Song: Puar Hahi (পুৱাৰ হাঁহি) Singer: Zubeen Garg Movie: Jetuka Pator Dore Puar Hahi Lyrics Puar Hahi Lyrics:—- পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে তোমাৰ ওঠত মনৰ বাতৰিয়ে বৰনি বৰনি এহেজাৰ ধৌ তোলে জেতুকা পাতৰ দৰে মোকো বুলাই দিয়ানে দিয়ানে দিয়ানে পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে থুনুক থানাক সেই ….. ল’ৰালি কোমল কত’না খেলাৰ ক্ষন ….. আজিও জীপাল জেতুকা পাতৰে ৰঙা ৰঙা বুল অকনি হাতত মিঠা মিঠা আঁদৰে দোলা দি গ’ল এধানি মনত পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে প্ৰথম মৰমৰ …… আগলি বেলাত এবাৰ চাই মাথো ……. চোঁৱাৰ পৰত সৰু সৰু দুৰু দুৰু লাহে লাহে বহিলাহি ৰঙ ৰঙ ৰিমিঝিমি ৰিমিঝিমি আৱেগে ধোৱালেহি দেহ-মন পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে … Read more