Bhupen Hazarika
Kajal Lata (কাজল লতা) Assamese Lyrics Sung by Manna Dey Music by Dr. Bhupen Hazarika
Song Name: Kajal Lata (কাজল লতা)
Artist: Manna Dey (মান্না দে’)
Music by: Dr. Bhupen Hazarika
Year: 1972
The Lyrics:::
কাজল লতা তোমাৰে নাম, শীতলতা নাই,
কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায়…
কাজল লতা তোমাৰে নাম, শীতলতা নাই,
কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায়…
******************** ASSAMESE LYRICS ***************
খোজত বোলে পদুম ফুলে নাই দেখা নাই
খোজত বোলে পদুম ফুলে নাই দেখা নাই
আঁচলৰে বা-ই মাথোঁ মন উৰুৱাই,
শুকান পাতত(**পাতৰ) দৰে মাথোঁ, হওঁ অসহায়….
******************** ASSAMESE LYRICS ***************
কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় ….
কাজল লতা তোমাৰে নাম, শীতলতা নাই,
কাজল সনা দুচকুৱে জুই ছটিয়ায় জুই ছটিয়ায় …
******************** ASSAMESE LYRICS ***************
কথাত বোলে বৰষে মৌ, নাই শুনা নাই,
প্ৰাণৰ ভাষা আজি চাগে তুমি শিকা নাই,
কথাত বোলে বৰষে মৌ, নাই শুনা নাই,
প্ৰাণৰ ভাষা আজি চাগে তুমি শিকা নাই
মৰমৰে বতৰ আছিল, তাতো নিৰুপায়….
******************** ASSAMESE LYRICS ***************
কাজল সনা দুচকুৱে জুই ছটিয়ায়,জুই ছটিয়ায়…