Gyanor Sokure Lyrics By Jyoti Prasad Agarwala

Song: Gyanor Sokure (জ্ঞানৰ চকুৰে) Singer: Jyoti Prasad Agarwala Gyanor Sokure Lyrics Gyanor Sokure Lyrics:— জ্ঞানৰ চকুৰে যেয়ে জ্ঞানৰ চকুৰে যেয়ে পৃথিৱী চাবি স্বৰ্গ বিচাৰি পাবি ৷ নজনাৰপৰা অহা তই কোন এই পৃথিৱীতে এই ফুলনিতে তই বন-ভাত খাবি ৷ মহা শিল্পীয়ে ৰচিলে পৃথিৱী ফুলনি …. তই যে মানুহ আহিলি শিল্পী পৃথিৱী ধুনীয়া কৰা আজি জান অন্তৰে অন্তৰে … Read more

Junuwali Nikhar Lyrics By Jyoti Prasad Agarwala

Song: Junuwali Nikhar (জোনোৱালী নিশাৰ) Singer: Jyoti Prasad Agarwala  Drama: Xun Pokhili Junuwali Nikhar Lyrics Junuwali Nikhar Lyrics:– জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায়! জিক্‌মিক্‌ জিক্‌মিক্‌ কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণকজুণুককৈ নূপুৰ বজায় ৷ পাখি কৰে ৰুণ্‌ ৰুণ্‌ গান গায় গুণ্‌ গুণ্‌ হাঁহি হাঁহি দেখুৱাই অঁকাবকা চকামকা ৰঙা সপোন ৷৷

Junaki Karengot Lyrics By Jyoti Prasad Agarwala

Song: Junaki Karengot (জোনাকী কাৰেঙত) Singer: Jyoti Prasad Agarwala Drama: Nimati Koina Junaki Karengot Lyrics Junaki Karengot Lyrics:— জোনাকী কাৰেঙত কোনে বীণ বায় ? জোনাকী কাৰেঙত কোনে বীণ বায় ? পোহৰে পোহৰে হাঁহি বিলায় ! আমাৰ নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব ফুলাই ? আমাৰ নিমাতীজনী নীলা সাগৰৰ হীৰা মণি আৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি … Read more

Junor Junak Bhal Puwa Lyrics By Jyoti Prasad Agarwala

Song: Junor Junak Bhal Puwa (জোনৰ জোনাক ভাল পোৱা) Singer: Jyoti Prasad Agarwala Junor Junak Bhal Puwa Lyrics Junor Junak Bhal Puwa Lyrics:— জোনৰ জোনাক ভাল পোৱা জোনৰ জোনাক ভাল পোৱা  পখিলা এটা আছে জোন দেখিলে উৰি উৰি ফুৰ্‌ফুৰ্‌কৈ নাচে ৷ বেলি দেখিলে পাতৰ আঁৰত জোন দেখিলে আপোন সুৰত নিশা ফুলা শেৱালি ফুলক চুবকে’ মৰম যাচে গোটেই … Read more

Junor Junak Lyrics By Jyoti Prasad Agarwala

Song: Junor Junak (জোনৰ জোনাক) Singer: Jyoti Prasad Agarwala Junor Junak Lyrics Junor Junak Lyrics:— জোনৰ জোনাক চোতালে চোতালে জোনৰ জোনাক চোতালে চোতালে ফুৰে বেলিৰ পোহৰ বনে উপবনে ঘূৰে মোৰ গানে নৈ তেজৰ সোঁতত বিজুলি সঞ্চাৰে  আঘাত কৰি বাৰে বাৰে ৷ মোৰ গানৰ লগত ভাবৰ আগ্নি যায় সেই অগ্নিয়ে নিৰাশা পুৰি ছাখাৰ কৰি আশাৰ প্ৰদীপ জ্বলায় ৷৷

