Assamese Lyrics
Kohuwa Kumol Lyrics | Bhupen Hazarika
Song: Kohuwa Kumol (কঁহুৱা কোমল)
Singer: Bhupen Hazarika
![]() |
| Kohuwa Kumol Lyrics |
Kohuwa Kumol Lyrics:—
কঁহুৱা কোমল উশাহ মোৰ
বন্ধ হʼব খুজিছে,
বন্ধ আকাশ গলি গলিহে
বন্দিনী ৰূপে আহিছে।।
উশাহ কিহৰ
মিঠা মৰমৰ
আকাশ কিহৰ
মিঠা প্ৰণয়ৰ
ব্যাখ্যা কৰাৰ চেষ্টা মিঠা
পিছে দুটি প্ৰাণৰ এটি প্ৰণয়ৰ
সংগম আৰু মিঠা
উন্মুক্ত আকাশ গলি গলি যেন
আলিঙ্গন হৈ পৰিছে।।
যুগ-যুগান্তৰৰ মিলন বাসনাই
মিঠা আমনি কৰিছে
কিছু আশা কিছু নিৰাশা
প্ৰকাশ বিহীন হৈ পৰিছে।
