Mathu Tumi Lyrics | Angaraag Mahanta

Song: Mathu Tumi (মাথো তুমি) Singer: Angaraag Mahanta  Mathu Tumi Lyrics Mathu Tumi Lyrics:— মোৰ হিয়াৰ ভাজে ভাজে তুমি মাথো তুমি ৰুনজুন এই হৃদয়ত শব্দ কাৰ পায়েলৰ সঘনে দিনবোৰ এতিয়া তোমাৰ ৰাতিয়েও আনে জোৱাৰ গোপনে তুমি সপোন মোৰ তুমি জীৱন মোৰ উশাহতো আছা তুমি মোৰে হিয়াৰ ভাজে ভাজে মাথো তুমি মাথো তুমি যদিও দূৰ এই আকাশ  তুমিতো ওচৰ তুমিয়ে জোনাকী মোৰ দিয়া  পোহৰ তুমি নহ’লে এই চহৰ লাগে  সমাধি এই সপোনৰ জুমি চাওঁ তোমাৰ দুচকুলে বিচাৰো নদী মৰমৰ তুমি সপোন মোৰ  তুমি জীৱন মোৰ উশাহতো আছা তুমি মোৰে হিয়াৰ ভাজে ভাজে মাথো তুমি মাথো তুমি তোমাৰ কাষত কিনো পাওঁ নুসুধিবা নিৰৱ উঠে নকলেও বুজিটো পোৱা তুমি পৰি মোৰ সৰগৰ এচুৱা আকাশ মৰমৰ ৰৈ যোৱানা বুকুতে মোৰ বৰষা তুমি সৰতৰ তুমি সপোন মোৰ  তুমি জীৱন মোৰ উশাহতো আছা তুমি মোৰে হিয়াৰ ভাজে ভাজে মাথো তুমি মাথো তুমি ৰুনজুন এই হৃদয়ত … Read more

Moni Nobow Lyrics | Vreegu Kashyap New Assamese Song

Song: Moni Nobow (মনি নবৌ) Singer: Vreegu Kashyap Moni Nobow Lyrics Moni Nobow Lyrics:— দেওবৰীয়া বজাৰলে মনি নবৌ সদায় আহে মোৰেনো লগৰবোৰে জোকাই নবৌক ধেমালিতে এ নবৌ কেনে আছে ভনীজনি ভালেই চাগে কথাটি নেপাহৰো মইওঁ জানা সোধিবলে ভনীয়েকৰ কথা সোধাত উঠি যায় নবৌৰ খং ভাৱে চাগে ভনীতকৈ মই হ’লো কম দেওবৰীয়া বজাৰলে মনি নবৌ সদায় আহে মোৰেনো লগৰবোৰে জোকাই নবৌক ধেমালিতে এ বায়েৰৰ ঘৰলে এ খুলখালি সদায় চোন বাট ধৰিছা ভিনি ভিনি বুলি এ খুলখালি আমাৰো মন মোহিছা একেখন ঘৰলৈ নে একেখন গাওঁলৈ মন মেলিছা গাওঁ ডেকা মাজত এ খুলখালি কুকুৰাঁ যুঁজ পাতিছা ভনীয়েকৰ কথা শুনি উঠি যায় মনি নবৌৰ খং ভাৱে চাগে ভনিতকৈ মই কিহতনো বাৰু কম দেওবৰীয়া বজাৰলে মনি নবৌ সদায় আহে মোৰেনো লগৰবোৰে জোকাই নবৌক ধেমালিতে এই ঘটিল এই ঘটনা সিদিনা দুপৰীয়া হঠাৎ আমাৰ দাদাই চোন লগালে হুৱা দুৱা এই ঘটিল এই ঘটনা সিদিনা দুপৰীয়া হঠাৎ আমাৰ দাদাই চোন লগালে হুৱা দুৱা আমিবোৰ আকৌ ভাৱি … Read more

