Ei Bohag Jolonto Arun Lyrics | Bhupen Hazarika
Song: Ei Bohag Jolonto Arun (এই বʼহাগ জ্বলন্ত অৰুণ) Singer: Bhupen Hazarika Ei Bohag Jolonto Arun Lyrics Ei Bohag Jolonto Arun Lyrics:— এই বʼহাগ জ্বলন্ত অৰুণ এই বʼহাগ দুৰন্ত তৰুণ। পুৰণি শত শত বʼহাগ মাহৰ জহি-খহি যোৱা মূল্যবোধৰ মৈদাম খান্দি খান্দি হাড়বোৰ নিকা কৰি অস্ত্ৰ সাজি সাজি লৈ নিশ্বাস কোনে বাৰু হাঁহি হাঁহি শোষণ সেনানীৰ কৰিছে বিনাশ? … Read more