Ei Bihure Uruka Nikha (এই বিহুৰে উৰুকা নিশা) | Lyrics By Bhupen Hazarika

Song: Ei Bihure Uruka Nikha (এই বিহুৰে উৰুকা নিশা) Singer: Bhupen Hazarika Ei Bihure Uruka Nikha Lyrics Ei Bihure Uruka Nikha Lyrics:—- গাভৰু : এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে কʼলা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হʼলা। যোৱাটো বিহুতে কথা যে দিছিলা হʼবা মোৰ মনৰে দৰা পষেকৰ পাছতে গুচিয়ে গʼলাগৈ মনটো হʼল মোৰ মৰা। … Read more

Jagroto Manuhor (জাগ্ৰত মানুহৰ) | Lyrics By Bhupen Hazarika

Song: Jagroto Manuhor (জাগ্ৰত মানুহৰ) Singer: Bhupen Hazarika Jagroto Manuhor Lyrics Jagroto Manuhor Lyrics:— জাগ্ৰত মানুহৰ ছাঁ দেখি কিয় দিনে-ৰাতিয়ে উচপ খোৱাঁ ? আলসুৱা আকাশত কুঁৱলীৰ মুখা-পিন্ধা ৰামধনু কেলেই খেদি যোৱাঁ ? ধূলিৰ ধৰাত জীৱন সৰগ ওপজে নতুন ৰহণ পোৱা আলিটিৰ আশে-পাশে মানুহ দেখিবা পদাঘাত নেওচি যোৱাঁ । নতুন মৌচুমীৰ বৰষুণ পৰিছে শুকান ধৰণীত চোৱাঁ। যুগৰ কঠীয়া … Read more

O Amar Gaon (অ’ আমাৰ গাঁও) | Lyrics In Assamese | Jyoti Prasad Agarwala

Song: O Amar Gaon (অ’ আমাৰ গাঁও) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:— অ’ আমাৰ গাঁও ! আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা অ’ আমাৰ গাওঁ । দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰী নহয় পাছ পৰা অ’ আমাৰ … Read more

Ki Je Chandat Holu Bondi (কিযে ছন্দত হʼলো বন্দী) | Lyrics In Assamese | Bhupen Hazarika

Song: Ki Je Chandat Holu Bondi (কিযে ছন্দত হʼলো বন্দী) Singer: Bhupen Hazarika Ki Je Chandat Holu Bondi Lyrics Ki Je Chandat Holu Bondi Lyrics:— কিযে ছন্দত হʼলো বন্দী ইহ জনমটো পাই নোজানো কিমান ভ্ৰমিব লাগিব সঙ্গী কোনো যে নাই।। লঙ্ঘন কৰিব নোৱাৰা নিয়ম লঙ্ঘন কৰিয়ে হায় অনিয়মকে কৰিলোঁ নিয়ম পামনে লক্ষ্য ঠাই। শুনিছোঁ পঙ্কত নেনামিলে নেপায় … Read more

Tihu Hol Tumare Naam (টিহু হʼল তোমাৰ নাম) | Lyrics In Assamese | Bhupen Hazarika

Song: Tihu Hol Tumare Naam (টিহু হʼল তোমাৰ নাম) Singer: Bhupen Hazarika Tihu Hol Tumare Naam Lyrics Tihu Hol Tumare Naam Lyrics:— টিহু হʼল তোমাৰ নাম হওক আনন্দ তোমাৰ লখিমী পথাৰৰ পৰা কৰোঁ নমস্কাৰ।। বড়ো ভাষাৰ ‘ডিহু’ শব্দ হে বিষ্ণু ৰাভাই কোৱা ‘ডি’ মানে পানী আৰু ‘হু’ মানে বোৱা হে’।। ‘ডিহু’ ক্ৰমে ‘টিহু’ হʼল হে’, টিহু নদীৰ … Read more

Dehor Randhre Randhre (দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে) | Lyrics In Assamese | Bhupen Hazarika

