Polakhore Rong (পলাশৰে ৰং) | Lyrics In Assamese | Bhupen Hazarika
Song: Polakhore Rong (পলাশৰে ৰং) Singer: Bhupen Hazarika Polakhore Rong Lyrics Polakhore Rong Lyrics:– কথা : ডেকা – পলাশৰে ৰং গীত : গাভৰু – পলাশৰে ৰং কোনেনো সানিলে এই মিঠা সেউজ বননিত ডেকা : আৰু তোমাৰ কোমল চাৱনিত কথা : গাভৰু : জীৱনৰে ৰং ডেকা : জীৱনৰে ৰং পলাশে সানিলে কোমল কোমল ঘাঁহনিত গাভৰু : আৰু তোমাৰ … Read more