Tumiye Mur Kalpanare (তুমিয়ে মোৰ কল্পনাৰে) | Lyrics In Assamese | Bhupen Hazarika

Song: Tumiye Mur Kalpanare (তুমিয়ে মোৰ কল্পনাৰে) Singer: Bhupen Hazarika Tumiye Mur Kalpanare Lyrics Tumiye Mur Kalpanare Lyrics:— তুমিয়ে মোৰ কল্পনাৰে হৰিণীনয়না তুমিয়ে মোৰ জীৱনৰে মধুৰ আল্পনা তোমাৰ বাবেই মোৰেই সুৰৰ কতনা মূৰ্চ্ছনা তুমি জানা নে নেজানা ? জীৱন ৰণাঙ্গনত তুমি সাহসৰে তীৰ্থভূমি পৰাজয়ৰ নিৰাশাতো তুমিয়ে সান্ত্বনা তুমি জানা নে নেজানা? জীৱন-বনৰ গভীৰতাত উৎস তুমি সেউজৰে সেই … Read more

Radhasurar Ful Guji (ৰাধাচূড়াৰ ফুল গুজি) | Lyrics In Assamese | Bhupen Hazarika

Song: Radhasurar Ful Guji (ৰাধাচূড়াৰ ফুল গুজি) Singer: Bhupen Hazarika Radhasurar Ful Guji Lyrics Radhasurar Ful Guji Lyrics:— এʼ ৰাধাচূড়াৰ ফুল গুজি ৰাধাপুৰৰ ৰাধিকা চাহ-বাগিচাত ঝুমুৰ নাচি জুগ্‌নুক যাচে ফটিকা। সেই ফটিকা প্ৰেম ফটিকা (তাত) ভেজাল-তেজাল একো নাই। (ই) কৃষ্ণচূড়া ফুলৰ দৰে সঁচা ৰং ছটিয়ায় জুগ্‌নু বোলা শিৰীষ গছত ৰাধা যেন লতিকা। চাহ-বাগিচাত ঝুমুৰ নাচি জুগনুক যাচে … Read more

Amare Xokhiya (আমাৰে সখিয়া) | Lyrics In Assamese | Jyoti Prasad Agarwala

Song: Amare Xokhiya (আমাৰে সখিয়া) Singer: Jyoti Prasad Agarwala About Jyoti Prasad Agarwala Jyoti Prasad Agarwala, a luminary in Assamese culture, was a multifaceted genius—a poet, filmmaker, playwright, and composer. Recognized as the “Rupkonwar” of Assam, his contributions reverberate through the realms of literature, music, and cinema. His pioneering efforts in establishing Assamese cinema with the film … Read more

Xur Kheli Meli Hol (অʼ সুৰ খেলিমেলি হʼল) | Lyrics In Assamese | Bhupen Hazarika

Song: Xur Kheli Meli Hol (অʼ সুৰ খেলিমেলি হʼল) Singer: Bhupen Hazarika Xur Kheli Meli Hol Lyrics Xur Kheli Meli Hol Lyrics:— অʼ সুৰ খেলিমেলি হʼল গৰখীয়া কেনি গʼল? অʼ গৰখীয়া কেনি গʼল? উদং পথাৰ উদং মনৰ গৰখীয়া কেনি গʼল ? উদং কৰা মনৰে মৰম বুকুতে বাজি ৰʼল গৰখীয়া কেনি গʼল? অʼ গৰখীয়া কেনি গʼল ল-ল-ল-ল-ল-ল-লহ্‌ তিহিটি … Read more

Milonore Ei Xubho Khon (মিলনৰে এই শুভ ক্ষণ) | Lyrics In Assamese | Bhupen Hazarika

Song: Milonore Ei Xubho Khon (মিলনৰে এই শুভ ক্ষণ) Singer: Bhupen Hazarika Milonore Ei Xubho Khon Lyrics Milonore Ei Xubho Khon Lyrics:— অ’ …..অ’…..অ’…… মিলনৰে এই শুভ ক্ষণ পখিলা উৰাদি উৰে মন মৰমৰে এই আৱাহন জীৱনৰে মধুৰ লগন। লাজৰে বান্ধোন খুলি যায় যায় বুকুৱে সঁহাৰি পায় পায়। অমৃতময় এই আলিঙ্গন যেনে হৰগৌৰীৰ মহামিলন।। দয়াৱতী পাৰ্বতী আই নধৰিবা … Read more

