Baideu Baideu Lyrics By Jyoti Prasad Agarwala

Song: Baideu Baideu (বাইদেউ বাইদেউ) Singer: Jyoti Prasad Agarwala Baideu Baideu Lyrics Baideu Baideu Lyrics:— বাইদেউ বাইদেউ ৰজাৰ জী আইদেউ! দোলাখন আনি দে যাওঁ, বাইদেউৰ দৰাটো ফেৰেকাঠেঙীয়া ধিনিকি ধিন্দাও দাও ৷৷

Barixar Borokhun Lyrics By Jyoti Prasad Agarwala

Song: Barixar Borokhun (বাৰিষাৰ বৰষুণ) Singer: Jyoti Prasad Agarwala Barixar Borokhun Lyrics  Barixar Borokhun Lyrics:— বাৰিষাৰ বৰষুণ, কিনো কৱ গুণগুণ কিনো গাৱ ৰুণৰুণ কি বজাৱ জুন্‌জুন্‌  বাৰিষাৰ বৰষুণ আকাশত পাখি মেলি উৰি ফুৰা আশাই জীৱনৰ সপোনৰ কয়নে কিবা কথা ধাৰাসাৰে নামি অহা ভাষাই ভাষাই ৷ তোৰ বিননিত মই এটি শবদীয়া ভাষা বাৰে বাৰে শুনো তাকে লেখি তাকে … Read more

Barixare Ghon Ghor Lyrics By Jyoti Prasad Agarwala

Song: Barixare Ghon Ghor (বাৰিষাৰে ঘন ঘোৰ) Singer: Jyoti Prasad Agarwala Barixare Ghon Ghor Lyrics Barixare Ghon Ghor Lyrics:— বাৰিষাৰে ঘন ঘোৰ  বজালি প্ৰাণত মোৰ কিনো উদাসীন সুৰ? পবন অ’ উৰুৱাই তাক… নিবিনো কত দূৰ? শূইন জীৱন অ’ মোৰ উটি যাৱ কোনো ফালে কোন আকুলতে পাবি কূল? আকাশ পৱন জোৰা একেখনি ছবি অ’ কৰি থবি মোৰ এই … Read more

Bijuli Saki Jolile Lyrics By Jyoti Prasad Agarwala

Song: Bijuli Saki Jolile (বিজুলী চাকি জ্বলিল) Singer: Jyoti Prasad Agarwala Bijuli Saki Jolile Lyrics Bijuli Saki Jolile Lyrics:— বিজুলী চাকি জ্বলিল ঘৰে ঘৰে            কাৰ সাধনাত সুন্দৰ নামি জগত পোহৰ কৰে সেই বিজুলি জ্বলক আজি গাঁৱৰ ঘৰে ঘৰে ৷ কোন প্ৰতিভাত সুন্দৰ নামি জনৰ মনত আলোককম্প কৰে কাৰ গানৰ সুৰত হুন্দৰ হাঁহি … Read more

Bijuli Batire Saki Joluwa Lyrics By Jyoti Prasad Agarwala

Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা ) Singer: Jyoti Prasad Agarwala Bijuli Batire Saki Joluwa Lyrics Bijuli Batire Saki Joluwa Lyrics:— বিজুলি বাঁতিৰে চাকি জ্বলোৱা    কোঠাত কৰিলি কি? পঢ়িলি, শুনিলি, জানিলি, বুজিলি আৰু নতুনৰ সৃষ্টি কৰিলি যি ? বিজ্ঞানৰ তই ফুল পাতেৰে সজালি ফুলৰ দানি নৱজীৱনৰ এই প্ৰকাশক আপুনি লৈছোঁ মানি বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে … Read more

O Xuworoni Lyrics By Jyoti Prasad Agarwala

Song: O Xuworoni (অ’ সোৱৰণি) Singer: Jyoti Prasad Agarwala Drama: Karengor Ligiri  O Xuworoni Lyrics  O Xuworoni Lyrics:— অ’ সোৱৰণি সমিধান দিয়া, শাঁত কৰি প্ৰাণৰ অগনি ৷ নিৰ্ব্বাক অতীতৰ, গোপন কুঞ্জ এৰি, আহা মৌসনা সোঁৱৰণি ৷ উৰুৱাই মনৰ মাজলৈ সুৱৰ্ণৰে পাখি ৷ পাহৰণি-পদুমৰ মন্ত্ৰদূত, পাহি মেলি মেলি ৷

Mur Dhuniya Xopun Lyrics By Jyoti Prasad Agarwala

Sing: Mur Dhuniya Xopun (মোৰ ধুনীয়া সপোন) Singer: Jyoti Prasad Agarwala Mur Dhuniya Xopun Lyrics Mur Dhuniya Xopun Lyrics:— অজেয়… মোৰ ধুনীয়া সপোন ফুৰে কাঁইটীয়া বনত ৰঙা তেজৰ মণি-মুকুতা অৰুণ ৰঙা বৰণৰ উজলি জ্বলে কাঁইটে ফুটা, জেঙে বিন্ধা পদুম চৰণত ৷ তাই এই দিঠকৰ মুখত সানে সোণ পোহৰৰ গুৰি আপচু এই বাস্তৱতেই ৰূপান্তৰৰ মন্ত্ৰ শুনাই, ন পোহৰৰ … Read more

Andhakar Puhor Bisora Lyrics By Jyoti Prasad Agarwala

Song: Andhakar Puhor Bisora (অন্ধকাৰ! পোহৰ বিচৰা) Singer: Jyoti Prasad Agarwala Andhakar Puhor Bisora Lyrics Andhakar Puhor Bisora Lyrics:— অন্ধকাৰ! পোহৰ বিচৰা কবিয়ে মই শিল্পীয়ে তোক কৰিছোঁ নমস্কাৰ জানো জানো অ’ অন্ধকাৰ        তয়ো মোৰে দৰে পোহৰ বিচাৰি কৰিছ হাহাকাৰ ৷ বাৰে বাৰে কৰিছোঁ নমস্কাৰ ৷ পোহৰ যেতিয়া সূৰুযৰ সতে সোণ দেশলৈ যায় তই বেজাৰত … Read more

Agnire Moi Khela Khelisu Lyrics By Jyoti Prasad Agarwala

Song: Agnire Moi Khela Khelisu (অগ্নিৰে মই খেলা খেলিছোঁ) Singer: Jyoti Prasad Agarwala Agnire Moi Khela Khelisu Lyrics Agnire Moi Khela Khelisu Lyrics:— অগ্নিৰে মই খেলা খেলিছোঁ মোৰ অগ্নিৰে ধেমালি মোৰ অগ্নিৰে ধেমালি কোনো যদি নাহে নালাগে আহিব, মোৰ অকলশৰীয়া জীৱন উঠিব দীপালী হৈ জ্বলি মোৰ অগ্নিৰে ধেমালি মোৰ তেজৰ এটি দীপেই আই তোক কৰিব সোণালী মোৰ … Read more

Aaideur Bulonit Lyrics By Jyoti Prasad Agarwala

Song: Aaideur Bulonit (আইদেউৰ বুলনিত) Singer: Jyoti Prasad Agarwala Aaideur Bulonit Lyrics Aaideur Bulonit Lyrics:—- আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকেমিকায় ৷ জোনাকী বাটেদি চিত্ৰলেখীয়ে ন জীৱনৰে ফুলে ফুলায় ৷ আইদেউৰ যঁতৰত সুৰে গুণগুণালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্বলে মনে তৰা আইদেউৰ বুকু কঁপায় ৷