Gupute Gupute Bhupen Hazarika Lyrics | গুপুতে গুপুতে | Assamese | Bhupen Hazarika
Song: Gupute Gupute (গুপুতে গুপুতে) Singer: Bhupen Hazarika Gupute Gupute Lyrics Gupute Gupute Bhupen Hazarika Lyrics:—- গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা, চতিয়াওঁ আহা আকাশে-বতাহে দুয়োৰে ৰঙৰে মেলা, গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা…. সমাজ আৰু সংস্কাৰক দেখুৱাওঁ আহা প্ৰিয়া, লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া, যৌৱনত জানো পাপ থাকে প্ৰকাশ জানো বন্ধ থাকে … Read more