Jay Jay Danob Lyrics By Jyoti Prasad Agarwala

Song: Jay Jay Danob (জয় জয় দানৱ) Singer: Jyoti Prasad Agarwala Jay Jay Danob Lyrics Jay Jay Danob Lyrics:— জয় জয় দানৱ সেৱিত (নাটক : শোণিত কুঁৱৰী) জয় জয় দানৱ সেৱিত মহাদেৱ জয় জয় ত্ৰিশূলধাৰী জয় শিৱ শঙ্কৰ জয় জয় বিষধৰ  জয় ভীম বিভোল ভয়হাৰী ৷৷

Jonanu Ranjan Lyrics By Jyoti Prasad Agarwala

Song: Jonanu Ranjan (জনানুৰঞ্জন) Singer: Jyoti Prasad Agarwala Jonanu Ranjan Lyrics Jonanu Ranjan Lyrics:— জনানুৰঞ্জন জনানুৰঞ্জন….. কোন আজি কৰি জাগ নতুন দিনত কোনে জ্বলাব জুই  নতুন প্ৰাণত ৷ তোৰ অভিনৱ গুঞ্জন সঞ্জীৱনীৰে কোনে বিকশিত কৰি যাৱ জনজীৱনৰে ফুলদল মন্দ্ৰিত কৰিছ কোনে অগ্নিকমল? কোনে বজাৱ বাঁহী জনতাৰ মনৰ বনত কোন তই উঠ জ্বলি আজি এই অগ্নিক্ষণত? জনানুৰঞ্জন….. আজি … Read more

Jananir Xontan Lyrics By Jyoti Prasad Agarwala

Song: Jananir Xontan (জননীৰ সন্তান) Singer: Jyoti Prasad Agarwala Jananir Xontan Lyrics Jananir Xontan Lyrics:— জননীৰ সন্তান অজেয় নৱ জোৱান জননীৰ সন্তান….  অজেয় নৱজোৱান আজি হ’ব তোৰ সত্যৰ অভিযান আজি জহি যওক কত শতাব্দীৰ  গ্লানি অপমান ৷ শক্তিহীনতা কাপুৰুষৰ তেজৰে উটাই আগবাঢ়ি আহি শত্ৰু কৰহি কম্পমান ৷ যুঁজিব লাগিব জিনিব লাগিব সত্যৰ মহা ৰণ নহ’লে নহ’ব, পৰিত্ৰাণ … Read more

Janata Tur Pranoru Pranot Lyrics By Jyoti Prasad Agarwala

Song: Janata Tur Pranoru Pranot (জনতা তোৰ প্ৰাণৰো প্ৰাণত) Singer: Jyoti Prasad Agarwala Janata Tur Pranoru Pranot Lyrics Janata Tur Pranoru Pranot Lyrics:– জনতা তোৰ প্ৰাণৰো প্ৰাণত জনতা তোৰ প্ৰাণৰো প্ৰাণত মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছোঁ; তোৰ সপোনৰ কত ছবিত কত যে ফুল বাছোঁ, লুকাই লুকাই আছোঁ, তই নাজন, মই জানো         … Read more

Janata Tur Puhor Lyrics By Jyoti Prasad Agarwala

Song: Janata Tur Puhor (জনতা তোৰ পোহৰ) Singer: Jyoti Prasad Agarwala Janata Tur Puhor Lyrics Janata Tur Puhor Lyrics:— জনতা তোৰ পোহৰ পৰা মনত জনতা তোৰ পোহৰ পৰা মনত আজি আগবাঢ়িবৰ অগ্নিক্ষণত জাগিলে মোৰ গান তই পাতিলি কাণ ৷ সুন্দৰে তোৰ আগে আগে যায় দেখিছনে নাই ? অত যুগৰ কত পিছত উঠিছ সাৰ পাই ৷ তোৰ ত্ৰাণ … Read more

Mur Barit Fulile Lyrics By Jyoti Prasad Agarwala

Song: Mur Barit Fulile (মোৰ বাৰীত ফুলিলে) Singer: Jyoti Prasad Agarwala Mur Barit Fulile Lyrics Mur Barit Fulile Lyrics:— মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী তোৰ বাৰীত পৰিলে ছাঁ তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলী বা । বাউলী বাৰে আউলী চুলি কাৰ কথা কৈয়ে মাত কূ-উ বুলি? ৰূপহ কলীয়া কুলী ।।

O Ma Moi Rati Hopunot Lyrics By Jyoti Prasad Agarwala

Song: O Ma Moi Rati Hopunot (অ’ মা মই ৰাতি সপোনত) Singer: Jyoti Prasad Agarwala O Ma Moi Rati Hopunot Lyrics O Ma Moi Rati Hopunot Lyrics:— অ’ মা মই ৰাতি সপোনত কি দেখিলোঁ জান’ তই যে মা কেতিয়াবা মোক দিবলৈ আন’ সৰু সৰু কাঠৰ ঘোঁৰা নেজডাল যে মোটোক মৰা তেনেকুৱাই পিছে হলে ঠেঙত পাখি লগা দেখিবলৈ … Read more

Iman Sonoka Thunuka Lyrics By Jyoti Prasad Agarwala

Song: Iman Sonoka Thunuka (ইমান চনকা ঠুনুকা) Singer: Jyoti Prasad Agarwala Iman Sonoka Thunuka Lyrics Iman Sonoka Thunuka Lyrics:— ইমান চনকা ঠুনুকা জুনুকা পিন্ধি চৰণত ৰুণুক জুনুককৈ নিজৰাৰ দৰে জুৰজুৰণিৰে জিৰজিৰণিৰে কুলকুলনিৰে ক’লৈ গৈছ বৈ মৌ মাখিটোৰ গুণগুণনিৰে কি গান গাইছ ঐ! মনত জ্বলা মণিকা ক্ষণত জ্বলা ক্ষণিকা মৌ চাওঁতেই নোহোৱা হ’লি বিজুলি বেগেৰে গ’লি খন্তেক’লে জ্বলি … Read more

Iman Sobi Okoloiye Toi Lyrics By Jyoti Prasad Agarwala

Song: Iman Sobi Okoloiye Toi (ইমান ছবি অকলৈয়ে তই) Singer: Jyoti Prasad Agarwala Iman Sobi Okoloiye Toi Lyrics Iman Sobi Okoloiye Toi Lyrics:— ইমান ছবি অকলৈয়ে তই কেনেকে’ আঁকিলি ইমান তৰা আকাশে আকাশে কেনেকে’ লিখিলি? ইমান প্ৰাণৰ বিৰাট মেলা কেনেকে’ পাতিলি শেষ নোহোৱা ধেমালিলে’ মোকো মাতিলি ৰূপে ৰূপে যাওঁ, মই জ্বলি জ্বলি অৰূপত তই জ্বলিছ উজলি ৰূপ … Read more

O Janata Lyrics By Jyoti Prasad Agarwala

Song: O Janata (অ’ জনতা) Singer: Jyoti Prasad Agarwala O Janata Lyrics O Janata Lyrics:– অ’ জনতা ! তই বিচৰা অৰুণ-জ্যোতি আহে বিয়পালে ৰঙা পোহৰ বিশ্বভুবনতে লাহে লাহে তোৰ কপালত জিলিক্‌ মাৰি মিচিক্‌ মিচিক্‌ হাঁহে হাঁহে                              হাঁহে হাঁহে সি তোৰ, আগচোতালত হাঁহে সি … Read more