Akakh Akakh Lyrics | আকাশ আকাশ | Angaraag Mahanta (Papon)

Song: Akakh Akakh (আকাশ আকাশ) Song: Angaraag Mahanta (Papon) Akakh Akakh Lyrics Akakh Akakh Lyrics:— আকাশ আকাশ তোমাৰ কথা ডাৱৰ ডাৱৰ মোৰ মন, সাঁথৰ সাঁথৰ তোমাৰ চকু পাতল পাতল মোৰ উম, তাকৰ তাকৰ তোমাৰ আশাত বাখৰ হ’ব মোৰে বাট….. আকাশ আকাশ তোমাৰ কথা ডাৱৰ ডাৱৰ মোৰ মন; নিশা যিমানেই গভীৰ হ’ব সিমানে আশা বাঢ়ি যাব, নিশা যিমানেই গভীৰ … Read more

Nila Akakh Lyrics | নীলা আকাশ | Angaraag Mahanta (Papon)

Song: Nila Akakh (নীলা আকাশ) Singer: Angaraag Mahanta (Papon) Nila Akakh Lyrics Nila Akakh Lyrics:— নীলা আকাশ, মেঘৰ আবাস, বৰণীয়া পোহৰ এজাক, ই ক’ৰপৰা আহি আছে ! নেজানো একোকে, সঁচা-মিছা….. অতি চিনাকি এজাক বৰষুণ, নামিলেহি মোৰ চোতালতে, অতি চিনাকি অনুভূতিবোৰ, বাগৰ সলায় মোৰ হৃদয়তে, মোৰ মনক জোকায়, সেই বৰষুণজাকৰ দৰে সিও গুচি যায়, বৰ অসহায়, অসহায় লাগে … Read more

Mon Uroniya Pokhi Lyrics | মন উৰণীয়া পক্ষী | Angaraag Mahanta (Papon)

Song: Mon Uroniya Pokhi (মন উৰণীয়া পক্ষী) Singer: Angaraag Mahanta (Papon) Mon Uroniya Pokhi Lyrics Mon Uroniya Pokhi Lyrics:– মন উৰণীয়া পক্ষী, হেৰুৱা ঠিকনা বিছাৰি, পাখি মেলো দূৰ নীলিমলে, দিগন্তৰ সীমনালে, মন উৰণীয়া পক্ষী….. উৰি উৰি উৰি গধূলি, পাওঁগৈ মই ঠাই যিখনি, তাতে লওঁ জিৰণি, নিশাটিৰ হওঁ আলহী….. নতুন পুৱাই জগাই দিয়ে, সপোনে আকৌ ৰিঙিয়াই মাতে, মন … Read more

Tumarei Jen Lyrics | তোমাৰেই যেন | Angaraag Mahanta | Papon

Song: Tumarei Jen (তোমাৰেই যেন) Singer: Angaraag Mahanta (Papon) Tumarei Jen Lyrics Tumarei Jen Lyrics:— তোমাৰেই যেন, আজি এই ৰাগে, নিয়ঁৰটো ৰং সানে; বুজা নুবুজা বহু  অবুজ আবেশ, নিযঁৰৰেই দৰে…. নাজানো কিয় নামে এই এন্ধাৰ আজি, কিয়নো সপোন ভাগে, তোমাৰেই আশা মাঁথো দুচকুতে মোৰ, নাজানো মনে কি বিচাৰে; তোমাৰেই যেন, আজি এই ৰাগে, নিয়ঁৰটো ৰং সানে; বুজা … Read more

Ejak Botahe Lyrics | এজাক বতাহে | Angaraag Mahanta | Papon

Song: Ejak Botahe (এজাক বতাহে) Singer: Angaraag Mahanta Ejak Botahe Lyrics Ejak Botahe Lyrics:— এজাক বতাহে ক’লে আহি, মই নভবা কথাবোৰ, এটি ফুলে কান্দি কান্দি, ক’লেহি মনৰ কথাবোৰ, মৰম কিদৰে এজাক ধুমুহা হৈ, বিছাৰি ফুৰিছে মোক, এজাক বতাহে ক’লে আহি, মই নভবা কথাবোৰ, এটি ফুলে কান্দি কান্দি, ক’লেহি মনৰ কথাবোৰ… হাতত তোমাৰ ধৰি হাত, পাৰ হৈ অহা … Read more

Nistobdho Nishar Lyrics | নিস্তব্ধ নিশাৰ | Angaraag Mahanta | Papon

Song: Nistobdho Nishar (নিস্তব্ধ নিশাৰ) Singer: Angaraag Mahanta Nistobdho Nishar Lyrics Nistobdho Nishar Lyrics:— নিস্তব্ধ নিশাৰ জিলিয়ে মোক ৰাতিপুৱালে লগ দিলে, আকৌ এবাৰ উভটি চালো যে মই ইমান অকলশৰীয়া, আ আ আ…. কত সঁচা জীৱনৰ মিছা হৈ পৰিছে, একেবোৰ মিছাকে লৈ সঁচাকৈ হাঁহিছে, কত সঁচা জীৱনৰ মিছা হৈ পৰিছে, একেবোৰ মিছাকে লৈ সঁচাকৈ হাঁহিছে, জানো কেতিয়া পুৱাব … Read more

Jilikabo Luitore Paar | জিলিকাব লুইতৰে পাৰ | Lyrics | Bhupen Hazarika

Song: Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ) Singer: Bhupen Hazarika Jilikabo Luitore Paar Lyrics Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ) Lyrics:—- জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেঁটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতী নিজৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দিপালীয়ে, জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ…. সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ, সাঁচিপাতে ভাষা … Read more

Foot Godhulite Lyrics | ফুট গধূলিতে | Bhupen Hazarika

Song: Foot Godhulite (ফুট গধূলিতে) Singer: Bhupen Hazarika Foot Godhulite Lyrics Foot Godhulite Lyrics:— ফুট গধূলিতে কপিলি খুতিত কোন গোৰ্খালি গাভৰুৰে গাইজনী হেৰায়, সেই গাইজনীনো কেনে তুলনাযে নাই হেনো সেই চাপৰিত তাইৰমান গাখীৰতী নাই কাঞ্চীয়ে ৰিঙিয়ায় অ’ বগী গাই অ’ লক্ষ্মী গাই হে তুমি দেখোন নাহিলে ব্যৱসায়ো নাই, সেই মিঠা মাতৰ চিঞঁৰে কপিলি কপায়, মিঠা মাতৰ চিঞঁৰে … Read more

Siro Jugomiya Dhou Tuli Lyrics | চিৰযুগমীয়া ঢৌ তুলি | Bhupen Hazarika

Song: Siro Jugomiya Dhou Tuli (চিৰযুগমীয়া ঢৌ তুলি) Singer: Bhupen Hazarika Siro Jugomiya Dhou Tuli Lyrics Siro Jugomiya Dhou Tuli Lyrics:— চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি চিৰ নতুন পানচৈ উটি যায়, জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি সময় নদীত পথ আঁকি আঁকি যায়, অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে, চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি… অ’ অ’ … Read more