Osto Akakhore Lyrics | অস্ত আকাশৰে | Bhupen Hazarika
Song: Osto Akakhore (অস্ত আকাশৰে) Singer: Bhupen Hazarika Osto Akakhore Lyrics:— অস্ত আকাশৰে সপোন ৰহণ সানিক্লান্ত লুইতৰে হেঙুলীয়া পানী।বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়। কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰেময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায়। দুয়ো পাৰে কত মানুহ, কত যে ইতিহাসকত যুগৰ, শত আশা-নিশাৰে নিশ্বাস। লক্ষ্য যদি দিগন্ত শিল্পী হে’ তোমাৰপদুমৰে পানচৈ চপোৱাঁ এবাৰদেখিবা, জীৱনৰে দিগন্ত অপাৰ।বেলি যে … Read more