Sangram Lagne Aji (সংগ্ৰাম লগ্নে আজি) | Lyrics In Assamese | Bhupen Hazarika

Song: Sangram Lagne Aji (সংগ্ৰাম লগ্নে আজি) Singer: Bhupen Hazarika Sangram Lagne Aji Lyrics Sangram Lagne Aji Lyrics:— সংগ্ৰাম লগ্নে আজি শংকা ত্ৰাস ত্যাজি আইস বীৰসৰ দুষ্কৃতি নাশিতে। অগ্নিমন্ত্ৰে দীক্ষা লৈয়া আইস আজি যত দৈত্যকে বধিতে ন্যায় তন্ত্ৰে শিক্ষা লৈয়া আইস আজি যত পশুত্ব ৰোধিতে। সাষ্টাঙ্গে কৰোঁহো প্ৰণাম মাতৃ চৰণতে।। সোণৰে অসমী মাতৃ নাকান্দা নাকান্দা কেনে কান্দা … Read more

Rupoh Konwaror Suma Poroxote (ৰূপহ কোঁৱৰৰ চুমা- পৰশতে) | Lyrics In Assamese | Bishnu Prasad Rabha

Song: Rupoh Konwaror Suma Poroxote (ৰূপহ কোঁৱৰৰ চুমা- পৰশতে) Singer: Bishnu Prasad Rabha Rupoh Konwaror Suma Poroxote Lyrics Rupoh Konwaror Suma Poroxote Lyrics:— ৰূপহ কোঁৱৰৰ চুমা- পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। সোণতে সুৱগা আহি সানি দিলে গোলাপী গালতে ৰঙে চৰাই। সপোনৰে সখা আহি দিলে দেখা দিয়া সখী দিয়া হিয়া বিলাই ।

Bhorir Toluwar Pora (ভৰিৰ তলুৱাৰ পৰা) | Lyrics In Assamese | Bhupen Hazarika

Song: Bhorir Toluwar Pora (ভৰিৰ তলুৱাৰ পৰা) Singer: Bhupen Hazarika Bhorir Toluwar Pora Lyrics Bhorir Toluwar Pora Lyrics:—- ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ দোষতে ভাগে পুনৰ গঢ়িবা তুমিহে বান্ধ’ পুনৰ গঢ়িবা তুমি ৷ যদি পৰিয়ালে তোমাক সঙ্গ এৰে তুমি অকলশৰীয়া হোৱা যদি সৎ কাম কৰি কৰি … Read more

Agni Jugor Firingoti Moi (অগ্নিযুগৰ ফিৰিঙতি মই) | Lyrics In Assamese | Bhupen Hazarika

Song: Agni Jugor Firingoti Moi (অগ্নিযুগৰ ফিৰিঙতি মই) Singer: Bhupen Hazarika Agni Jugor Firingoti Moi Lyrics Agni Jugor Firingoti Moi Lyrics:— অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম। সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম। নৰ-কঙ্কালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম। সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম। নতুন অসম গঢ়িম। ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত। জাতিৰ অহংকাৰ লয় পাব … Read more

Chitralekha Chitralekha (চিত্ৰলেখা চিত্ৰলেখা) | Lyrics In Assamese | Bhupen Hazarika

Song: Chitralekha Chitralekha (চিত্ৰলেখা চিত্ৰলেখা) Singer: Bhupen Hazarika Chitralekha Chitralekha Lyrics Chitralekha Chitralekha Lyrics:— চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা জনজীৱনৰে ৰং শুকুলা মন জীৱনৰে গভীৰ নীলা পাত্ৰ দুটি সজাই লোৱাঁ দুয়োটি ৰং মিলাই লোৱা তুলিকা তুলি লোৱানা!! চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকা না চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকা না এটি দুটি ৰেখাৰে … Read more