Monoloi Ubhoti Ahe Lorali Lyrics (মনলৈ উভতি আহে ল’ৰালি) | Zubeen Garg

Monoloi Ubhoti Ahe Lorali Lyrics (মনলৈ উভতি আহে ল’ৰালি) | Zubeen Garg

Song Name: Monoloi Ubhoti Ahe Lorali (মনলৈ উভতি আহে ল’ৰালি)Singer: Zubeen GargMovie Name: Daag Monoloi Ubhoti Ahe Lorali Lyrics (মনলৈ উভতি আহে ল’ৰালি) মনলৈ উভতি আহে ল’ৰালি,তোৰে মোৰে এটি এটি ধেমালি,আছিলো তোৰে মৰমত খেলি,মোৰো ভাল লাগে তাকে সোৱৰি, অ অ … মনলৈ উভতি আহে ল’ৰালি, তোৰে মোৰে এটি এটি ধেমালি…… তোকে লৈ দেখো ম‍ই মোৰ বুকুৰে এটি এটি সপোন,আৱেগে উপচে … Read more

Namami Brahmaputra Lyrics ( নমামী ব্ৰহ্মপুত্ৰ ) – Assamease

Discover the powerful Namami Brahmaputra Lyrics (নমামী ব্ৰহ্মপুত্ৰ) by Manmatha Baishya. Explore the profound verses of this Assamese song celebrating the Brahmaputra river. Namami Brahmaputra Song Details প্রণামো ব্ৰহ্মপুত্ৰগীতৰ কথা: মন্মথ বৈশ্য The Lyrics Namami Brahmaputra::: প্রণামো ব্ৰহ্মপুত্ৰ নমামী ব্ৰহ্মপুত্ৰ….ক্ষণে শান্ত , তুমি ক্ষণে ৰুদ্ৰ…. পলে পলে নৱ নৱ চিত্ৰ,ও চিৰ প্ৰবাহিত,বৈ যোৱা বৈ যোৱা,ব্রহ্মাৰে পুত্ৰ … Read more

Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Lyrics | zubeen Garg

Explore the heartfelt Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) lyrics by Zubeen Garg. Delve into the emotional depth of this beautiful Assamese song. Song Name: Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Singer: Zubeen Garg Album: Hiya Diya Niya Nohole Porichoy (নহ’লে পৰিচয় হিয়াৰে) Lyrics:: নহ’লে পৰিচয় হিয়াৰে,চিনাকি জানো কোনো হ’ব পাৰে,নহ’লে পৰিচয় হিয়াৰে,চিনাকি জানো কোনো হ’ব পাৰে,ল’ৰালিৰ ঘাটে … Read more

Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics | Angaraag Mahanta

Song Name: Jonake Bisare Ki (জোনাকে বিচাৰে কি)Singer: Angaraag Mahatnta Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics::: জোনাকে বিচাৰে কি, ফাগুনী বতাহে সোৱৰাই কি, তোমাকে তোমাকে তোমাকে তোমাকে, তোমাকে তোমাকে তোমাকে তোমাকে,জোনাকে বিচাৰে কি ….. দোকমোকালি পুৱা কুলিৰ বিননি, বেদনাই আহি দুচকু তিয়ায়, ডাৱৰে আৱৰে সপোন মোৰ, বতাহে নিলে উৰুৱাই, জোনাকে বিচাৰে কি….. জোনাকৰ ৰাতি তিৰবিৰ … Read more

Paror Pokhit Gathi Dilo ( পাৰৰ পাখিত গাথিঁ দিলো ) Lyrics | Khagen Mahanta

Song Name: Paror Pokhit Gathi Dilo ( পাৰৰ পাখিত গাথিঁ দিলো ) Singer: Khagen Mahanta Album: Chinaki Geet Vol – II The Paror Pokhit Gathi Dilo Lyrics::: পাৰৰ পাখিত গাথিঁ দিলো, ফুলাম চিঠিখনি, জনাও বুলি জগতখনক বিহুৰ ওলগনি। পাৰৰ পাখিত গাথিঁ দিলো, ফুলাম চিঠিখনি, জনাও বুলি জগতখনক বিহুৰ ওলগনি। লিখিছোঁ তাত কি কি মাত, শুনি ভাল পাওঁ, … Read more

