Aag Barit Fulile (আগবাৰীত ফুলিলে) | Lyrics In Assamese | Bishnu Prasad Rabha
Song: Aag Barit Fulile (আগবাৰীত ফুলিলে) Songer: Bishnu Prasad Rabha Aag Barit Fulile Lyrics Aag Barit Fulile Lyrics:— আগবাৰীত ফুলিলে সোণে মোৰ চম্পা সেউতী মালতী সোণে মোৰ চম্পা গোন্ধৰ গুটিমালী ৰঙাকৈ ৰেৱতা আমোলে মোলে ঐ সোণে মোৰ চম্পা ৷ সোণৰে পখিলা ৰূপৰে পখিলা ফুলনি জিলিকি উৰে সোণে মোৰ চম্পা ৷ ক’ৰে বনৰীয়া ফুটুকা ধুনীয়া চৰায়ে বিনালে অময়া … Read more