Mini Tor Piche Piche Lyrics | Achurjya Borpatra | New Assamese Song

Song: Mini Tor Piche Piche (এ মিনি তৰ পিছে পিছে) Singer: Achurjya Borpatra Mini Tor Piche Piche Lyrics Mini Tor Piche :–Piche Lyrics:— এ মিনি তৰ পিছে পিছে এ মিনি তৰ পিছে পিছে এ মিনি তৰ পিছে পিছে ছোৰা পাগলা এ মিনি তৰ পিছে পিছে মই ভি দিবানা এ মিনি তৰ আঁখ মে কাঁজল মজা লাগেলা এ মিনি তৰ চলিয়া নজৰ বেষ্ট লাগেলা আৰে… এ মিনি দেখে দেখে তকে মিনি ধিৰে ধিৰে প্য়াৰ জাগেলা এ মিনি তৰ পিছে পিছে এ মিনি তৰ পিছে পিছে ঝিলিক ঝালাক শাৰী তকে আনি দিব গৰি পিন্ধিকে তই নাচবো মিনি গৰমকে ৰাতি ঝিলিক ঝালাক শাৰী তকে আনি দিব গৰি পিন্ধিকে তই নাচবো মিনি গৰমকে ৰাতি দিন-ৰাতি তকে গৰি মনে পৰে ৰে তৰ কথা ভাবি ৰে এ মিনি মৰ চাথি হ’বি নাই ৰে… এ মিনি তৰ পিছে পিছে এ মিনি তৰ পিছে পিছে I know you know Arre baba ke don’t … Read more

Mur Kothai Amoni Korene Lyrics By Zubeen Garg | New Assamese Hit Song

Song: Mur Kothai Amoni Korene (মোৰ কথাই আমনি কৰেনে) Singer: Zubeen Garg Mur Kothai Amoni Korene Lyrics Mur Kothai Amoni Korene Lyrics:— মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তুনা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে তুমি কিয় এনে কৰিলা এৰা….খুতি এৰা দি এৰিলা মোৰ কথায়ে আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তুনা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা যাবৰে সময়ত একোকে নক’লা কিদৰে থাকিম নাভাবিলা যাবৰে সময়ত উভতি নাচালা কিদৰে পাহৰিম নুবুজিলা নপৰে মনতে আঁতৰি দূৰে দূৰে চকুলোঁ বাগৰেনে দুগালেৰে মোলৈ মনত পৰিলে এ…. এ…. এ…. এ…. তুমি নিজানত বহিলে মোৰ কথায়ে আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তুনা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা গুলাপৰে পুলি তুমিয়েটো ৰুলা গুৰিতিনে ৰুতিক চিঙি দিলা সুখে-দুখে থাকিম তুমি কথা দিলা চিনাকী নহওঁতে আতঁৰিলা নপৰেনে মনতে আঁতৰি দূৰে দূৰে চকুলোঁ বাগৰেনে দুগালেৰে মোলৈ মনত পৰিলে এ…. এ…. এ…. এ…. তুমি নিজানত বহিলে মোৰ কথায়ে আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তুনা দিয়েনে … Read more

Panchana Lyrics – Kanchanjangha | Zubeen Garg and Panchana Rabha

Song: Panchana (পানছানা) Singer: Zubeen Garg and Panchana Rabha Movie: Kanchanjangha Panchana Lyrics Panchana Lyrics:— পানছানা দালৈ মান্দাৰিনা দালৈ ও কাইদা লাই বকিয়াল দুগ দুগুৰ দুগ দুগুৰ ৰিংঙে তাৰ তুৰপুৰচে ও ও মানদাই পানছানা দালৈ মান্দাৰিনা দালৈ ও কাইদা লাই বকিয়াল দুগ দুগুৰ দুগ দুগুৰ ৰিংঙে তাৰ তুৰপুৰচে ও ও মানদাই কলিজাৰ কাৰেং ভাঙি সপোনৰ সমাধি পাতি যাতনাৰ খৰং সিঁচি পৰাণৰ কবিতা ফালি উৰুঙা হাহাকাৰে মোক জুকায় ক’লেহি তুমি নাই ক’তো নাই পানছোনাৰ দুলা দুগ দুগুৰ দুগ দুগুৰ সবদে দুৰলৈ যায় ৰঙালি আঙুলিৰ পাহিতে সোনালি আঙুঠিৰ হাঁহিয়ে নাসাজিলে ঘৰ সুখৰ সুৱৰি অতীতৰ বাঁহিয়ে বিছাৰি ল’ৰালিৰ প্ৰিতিৰে পাহৰিলে সুৰ নিজম গুমুথা গুমুথা আকাশে বুকুতে জিৰায় উৰুঙা উৰুঙা উশাহে নিজকে জলায় পানছোনাৰ দুলা গৰকি মোহাৰি যায় অসময় সময়ৰ পলকে ক’লেহি নিয়তিৰ কাণতে নিজানো নিজম নহয় সপোনৰ সমাধিৰ এঙাৰে ক’লেহি পোহৰৰ কাণতে এন্ধাৰো নিজম নহয় ধুমুহাৰ কুকুহা বতাহত কুৱঁলি ক’ত মৰমৰ মালিতা বুকুতে মলঙি গ’ল পানছোনাৰ দুলা গুলুঙৰ আমঠু … Read more