Maa aami sadiyaloi ( মা আমি শদিয়ালৈ যামেই ) Lyrics | Khagen Mahanta

Maa aami sadiyaloi ( মা আমি শদিয়ালৈ যামেই )Singer:- Khagen MahantaLyrics:- Khagen MahantaComposer:- khagen Mahanta The Maa aami sadiyaloi Lyrics::: মা আমি শদিয়ালৈ যামেই, মা আমি সতফুল খামেই, বান্ধিম মা বান্ধিম কেঁচা পাতত লোণ । মা আমি শদিয়ালৈ, যামেই, মা আমি সতফুল খামেই, মা আমি শদিয়ালৈ, যামেই, মা আমি সতফুল খামেই | শদিয়া নো কি ৰিং এটাৰ … Read more

Tumi Dusokut Kajol Lole ( তুমি দুচকুতে কাজল ল’লে ) Assamese Lyrics | Zubeen Garg

Song Name: Tumi Dusokut Kajol LoleSinger: Zubeen Garg Tumi Dusokut Kajol Lole Lyrics::: তুমি দুচকুতে কাজল ল’লে, তুমি দুবাহুতে দুবাহু থ’লে… তুমি দুচকুতে কাজল ল’লে, তুমি দুবাহুতে দুবাহু থ’লে… পিৰীতি শীৰে শীৰেনামিছে ধীৰে ধীৰেলগালা দেহে মনে জীয়া জীয়া জুই… তুমি দুচকুতে কাজল ল’লে, তুমি দুবাহুতে দুবাহু থ’লে… তুমি দুচকুতে কাজল ল’লে, তুমি দুবাহুতে দুবাহু থ’লে… … Read more

Tumi Suwa Jetiya ( তুমি চোৱা যেতিয়া ) Lyrics by Zubeen Garg

Singer: Zubeen Garg Song Name: Tumi Suwa Jetiya The Tumi Suwa Jetiya Lyrics::: তুমি চোৱা যেতিয়া দুচকু তুলি, মোৰ আকাশ ভাঙি নামে বিজুলি, ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে, তুমি চুলেই যে বসন্ত, ধুমুহাও যে প্ৰশান্ত, তোমাৰ মাজত দিগন্ত, সৃষ্টিৰ অপৰুপ অনন্ত | ******************** ASSAMESE LYRICS *************** মেঘালি চুলি তাৰিত, ধৌ খেলে ৰ’দ দাৰি, হাহিত মিচিকনি, সোনাৰুৰ … Read more

Kajal Lata (কাজল লতা) Assamese Lyrics Sung by Manna Dey Music by Dr. Bhupen Hazarika

Song Name: Kajal Lata (কাজল লতা)  Artist: Manna Dey (মান্না দে’)  Music by: Dr. Bhupen Hazarika  Year: 1972   The Lyrics::: কাজল লতা তোমাৰে নাম, শীতলতা নাই, কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায়… কাজল লতা তোমাৰে নাম, শীতলতা নাই, কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায়… ******************** ASSAMESE LYRICS *************** খোজত বোলে পদুম ফুলে … Read more

Akuli Bikuli (আকুলি বিকুলি) Lyrics from the Assamese film Priyar Priyo sung by Zubeen Garg & Nahid Afrin

Movie : Priyar PriyoSinger : Zubeen GargSong : আকুলি বিকুলি The Lyrics:: আকুলি বিকুলি হিয়া মোৰে বাউলিশেৱালী আবেলি বুকুতে আছে ফুলি… দুভৰিৰ উলাহে একো নামানে আজিউথলি উথলি জোনাকো নাচে আজি… এতিয়া বুকুত তুমি জোন হৈজোন হৈ. এতিয়া হৃদয় জ্বলি সোণ হয়সোণ হয়… এতিয়া বুকুৰ পথাৰ সেউজ হৈসেউজ হৈ… এতিয়া মনত তুমি ফুল হৈফুল হৈ… আকুলি বিকুলি … Read more