Xarodi Kumol Lyrics | শাৰদী কোমল | Munmi Borah

Song: Xarodi Kumol (শাৰদী কোমল) Singer: Munmi Borah Xarodi Kumol Lyrics Xarodi Kumol Lyrics:— শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিতিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে জুৰিতিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে এই বতাহ জাকে  শেৱালি ফুলৰ সুবাস আনে এই নিয়ৰ বোৰে চিনাকী মনৰ বাতৰি আনে সৌ তৰালিও উজলিল জোনাকিও জিলমিল তুমি কিয় অহা নাই সৌ তৰালিও উজলিল জোনাকিও জিলমিল তুমি কিয় অহা নাই তোমাক পাবলে মন উতলা কৰে শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিতিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে বন কহুৱা বন নিৰৱ বনত অকলসৰে যাৰ সপোন ছবি জুৰিৰ নীলা পানীত ভাহে সৌ সিদিনাৰ কথাবোৰ মৰমৰ হাঁহিবোৰ মনে মনে দেখা পায় সৌ সিদিনাৰ কথাবোৰ মৰমৰ হাঁহিবোৰ মনে মনে দেখা পায় তোমাক পাবলে মন উতলা কৰে শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিতিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে মন উতলা কৰে মন উতলা কৰে

Logon Ukoli Gol Lyrics | লগন উকলি গ’ল | Bishnu Prasad Rabha

Song: Logon Ukoli Gol (লগন উকলি গ’ল) Singer: Bishnu Prasad Rabha Logon Ukoli Gol Lyrics Logon Ukoli Gol Lyrics:— লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা কিমান হেঙুলি উশা কিমান জোনালি নিশা মিছাতেই গ’ল মোৰ কিমান গধুলি পুৱা তেওঁ যে নহ’ল কোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা মলয়াই কাণে কাণে মনৰ বাতৰি আনে মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে শুনিছানে সেই সুৰ প্ৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান ভালপোৱা ভালপোৱা তেওঁ যে নহ’ল কোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা

Axom Amar Rupohi Lyrics | অসম আমাৰ ৰূপহী | Bhupen Hazarika

Song: Axom Amar Rupohi (অসম আমাৰ ৰূপহী) Singer: Bhupen Hazarika Axom Amar Rupohi Lyrics Axom Amar Rupohi Lyrics:— অসম আমাৰ ৰূপহী  গুনৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসম আমাৰ ৰূপহী  গুনৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও  অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নাপাও ইমান ৰসাল মাটি চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ অ’ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ। পাহাৰ ভৈয়াম একে … Read more

Mitha Mitha Kothare Lyrics | মিঠা মিঠা কথাৰে | Zubeen Garg

Song: Mitha Mitha Kothare (মিঠা মিঠা কথাৰে) Singer: Zubeen Garg Mitha Mitha Kothare Lyrics Mitha Mitha Kothare Lyrics:— মিঠা মিঠা কথাৰে মন ভোলালি লাহে লাহে আহি মোৰ আপোন হ’লি ঐ সপোনা]ৰ কাৰেঙত আছ যে উমলি ত‍ই ন’হলে আজি একোৱেই ভাল নালাগে মোৰ মিঠা মিঠা কথাৰে মন ভোলালি লাহে লাহে আহি মোৰ আপোন হ’লি ঐ অ’ লৈ যা … Read more

Zubeen Garg Anamika Lyrics | অনামিকা

Song: Anamika (অনামিকা ) Singer: Zubeen Garg Zubeen Garg Anamika Lyrics Zubeen Garg Anamika Lyrics:—- হাহিলে তুমি মুকুতা মণি সৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজলি আছা বহুদিনৰে পৰা নিশা জাগি সাচিছো যে তোমালৈ মন মাধুৰী উথলি উঠা মৰমে গোপনে হিয়া আৱৰে বেদনাৰ আকাশ ভাঙি মন কিয় … Read more