Kopi Uthe Kio Tajmahal Song Lyrics | Bhupen Hazarika

Song: Kopi Uthe Kio Tajmahal (কঁপি উঠে কিয় তাজমহল) Singer: Bhupen Hazarika Kopi Uthe Kio Tajmahal Song Lyrics Kopi Uthe Kio Tajmahal Song Lyrics:— মহিলাঃ হায় হায় হায় দুয়োঃ কঁপি উঠে কিয় তাজমহল ? পুৱতি নিশাৰ আজানৰ সʼতে আজান পুৰুষঃ যমুনাত তুলি শত-ধুমুহাৰ কোলাহল তাজমহল! তাজমহল!! মহিলাঃ ই যে ছাহজাহানৰ হিয়াৰ আজান পুৰুষঃ অʼ মমতাজ জান! অকলশৰীয়া … Read more

Ei Bohag Jolonto Arun Lyrics | Bhupen Hazarika

Song: Ei Bohag Jolonto Arun (এই বʼহাগ জ্বলন্ত অৰুণ) Singer: Bhupen Hazarika Ei Bohag Jolonto Arun Lyrics Ei Bohag Jolonto Arun Lyrics:— এই বʼহাগ জ্বলন্ত অৰুণ এই বʼহাগ দুৰন্ত তৰুণ। পুৰণি শত শত বʼহাগ মাহৰ জহি-খহি যোৱা মূল্যবোধৰ মৈদাম খান্দি খান্দি হাড়বোৰ নিকা কৰি অস্ত্ৰ সাজি সাজি লৈ নিশ্বাস কোনে বাৰু হাঁহি হাঁহি শোষণ সেনানীৰ কৰিছে বিনাশ? … Read more

Ami Biplob Potholoi Aguwam Lyrics | By Bishnu Prasad Rabha

Song: Ami Biplob Potholoi Aguwam (আমি বিপ্লৱ পথলৈ আগুৱাম) Singer: Bishnu Prasad Rabha Ami Biplob Potholoi Aguwam Lyrics Ami Biplob Potholoi Aguwam Lyrics:— আমি বিপ্লৱ পথলৈ আগুৱাম আমি বিপ্লৱ পথলৈ আগুৱাম বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰাৰ মুক্তি কামী সৰ্বহাৰাৰ মুক্তি কামী বিজয়ৰ জয় গান গাই যাম আমি বিপ্লৱ পথলৈ আগুৱাম আমি বিপ্লৱ পথলৈ আগুৱাম শত শত জনতাৰ … Read more

Aanor Karone Jibon Lyrics | Bhupen Hazarika

Song: Aanor Karone Jibon (আনৰ কাৰণে জীৱন) Singer: Bhupen Hazarika Aanor Karone Jibon Lyrics Aanor Karone Jibon Lyrics:— আনৰ কাৰণে জীৱন-শলিতা কিমান জ্বলাবা আৰু আৰু কিমান বাকী আছে ? আনৰ কাৰণে কলিজাৰ তেজ কিমান ঢালিবা আৰু আৰু কিমান বাকী আছে? নিজৰ কাৰণে ভাবিবলৈ আহৰি নাই নাই নাই তোমাৰ সোঁৱৰালোঁ শতবাৰ। প্ৰতি ঊষা শোণিতেৰে কত পট আঁকা সেই পটে … Read more

Aalfuliya Kumoliya Lyrics | Bhupen Hazarika

Song: Aalfuliya Kumoliya (আলফুলীয়া কুমলীয়া) Singer: Bhupen Hazarika Aalfuliya Kumoliya Lyrics Aalfuliya Kumoliya Lyrics:— আলফুলীয়া কুমলীয়া চেনেহৰ অকণি বীৰ অʼ মোৰ চেনেহৰ অকণি বীৰ । তোমাৰ দেশৰ বীৰ লাচিতে শতৰু কৰি ছিৰাছিৰ সুজলা সুফলা পূব ভাৰতীৰ উজলাই ৰাখিলে শিৰ। ভাৰতে পূজিলে শিশু শঙ্কৰক কোমল কবিতা লিখনীৰ তুমিও ৰচিবা এটি দুটি আখৰেৰ সৰু ভাব অকণি মনৰ। অʼ মোৰ … Read more