Moi Gaan Bisari (মই গান বিচাৰি) | Lyrics In Assamese | Jyoti Prasad Rabha

Song: Moi Gaan Bisari (মই গান বিচাৰি) Singer: Jyoti Prasad Rabha Moi Gaan Bisari Lyrics Moi Gaan Bisari Lyrics:— মই গান বিচাৰি  কোন দেশলৈ যাওঁ বিশ্বসুৰৰ ন ৰূপটো ক’ত বিচাৰি পাওঁ কোন দেশলৈ যাওঁ? পুৱাৰ ৰাগে গুমৰি ক’লে সোণ সন্ধিয়াত পাবি সোণ সন্ধিয়ৰ সুৰে ক’লে তৰা-দেশত চাবি৷ লাজকিৰীয়া গাঁৱৰ সুৰে ক’লে যাবি দূৰ বৰচহৰৰ কাৰেঙ ঘৰত শুই … Read more

Karmai Amar Dharma (কৰ্মই আমাৰ ধৰ্ম) | Lyrics In Assamese | Bhupen Hazarika

Song: Karmai Amar Dharma (কৰ্মই আমাৰ ধৰ্ম) Singer: Bhupen Hazarika Karmai Amar Dharma Lyrics Karmai Amar Dharma Lyrics:— কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম আমি জীৱন-যুঁজত জিকিব লাগিব পিন্ধি সাহসৰ বৰ্ম। স্বাৰ্থপৰৰ লোলুপ আশা, আমি কৰিম খৰ্ব মহামানৱৰ বাণী শিৰে লৈ নাশিম যুঁজৰ গৰ্ব। সুফলা মাটিৰ সৃষ্টিৰ সুৰ, গামেই দেশৰ গৰ্ব পীড়িতজনক আকোঁৱালি লৈ গাঁৱতে পাতিম স্বৰ্গ। … Read more

O Mur Jibonor (অʼ মোৰ জীৱনৰ) | Lyrics In Assamese | Bhupen Hazarika

Song: O Mur Jibonor (অʼ মোৰ জীৱনৰ) Singer: Bhupen Hazarika O Mur Jibonor Lyrics O Mur Jibonor Lyrics:— অʼ মোৰ জীৱনৰ প্ৰিয় লগৰী কওঁ তোমাক আজি কথা এষাৰি। অতীতৰ পৰাজয় পাহৰি পেলাবা পিছলৈ টানিলে ঘূৰি নাচাবা। নিৰাশাৰ কʼলামেঘ ক্ষন্তেকীয়া আমাৰো আশা চিৰদিনীয়া। যৌৱন সেউজ ৰং পাহৰি নেযাবা শুভ আঁচনিলৈ আগবাঢ়িবা। আমাৰো প্ৰেম সৃষ্টিময় ইংগিত চোৱা সৌ জ্যোতিৰ্ময়। … Read more

Tumi Notun Purukh (তুমি নতুন পুৰুষ) | Lyrics In Assamese | Bhupen Hazarika

Song: Tumi Notun Purukh (তুমি নতুন পুৰুষ) Singer: Bhupen Hazarika Tumi Notun Purukh Lyrics Tumi Notun Purukh Lyrics:— তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্রহৰী! কেঁচা জীৱন সোঁতক সিঞ্চন কৰি সজাবা সমাজ নিজ হাতেৰে গঢ়ি। এন্ধাৰ গলিত আলোক বৰষাৰ ঢালিবা তুমি উচ্ছল বাৰি।। মৃত্যুঞ্জয়ী তুমি কৰিবা দমন শোষকৰ দংশন নোহে চিৰন্তন। সঙ্কল্প তোমাৰ হ’বই … Read more

Kakhote Kolosi Loi (কাষতে কলচী লৈ) | Lyrics In Assamese | Bishnu Prasad Rabha

Song: Kakhote Kolosi Loi (কাষতে কলচী লৈ) Singer: Bishnu Prasad Rabha Kakhote Kolosi Loi Lyrics Kakhote Kolosi Loi Lyrics:— কাষতে কলচী লৈ যায় ঐ ৰচকী বাই কাষতে কলচী লৈ যায় ঐ ৰচকী বাই সপোনৰ সঁফুৰা চকুযুৰি লৈ মৰমৰ অমিয়া ভৰাই ঐ ৰচকী বাই  যায় ঐ ৰচকী বাই কাষতে কলচী লৈ যায় ঐ ৰচকী বাই কাষতে কলচী লৈ … Read more

