O Bandhoi (অʼ বান্ধৈ) | Lyrics By Bhupen Hazarika

Song: O Bandhoi (অʼ বান্ধৈ) Singer: Bhupen Hazarika O Bandhoi Lyrics O Bandhoi Lyrics:— অʼ বান্ধৈ তাঁতৰ শালৰ শিপিনী অʼ বান্ধৈ ৰাধা নে অʼ ৰুক্মিণী অʼ বান্ধৈ বিজুলিৰে চাৱনি দেখি মনে ৰাইজাই কৰে।। অʼ বান্ধৈ হোজা-চহা ডেকা মই ৰʼদত ঘামো-জামো ঐ অʼ বান্ধৈ সজাওঁ-পৰাওঁ পথাৰ মনে মোৰ কইনা বিচাৰে।। অʼ বান্ধৈ সোণ খটোৱা ঢোলবিৰি অʼ বান্ধৈ মিনা … Read more

Aami Nohou Mathu Lyrics | Assamese Songs | Bhupen Hazarika

Song: Aami Nohou Mathu ( আমি নহওঁ মাথোঁ) Singer: Bhupen Hazarika Aami Nohou Mathu Lyrics Aami Nohou Mathu Lyrics:—  আমি নহওঁ মাথোঁ ক্ৰন্দনৰত গঢ়িম শক্তি সন্মিলিত মানুহে মানুহে মিলি মহাঅজগৰৰূপী মহাবান্ধ সাজি সাজি পানীৰ ঔদ্ধত্যক চূৰ্ণ কৰিম। পাগলী পাগলী দেওধনীজনীৰ উলঙ্গ নৃত্যক সভ্য কৰিম বিজ্ঞানেৰে দুৰ্ব্বাৰ গতিক শক্তিত পৰিণত কৰি আমিয়েই মানুহৰ কল্যাণ ধৰালৈ আনিম। মানুহে মানুহে মিলি মহাঅজগৰৰূপী … Read more

Brahmaputrar Duti Par Lyrics | Bhupen Hazarika Songs

Song: Brahmaputrar Duti Par (ব্ৰহ্মপুত্ৰৰ দুটি পাৰ) Singer: Bhupen Hazarika Brahmaputrar Duti Par Lyrics Brahmaputrar Duti Par Lyrics:— ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে চন্দ্ৰৰ বুকুলৈ মানুহ যাবলেʼ ওলালে । মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলেʼ আমি অকণি ওলামেই দলে দলে ওলামেই কʼৰবাত কেনেবাকেʼ ডাঙৰ সকল নোলালে। ডাঙৰ ডাঙৰসকলক পোহৰৰ সমাজখন অবিশ্বাসৰ এন্ধাৰেৰে কেতিয়াবা ঢাকিলে আমি সৰু … Read more

Hohosro Jone Muk Lyrics | Bhupen Hazarika

Song: Hohosro Jone Muk (সহস্রজনে মোক) Singer: Bhupen Hazarika Hohosro Jone Muk Lyrics Hohosro Jone Muk Lyrics:— সহস্রজনে মোক প্রশ্ন কৰে মোৰ প্রেয়সীৰ নাম মালবিকা নে লিপিকা নে মল্লিকা । অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কওঁ নহয় মালৱিকা বা লিপিকা বা হৈমন্তী বা মল্লিকা ।। সহস্রজনে মোক প্রশ্ন কৰে আমাৰ চেনেহ, আমাৰ মৰম কিয় ফল্গু হ’ল ? বহির্জগতৰ অদেখা … Read more

O Toi Obuj Mon Lyrics | Bhupen Hazarika

Song: O Toi Obuj Mon (অʼ তই অবুজ মন) Singer: Bhupen Hazarika O Toi Obuj Mon Lyrics O Toi Obuj Mon Lyrics:—  অʼ তই অবুজ মন চেনেহৰ বাট নিচিনিলি সঁচা বাট বিচাৰি যাওঁতে চাবি যেন নপৰ অবাটে পিছলি।। প্ৰেমৰ অৰ্থ দুটি মানুহ একেটি মনৰ দুটি মানুহ; দুটি মনৰ একেটি সুৰ, এটিৰ শূন্যতা আনটোৰে পূৰ। এইষাৰ কথা … Read more

Bohudinor Agote Lyrics | Bhupen Hazarika

Bohudinor Agote Lyrics - Bhupen Hazarika

Bohudinor Agote Lyrics by Bhupen Hazarika Song: Bohudinor Agote (বহুদিনৰ আগতে) Singer: Bhupen Hazarika Bohudinor Agote Lyrics:—- বহুদিনৰ আগতে গধূলিৰে পৰতে তোমাৰ ৰূপহ শিখা দেখা আজিও পৰে মনত হে। মোৰে সৰু পঁজাতে নেমেলা খিৰিকীতে তুমি আহি মাত দিলা ধুনীয়া নিশাতে কʼলীয়া ধুমুহাৰে শত শত বিপদে তোমাৰ মোৰ সপোনখিনি কঁপালে গছকতে। আমাৰ চেনেহ সাগৰৰে দেখি সাহস জোৱাৰতে বিপদৰ … Read more

Bukur Tezere Likha Gaan Lyrics- Jyoti Prasad Agarwala

Song: Bukur Tezere Likha Gaan (বুকুৰ তেজেৰে লিখা গান) Singer: Jyoti Prasad Agarwala Bukur Tezere Likha Gaan Lyrics Bukur Tezere Likha Gaan Lyrics:— বুকুৰ তেজেৰে লিখা গান মোৰ  চকুৰ পানীৰে নমচিবি চকুৰ পানীৰে লিখা গান মোৰ আলৈ আথানি নকৰিবি৷ মোৰ, সুৰৰ চুমাত কোন কোন সাৰ পাৱ? মোৰ গান শুনি, কোন কোন ভোল যাৱ? মই কোৱা সেই জোনাকী … Read more

Rong Diya Morom Lyrics- Zubeen Garg

Song: Rong Diya Morom (ৰং দিয়া মৰম) Singer: Zubeen Garg Rong Diya Morom Lyrics Rong Diya Morom Lyrics ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে দিঠকক বলাব জানো ৰং দিয়া মৰম … Read more

Snehe Amar Lyrics – Bhupen Hazarika

Bhupen Hazarika stands as an iconic figure in Indian music, celebrated not only for his enchanting melodies but also for his multifaceted contributions as a composer, singer, filmmaker, and cultural icon. Born in 1926 in Assam, Hazarika’s musical journey traversed various genres, blending Assamese folk music with contemporary styles, creating a distinctive and timeless sound. … Read more

Rambha Menoka Kimba Juthika Lyrics By Jayanta Hazarika

Song: Rambha Menoka Kimba Juthika (ৰম্ভা, মেনকা কিম্বা যুথিকা) Singer: Jayanta Hazarika Rambha Menoka Kimba Juthika Lyrics By Jayanta Hazarika Rambha Menoka Kimba Juthika Lyrics By Jayanta Hazarika:— ৰম্ভা, মেনকা কিম্বা যুথিকা নামবোৰ নাজানো ভাই হংস গামিনী ইমান ৰমণী কলিজা ধপে ধপায়। তঁহতৰ লাজ কাজ নাই যা! গাভৰুক জোকাব নাপায়। সাইলাখ ৰাম হে আমি মেন বাৱণ কৰিছোঁহি … Read more