Junor Jeuti Fulonit Pori Lyrics By Jyoti Prasad Agarwala

Song: Junor Jeuti Fulonit Pori (জোনৰ জেউতি ফুলনিত পৰি) Singer: Jyoti Prasad Agarwala Junor Jeuti Fulonit Pori Lyrics Junor Jeuti Fulonit Pori Lyrics:— জোনৰ জেউতি ফুলনিত পৰি জোনৰ জেউতি ফুলনিত পৰি  পাতৰ আঁৰত লুকাই পুৱাৰ নিয়ঁৰে চকুপানী টুকি দুবৰি বনতে শুকাই ৷ আন্ধাৰৰ বুকুতে তৰা জকেমকাই পুৱা পোহৰতে নুমাই কোনে ডাৱৰৰে বুকুত জিকেমিকাই আকাশত বিজুলীয়াই? কোনে গধূলি … Read more

Juire Ki Xur Lyrics By Jyoti Prasad Agarwala

Song: Juire Ki Xur (জুইৰে কি সুৰ) Singer: Jyoti Prasad Agarwala Juire Ki Xur Lyrics Juire Ki Xur Lyrics:— জুইৰে কি সুৰ লিখি যাৱ জুইৰে কি সুৰ লিখি যাৱ        তোৰ বিজুলী বহ্নি বৰষা গান কিয় গাৱ, কিয়া গাৱ? অ’ মোৰ মনৰ বলিয়া কোন, জুই কুঁৱৰীৰ অগ্নি বীনৰ সুৰ তোৰ সপোনে সপোনে পুৰ সেইহে আজি … Read more

Juire Aakili Tora Akakhot Lyrics By Jyoti Prasad Agarwala

Song: Juire Aakili Tora Akakhot (জুইৰে আঁকিলি তৰা আকাশত) Singer: Jyoti Prasad Agarwala Juire Aakili Tora Akakhot Lyrics Juire Aakili Tora Akakhot Lyrics:— জুইৰে আঁকিলি তৰা আকাশত জুইৰে আঁকিলি তৰা আকাশত          জুইৰে আঁকিলি তৰা কোন কাহানিৰে পৰা ? কোন কাহানিৰে পৰা আকাশত আঁকিলি তৰা… আন্ধাৰ পোহৰ কৰা ? পৃথিৱী আঁকিলি ইমান ফুলৰে শেৱালি … Read more

Jibone Jibone Moi Lyrics By Jyoti Prasad Agarwala

Song: Jibone Jibone Moi (জীৱনে জীৱনে মই) Singer: Jyoti Prasad Agarwala Jibone Jibone Moi Lyrics Jibone Jibone Moi Lyrics:— জীৱনে জীৱনে মই পাতিলোঁ পূজা জীৱনে জীৱনে মই পাতিলোঁ পূজা কোনেও নুবুজা, মই মন্ত্ৰ মাতিলোঁ মাথোঁ তয়ে ময়ে বুজা ৷ আজি সেই মন্ত্ৰ ভাঙি পাতি ক’ম জনতাৰ আশাৰ ফুলসৰা তয়ে ময়ে পাতো যিটি অভিনৱ কথা সিয়ে হ’ক জনতাৰ … Read more

Jibonot Jodi Jola Nai Lyrics By Jyoti Prasad Agarwala

Song: Jibonot Jodi Jola Nai (জীৱনত যদি জ্বলা নাই) Singer: Jyoti Prasad Agarwala Jibonot Jodi Jola Nai Lyrics Jibonot Jodi Jola Nai Lyrics:– জীৱনত যদি জ্বলা নাই তোৰ জীৱনত যদি জ্বলা নাই তোৰ  নবীন অগ্নি শিখা জনতাৰ যদি কপালত তই এতিয়া দেখা নাই  অৰুণৰ সেই জ্বলন্ত হাঁহিৰে  প্ৰদিপ্ত ভাগ্যলিখা ৷ প্ৰগতি বাটৰ বাটৰুৱা বুলি কৈ নুফুৰিবি তই … Read more