Poka Dhanor Maje Maje (পকা ধানৰ মাজে মাজে) | Lyrics In Assamese | Rudra Baruah

Song: Poka Dhanor Maje Maje (পকা ধানৰ মাজে মাজে)Singer: Rudra Baruah Poka Dhanor Maje Maje Lyrics পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ’ সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালিমাহী।। হিমচেচাঁ বতাহ আহি ধান গ’লে চুমি দাৱানীয়ে হাতত কাঁচি খৰাই ললে তুলি। যাওঁ কি নাযাও খোজেৰে পাওঁ কি নাপাও ভাবেৰে সৰুকিয়া বাট গ’লে বুলি।। … Read more

Liyen Makao (লিয়েনমাকাও) | Lyrics In Assamese | Bhupen Hazarika

Song: Liyen Makao (লিয়েনমাকাও)  Singer: Bhupen Hazarika Liyen Makao Lyrics Liyen Makao Lyrics:— লিয়েনমাকাও– লিয়েনমাকাও কোন কোন পাহাৰ শিখৰতে বাট চাইছা ? সুৰৰ পঁজা কিয় উদং ৰাখিম অকলশৰে মই কিমান কান্দিম তাকে একমনে ভাবিছাঁ । চুলিটাৰি— চুলিটাৰি তাতে তাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছা সেই ৰং লাগি হঁহা শ্বৰাতি বাঁহীৰ সেই ৰং লাগি হঁহা শ্বৰাতি বাঁহীৰ সুৰধ্বনি তুমি … Read more

Kinu Kopal Haadhi (কিনো কপাল সাধি) | Lyrics In Assamese | Bhupen Hazarika

Song: Kinu Kopal Haadhi (কিনো কপাল সাধি) Singer: Bhupen Hazarika Kinu Kopal Haadhi Lyrics Kinu Kopal Haadhi Lyrics:— কিনো কপাল সাধি আহিলি বান্ধ ঘৰ মৰিশালি হʼল। আপোন হাতেৰে ফুলনি পাতিলি থিতাতে মৰহি গল হেʼ।। আকাশৰ মনেৰে জোনক সাবটিলি জোনৰ নুবুজিলি ছল। জোনও লুকালে জোনাকো পলালে সৰিছে চকুলোৰ ধল হেʼ।। গৰু-গাই মাউৰা পাৰহো মাউৰা তাঁতৰ শাল নিমাওমাও হʼল, … Read more

Hu Hu Dhumuha (হু হু ধুমুহা) | Lyrics In Assamese | Bhupen Hazarika

Song: Hu Hu Dhumuha (হু হু ধুমুহা) Singer: Bhupen Hazarika Hu Hu Dhumuha Lyrics Hu Hu Dhumuha Lyrics:— (হু হু ধুমুহা আহিলেও হে মোৰে মনৰ মানুহ, সুখে দুখে তুমি মোৰ সৈতে থাকিবানে–?) হু হু ধুমুহা আহিলেও আকাশ কʼলা মেঘে ছানিলেও ৰিম্‌ঝিম্‌ বৰষুণ পৰিলেও তুমি যেন থাকাঁ মোৰ কাষতে। হু হু ধুমুহা আহিলেও– জীৱনৰ প্ৰথম তৰীত প্ৰথম যাত্ৰী … Read more

Aagoli Botahe (আগলি বতাহে) | Lyrics In Assamese | Nirmal Prabha Bordoloi

“Aagoli Botahe (আগলি বতাহে)” is a beautiful Assamese song written by the legendary Nirmal Prabha Bordoloi, known for her profound contribution to Assamese literature and music. This timeless composition reflects the serene beauty of nature and the emotions it stirs in the human soul. With its poetic lyrics and melodious flow, “Aagoli Botahe” transports listeners … Read more