Sonali Monor Malikoni Lyrics | সোণালী মনৰ মালিকণী | Zubeen Garg

Song: Sonali Monor Malikoni (সোণালী মনৰ মালিকণী) Singer: Zubeen Garg Sonali Monor Malikoni Lyrics Sonali Monor Malikoni Lyrics:—- সোণালী মনৰ মালিকণী সোণালী সপোন দিয়া আনি চুটি চুটি খোজ দি লাহে লাহে আহিছা কাজলে মেৰা দুচকু লাজেৰে তুলিছা ধপ ধপ কৰে বুকু মোৰ জ্বলে মন মোৰ কৰাহি যুৰ প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ তোমাৰ ভাৱনাই বুকুত … Read more

Koliya Meghe Lyrics | কলিয়া মেঘে | Zubeen Garg

Song: Koliya Meghe (কলিয়া মেঘে) Singer: Zubeen Garg  Koliya Meghe Lyrics Koliya Meghe Lyrics:— কলিয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ অভিমানী মন গুছাবলৈ কি জানো কৰো ক’বানে ঐ আলেঙে আলেঙে নিবিছাৰো অনবৰত প্ৰীতিৰে ধৰো হিয়াৰে ভৰালত মৰম শালিধান ডুলিয়ে ডুলিকৈ লৈয়ে যাবা জান আকুলতাত দিয়াহি মোক এষাৰি মাতে ঐ মোলৈ নোচোৱা নে কাষত ৰ’লেও আজি … Read more

Puar Hahi Lyrics | পুৱাৰ হাঁহি | Jetuka Pator Dore | Zubeen Garg

Song: Puar Hahi (পুৱাৰ হাঁহি) Singer: Zubeen Garg Movie: Jetuka Pator Dore Puar Hahi Lyrics Puar Hahi Lyrics:—- পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে তোমাৰ ওঠত মনৰ বাতৰিয়ে বৰনি বৰনি এহেজাৰ ধৌ তোলে জেতুকা পাতৰ দৰে মোকো বুলাই দিয়ানে দিয়ানে দিয়ানে পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে থুনুক থানাক সেই ….. ল’ৰালি কোমল কত’না খেলাৰ ক্ষন ….. আজিও জীপাল জেতুকা পাতৰে ৰঙা ৰঙা বুল অকনি হাতত মিঠা মিঠা আঁদৰে দোলা দি গ’ল এধানি মনত পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে প্ৰথম মৰমৰ …… আগলি বেলাত এবাৰ চাই মাথো ……. চোঁৱাৰ পৰত সৰু সৰু দুৰু দুৰু লাহে লাহে বহিলাহি ৰঙ ৰঙ ৰিমিঝিমি ৰিমিঝিমি আৱেগে ধোৱালেহি দেহ-মন পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে … Read more

Diya Ghurai Diya Lyrics | দিয়া ঘূৰাই দিয়া | Zubeen Garg

Song: Diya Ghurai Diya (দিয়া ঘূৰাই দিয়া) Singer:  Zubeen Garg Diya Ghurai Diya Lyrics Diya Ghurai Diya Lyrics:—- দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক আইতাৰে সাধু তৰালি সৰা চোতাল সেইয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী অ’ আমি আমিয়েই চোন পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন আনা ঘূৰাই আনা ধৰা নিভাজ হিয়াৰ শেৱালি পাহিত দুভৰি থুনুক থানাক সেইয়াই … Read more

Pakhitei Pakhi Logai Lyrics | পাখিতেই পাখি লগাই | Zubeen Garg

Song: Pakhitei Pakhi Logai (পাখিতেই পাখি লগাই) Singer: Zubeen Garg Pakhitei Pakhi Logai Lyrics Pakhitei Pakhi Logai Lyrics:—- পাখিতেই পাখি লগাই উৰিবলে মন দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন এথৰ দুথৰ মোৰ হেপাহৰ মুঠি এমুঠি তোমাৰ আদৰৰ তাতেই নাচি ৰ’ব দুই জোনাকি মন কোন অমানিশা কোনোবা এন্ধাৰে আগচিব খুজিলে মোক অজানিতে তোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহি ইটো … Read more