O Kuliti Lyrics | অ’ কুলিটি | Bhupen Hazarika

Published on February 17, 2020

Song: O Kuliti (অ’ কুলিটি)

Singer: Bhupen Hazarika

O Kuliti Lyrics:—

অ’ কুলিটি
কি গাইছাঁ
পিয়া পিয়া পিয়া নহয়
হিয়া দিয়া নিয়া

কৌটিকালৰ বনানি অপাৰ
নিজৰাৰ কঁপনি হেজাৰ
আই ঐ, তুমি মোৰ নে কাৰোবাৰ
কথা দিলোঁ, সদায় তোমাৰ
এই আশাতে, আনন্দতে
কিবা হয় ভুল
মদাৰ গছত যেন, এজাৰৰে ফুল

আগুৱাওঁ অহোৰাত্রি
অনন্ত সুৰৰে যাত্রী
নাহে যেন দুখ-ৰাত্রি
হওঁক নিতে ন-সৃষ্টি
তুমি গাই যোৱা
গীত মই লিখোঁ
মিঠা কবিতা
সেউজৰে সৰক সোণালী সবিতা