Bohag Mathu Lyrics | Bhupen Hazarika

Song: Bohag Mathu (বʼহাগ মাথোঁ) Singer: Bhupen Hazarika Bohag Mathu Lyrics Bohag Mathu Lyrics:— বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ বʼহাগ মাথোঁ বিহুতলী নহয় নহয় ই নিশা ফুলা ফুল বʼহাগেই আনি দিয়ে সমদল গতি নেওচি জাতি কুল ই প্রভেদক কৰে নাশ।। বʼহাগ এটি মাথোঁ মাকো … Read more

O Bharotire Lyrics | Bhupen Hazarika

Song: O Bharotire (অʼ ভাৰতীৰে) Singer: Bhupen Hazarika O Bharotire Lyrics O Bharotire Lyrics:— অʼ ভাৰতীৰে! অʼ পৃথিৱীৰে! স্বাধীনচিতীয়া দল ভাৰতী স্বাধীন হʼল। ঘিট্‌মিট্‌ এন্ধাৰ কংকালসাৰ অতীত অন্ত হʼল। অতীত নাশি নৱ জেউতি জিল্‌মিলায় জল্‌মল্‌।। অগ্ৰদূত সৱে যাম আগুৱাই তৰংগ সম কৰি কলকল পৃথিৱীৰ প্ৰগতিৰ হকে আমি পান কৰি দুখ হলাহল। সাম্যৰ মন্থন পাতিব লাগিব চূৰ্ণ কৰি … Read more

Srimanta Sankore Lyrics | Zubeen Garg

Srimanta Sankore Lyrics

Enjoy the Assamese Srimanta Sankore Lyrics by Zubeen Garg at AssameseLyrical.com. Explore more Assamese Songs Lyrics. Song: Srimanta Sankore (শ্ৰীমন্ত শঙ্কৰে) Singer: Zubeen Garg Srimanta Sankore Lyrics:— পাৰ ভাঙি দিলে শ্ৰীমন্ত শঙ্কৰে বহে ব্ৰহ্মাণ্ডক ভেদি তৃষ্ণাতুৰ মানৱে বিচাৰি ফুৰিছে শান্তি অমৃতৰ নদী। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ যাউতিযুগীয়া ৰূপতীৰ্থ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ এক অনেকৰ প্ৰীতি-তীৰ্থ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ বৈয়ে যায় মাজেদি … Read more

Aji Mandir Duwar Lyrics | Bishnu Prasad Rabha

Song: Aji Mandir Duwar (আজি মন্দিৰ দুৱাৰ) Singer: Bishnu Prasad Rabha Aji Mandir Duwar Lyrics Aji Mandir Duwar Lyrics:– আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা বহে মিলন উত্‍সৱ মেলা বহে মিলন উত্‍সৱ মেলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা শুনো মংগল আৰতিৰ গান শুনো মংগল … Read more

Aji Jaga Mur Matri Lyrics | Jyoti Prasad Agarwala

Song: Aji Jaga Mur Matri (আজি জাগা মোৰ মাতৃ) Singer: Jyoti Prasad Agarwala Aji Jaga Mur Matri Lyrics Aji Jaga Mur Matri Lyrics:— আজি জাগা মোৰ মাতৃ জাগা আজি জোনাকী বাটৰ যত শকতিৰূপিনী আৱিযাত্ৰী ৷ আন্ধাৰৰ সতে শেষ সংগ্ৰামৰ বাবে জাগা জননী জাতি… প্ৰালয়িকী ছন্দে… অভিনৱ জীৱনৰ সুৰ লয় তালে মানে আলোকময়ী গানে গন্ধে ৷ জাগা নৱ … Read more

Raij Aji Bhawariya Lyrics | Bhupen Hazarika

Song: Raij Aji Bhawariya (ৰাইজ আজি ভাৱৰীয়া) Singer: Bhupen Hazarika Raij Aji Bhawariya Lyrics  Raij Aji Bhawariya Lyrics:— ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ কোনে কি ভাও ল’বা আহাঁ সময় যে তাকৰ আখৰা নেলাগে, নেলাগে পোছাক নঙঠা হৈয়ে আহাঁ ভুকাতুৰ পেটতে গামোচা বান্ধি উন্মাদ হৈয়ে আহাঁ তেহে ৰহণ চৰিব নাটৰ কোনে কি ভাও ল’বা ,আহাঁ সময় যে তাকৰ … Read more

Jodi Kahaniba Xurbur Lyrics | Jitu Sarma

Song: Jodi Kahaniba Xurbur (যদি কাহানিবা সুৰবোৰ) Singer: Jitu Sarma Jodi Kahaniba Xurbur Lyrics Jodi Kahaniba Xurbur Lyrics:— যদি কাহানিবা সুৰবোৰ শেষ হয় এই সৃষ্টিৰদুপৰ বেলা হে সুৰকাৰ কিহেৰে সজাবা পৃথিৱীৰ সুৰৰ মেলা যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ…. যদি মই প্ৰশ্ন কৰোঁ যদি কেতয়াবা ভাষাবোৰ শেষ হয়। নাঁও মেলোতেই ভাব সাগৰত হে কবা তুমি … Read more

Amare Moina Lyrics | Bhupen Hazarika

Song: Amare Moina (আমাৰে মইনা) Singer: Bhupen Hazarika Amare Moina Lyrics Amare Moina Lyrics:— আমাৰে মইনা শুইছে বাৰীতে বগৰী ৰুইছে বাৰীৰে বগৰী পকি সৰা নাই তৰু-তৃণ ধুমুহাই ভাঙিছে।। নেলাগে মোক সোণৰ চপৰা লুভীয়াই নিব তাক হৰি দুখীয়াক যি ফেৰা কৰিলাঁ কৰুণা তাকে যেন নিনিয়া কাঢ়ি।।

Agoli Bahore Lyrics | Bhupen Hazarika

Song: Agoli Bahore (আগলি বাঁহৰে) Singer: Bhupen Hazarika Agoli Bahore Lyrics Agoli Bahore Lyrics:— আগলি বাঁহৰে, লাহৰী গগনা বাজি উঠিল কিয়? আগলি কলৰে, এখিলানো পাত কঁপি উঠিল কিয়? মুকুতিৰ উৰুলি শুনি। অহঙ্কাৰী ৰজাৰ নগৰী কংকাল হʼল কিয়? বন্দীশালৰ শিকলিবোৰ ছিগি পৰিল কিয়? মুকুতিৰ উৰুলি শুনি। ৰাজকাৰেঙৰ ৰঙা চকু নেওচি আহিল কোণ? ডেকা বৰুৱাহে এইজন, মোৰেই কেঁচা সোণ … Read more

Agnire Moi Khela Lyrics | Jyoti Prasad Agarwala

Song: Agnire Moi Khela (অগ্নিৰে মই খেলা) Singer: Jyoti Prasad Agarwala Agnire Moi Khela Lyrics Agnire Moi Khela Lyrics:— অগ্নিৰে মই খেলা খেলিছোঁ মোৰ অগ্নিৰে ধেমালি মোৰ অগ্নিৰে ধেমালি কোনো যদি নাহে নালাগে আহিব, মোৰ অকলশৰীয়া জীৱন উঠিব দীপালী হৈ জ্বলি মোৰ অগ্নিৰে ধেমালি মোৰ তেজৰ এটি দীপেই আই তোক কৰিব সোণালী মোৰ অগ্নিৰে ধেমালি ৷