Kajol Lota Tumare Nam Lyrics | কাজল লতা তোমাৰে নাম | Zubeen Garg
Song: Kajol Lota Tumare Nam (কাজল লতা তোমাৰে নাম) Singer: Zubeen Garg Kajol Lota Tumare Nam Lyrics:— কাজল লতা কাজল লতা তোমাৰে নাম, শীতলতা নাই, কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় । কাজল লতা তোমাৰে নাম, শীতলতা নাই, কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় । -খোজত বোলে পদুম ফুলে নাই দেখা নাই -খোজত বোলে পদুম … Read more