Song: Dehor Randhre Randhre (দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে) Singer: Bhupen Hazarika Dehor Randhre Randhre Lyrics Dehor Randhre Randhre Lyrics:— কথাঃ মোৰ জীৱন-ৰথ এবাৰ হঠাতে থমকি ৰৈছিল, এনেতে- গীতঃ দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ তোমাৰ ওঠৰ পৰশে, মোৰ ছন্দে ছন্দে উঠে প্ৰেমৰ সুবাস মন নাচে কিবা হৰষে। বিশ্ব বিজয়ী মোৰ বাটৰুৱা মন বাটেই আছিলে লগৰী, এজুপি তৰুৰ তলতে অলপ … Read more

Piyoli Piyoli (পিয়লী, পিয়লী) | Lyrics In Assamese | Bhupen Hazarika

Song: Piyoli Piyoli (পিয়লী, পিয়লী) Singer: Bhupen Hazarika Piyoli Piyoli Lyrics Piyoli Piyoli Lyrics:— পিয়লী, পিয়লী! কʼতেনো লুকালি মুকুতি যুঁজৰ সেনাপতি? পৰেবতৰ শিখৰতে, ভৈয়ামৰ নামনিতে দেশৰে লʼৰা-বুঢ়াই উচুপিছে দিনে-ৰাতি; আমাৰ পিয়লী বোপাটিৰ নাভাঙিলে কাল ঘুমটি মৰণে লʼলে সাবটি। দেশৰে আকাশত জুইৰে আঁকিলে স্বাধীনতাৰ হাতীপটি। পিয়লীক সুঁৱৰি দিখৌ নৈ থমকে চকু পানী টুকি টুকি মুকুতিৰ শিখা ৰাইজে জ্বলাব … Read more

Soraipungor Kopou Sorai (চৰাইপুঙৰ কপৌ চৰাই) | Lyrics In Assamese | Bhupen Hazarika

Song: Soraipungor Kopou Sorai (চৰাইপুঙৰ কপৌ চৰাই) Singer: Bhupen Hazarika Soraipungor Kopou Sorai Lyrics Soraipungor Kopou Sorai Lyrics:— চৰাইপুঙৰ কপৌ চৰাই জাকে জাকে উৰে। নতুন নতুন মনৰ মানুহ নতুন ৰূপ ধৰে। জিগিজা গিজাও জিগিজা গিজাও ৰঙা জবা ফুল কেঁচা তেজ বিচাৰি কোন বিয়াকুল।। দুই মʼহৰ যুঁজত আজি বিৰিণা বন মৰে এই বিৰিণাৰ কান্দোনক কোনে উলাই কৰে? সেউজ পথাৰত … Read more

Moinajaan Moinajaan (মইনাজান মইনাজান) | Lyrics In Assamese | Bhupen Hazarika

Song: Moinajaan Moinajaan Lyrics (মইনাজান মইনাজান) Singer: Bhupen Hazarika Moinajaan Moinajaan  Lyrics Moinajaan Moinajaan  Lyrics:— মইনাজান মইনাজান লুইত পাৰে হʼলোঁ মইনাজান মইনাজান দিক্ৰং পাৰে হʼলোঁ মইনাজান মইনাজান জিৰালোঁ ঐ নাওবৈচাত। মইনাজান মইনাজান চাকৰি ঐ বিচাৰি মইনাজান মইনাজান এৰোঁ ঘৰ-বাৰী মইনাজান মইনাজান নেথাকোঁ ঐ লখিমীপুৰত। মইনাজান মইনাজান তেজপুৰৰ বৰালী মইনাজান মইনাজান লালুকৰে কান্ধুলী মইনাজান মইনাজান কেনেকৈনো মিহলি হʼল? … Read more

Jibon Ghorir Pratitu Pal (জীৱন ঘড়ীৰ প্ৰতিটো পল) | Lyrics In Assamese | Bhupen Hazarika

Song: Jibon Ghorir Pratitu Pal (জীৱন ঘড়ীৰ প্ৰতিটো পল) Singer: Bhupen Hazarika Jibon Ghorir Pratitu Pal Lyrics Jibon Ghorir Pratitu Pal Lyrics:— জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গʼল নিঃসঙ্গতা পৰুৱা এটি মাথোঁ তাতে পৰি ৰʼল।। তেজত আজি ৰক্ত কণিকা কিয় জানো কমি গʼল ! দংশনৰত বীজাণুৰ দল মোৰ যে লগৰী হʼল। বিলম্বিত লয়, শূন্যতা ভৰা সুৰ … Read more