Jir Jir Koi Buwa Nijora Lyrics By Jyoti Prasad Agarwala

Song: Jir Jir Koi Buwa Nijora (জিৰ জিৰকৈ বোৱা নিজৰা) Singer: Jyoti Prasad Agarwala  Jir Jir Koi Buwa Nijora Lyrics Jir Jir Koi Buwa Nijora Lyrics:—- জিৰ জিৰকৈ বোৱা নিজৰা জিৰ – জিৰকৈ বোৱা নিজৰা  আন কৰে বতৰা ? তোৰ বগা ফেনৰ উদবাউলী হিয়া তোৰ কুল – কুলনিৰ সুৰটো মোৰ মনটো হৰি নিয়া তোৰ কঁপা পানীত পৰি … Read more

Janu Janu Xundor Lyrics By Jyoti Prasad Agarwala

Song: Janu Janu Xundor (জানো জানো সুন্দৰ) Singer: Jyoti Prasad Agarwala  Janu Janu Xundor Lyrics Janu Janu Xundor Lyrics:— জানো জানো সুন্দৰ জানো জানো সুন্দৰ    পৃথিৱীয়ে তোক চিনি নাপায় নিজৰ মুখনি যি দাপোনত কোন কালে নিজে দেখা নাই….. তাৰে ছবি আঁকি মই তাৰে আগতে দিলে সিনো কেনেকৈ চিনি পায় ? মই মোক চিনি পালে তোকে চিনি … Read more

Jibonot Joto Gan Galu Lyrics By Jyoti Prasad Agarwala

Song: Jibonot Joto Gan Galu (জীৱনত যত গান গালোঁ) Singer: Jyoti Prasad Agarwala Jibonot Joto Gan Galu Lyrics Jibonot Joto Gan Galu Lyrics:— জীৱনত যত গান গালোঁ জীৱনত যত গান গালোঁ সেই গানবোৰে মোক ঘূৰি আহি সুধিলে নতুন দিনৰ বাবে মোৰ কবিটিয়ে বাৰু কাক লিখিলে ? হুমুনিয়াহ পেলাই মই কাকো লিখা নাই বুলি ক’লে কবিটিয়ে কাকো লিখা … Read more

Jilika Pakhire Lyrics By Jyoti Prasad Agarwala

Song: Jilika Pakhire (Jilika Pakhire) Singer: Jyoti Prasad Agarwala Drama: Rupalim Jilika Pakhire  Lyrics Jilika Pakhire  Lyrics:— জিলিকা পাখিৰে অ’ সোণ ম’ৰা চৰাই ৰঙা সেউজীয়া তৰা ফুটুকীয়া তোৰ গোট গাৱতে অ’ সোণ ম’ৰা চৰাই ! জুৰিটিৰ পাৰতে ঠেও ধৰি তোৰ মৰমতে মৰো অ’ সোণ ম’ৰা চৰাই !!

Janu Janu Lyrics By Jyoti Prasad Agarwala

Song: Janu Janu (জানো জানো) Singer: Jyoti Prasad Agarwala Drama: Nimati Koina Janu Janu Lyrics  Janu Janu Lyrics:– জানো জানো জানো বিফলে নাযায় মোৰো গানো ৷ মোৰ য’ত অশ্ৰুজল তীৰ্থ জলেৰে মিলি উজলিব পৃথিৱীৰ কোষায় কোষায় জানো জানো জানো  ৷ মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান জানো জানো জগাব সি বিশ্বৰ প্ৰাণো ৷ অকলশৰীয়া সেই … Read more

Jana Gana Mon Jyoti Lyrics By Jyoti Prasad Agarwala

Song: Jana Gana Mon Jyoti (জনগণমন জ্যোতি) Singer: Jyoti Prasad Agarwala Jana Gana Mon Jyoti Lyrics Jana Gana Mon Jyoti Lyrics:— জাগে জাগে জাগে জনগণমন জ্যোতি জাগে জাগে জাগে জনগণমন জ্যোতি গগনে গগনে জ্বলে বালাৰ্ক দ্যুতি জাগে গণমন জ্যোতি ৷ আজি মুকুলিত জনসাধনা আজি সুফুলিত জনকামনা অনুপশমিত আজি সঞ্চিত যাতনা ৷ আজি কুসুমিত জন চেতনা প্ৰশমিত হওক … Read more

Janu Bondhu Lyrics By Jyoti Prasad Agarwala

Song: Janu Bondhu (জানো বন্ধু)  Singer: Jyoti Prasad Agarwala Janu Bondhu Lyrics By Jyoti Prasad Agarwala Janu Bondhu Lyrics:— জানো জানো জানো বন্ধু জানো জানো জানো বন্ধু মোৰ, সকলো গানৰ আলাপন মোৰ, সকলো সুৰৰ সকলো বিলাপন নবাভিনৱ গুঞ্জন কুঞ্জন ছন্দৰ মোৰ বিৰহ নিশাৰ আকুল উদ্‌যাপন সকলো এদিন সকলো হব তোতেই সমাপন ৷ তোতেই সমাপন ৷ চিৰ আন্ধাৰ … Read more

Jay Hind Lyrics By Jyoti Prasad Agarwala

Song: Jay Hind (জয় হিন্দ্‌) Singer: Jyoti Prasad Agarwala Movie: Lavita Jay Hind Lyrics Jay Hind Lyrics:– জয় হিন্দ্‌ জয় জয় জয় হিন্দ্‌ জয় জয় নৱভাৰতৰ নবীন আৰুণোদয় জয় হিন্দ্‌ জয় জয় ৷ যুগান্তৰৰ আন্ধাৰ জিনি আগবাঢ়ি যা ন’ যোৱান! তোৰ হাতত উৰে বিজয়ী নিচান ৷ ইন্‌কিলাব জিন্দাবাদ্‌ হিন্দ্‌ আজাদ হিন্দ্‌ আজাদ ৷৷

Jay Rupmugdho Lyrics By Jyoti Prasad Agarwala

Song: Jay Rupmugdho (জয় ৰূপমুগ্ধ) Singer: Jyoti Prasad Agarwala Movie: Nimati Koina  Jay Rupmugdho Lyrics Jay Rupmugdho Lyrics:— জয় ৰূপমুগ্ধ জয় সুৰমুগ্ধ জয় জয় অৰূপজ ৰূপকুমাৰ ৰূপে ৰূপে গন্ধে বৰ্ণে গানে সুৰ লয় তানে মানে লোৱা লোৱা প্ৰাণৰে পূজাৰ ষোড়শোপচাৰ জয় জয় অৰূপজ ৰূপকুমাৰ ৷৷

Jay Jyotirupa Jay Lyrics By Jyoti Prasad Agarwala

Song: Jay Jyotirupa Jay (জয় জ্যোতিৰূপা জয়) Singer: Jyoti Prasad Agarwala Jay Jyotirupa Jay Lyrics Jay Jyotirupa Jay Lyrics:— জয় জ্যোতিৰূপা জয় অজেয়া জয় জ্যোতিৰূপা জয় অজেয়া  জয় জয় ভাৰত জয় জননী ৷ তোৰে কিৰীটিতে সবিতা-সম-প্ৰভ জ্ঞানৰ মুকুট মণি ৷ আহাঁ … আহাঁ….. আহাঁ সন্তান উৰোৱা ত্ৰিবৰ্ণ নিচান …. বজোৱা বিপ্লৱ শঙ্খ ধ্বনি জয় জয় ভাৰত জয় … Read more