অ’ অ’ অ’ অ’ অ’ অ’….. হিয়াৰ এপাহি গোলাপ,হিয়াৰ এপাহি গোলাপ,ক’ব নোৱাৰো বাবেই সিৰাম গাৰু বুকুতে,জ্বলাব নোৱাৰো বাবেই সিমান চেনেহ বুকুতে,দুপৰৰ খবৰত নিশাৰো বতৰাত,সিৰে … Read more

Mon Jaai ( মন যায়) Lyrics | Zubeen Garg

Song Name: Mon Jaai ( মন যায়)Singer: Zubeen GargMovie Name: Mon Jaai Mon Jaai ( মন যায়) Lyrics:: মন যায় মোৰো মন যায়,মন যায় মোৰো মন যায়,চকুত চকু থৈ চাবলে,লাহে লাহে ওচৰ পাবলে,কাষে কাষে খোজ দিবলে,মন যায় মোৰো মন যায়,চকুত চকু থ’ব মন যায়…… তোমাক দেখা পালে সপোন জাগি উঠে,বুকুখনি হয় তাজমহল,মন নদি হৈ মৰম সুতি … Read more