O Prithibir Kobi Lyrics By Jyoti Prasad Agarwala

Song: O Prithibir Kobi (অ’ পৃথিৱীৰ কবিৰ) Singer: Jyoti Prasad Agarwala O Prithibir Kobi Lyrics O Prithibir Kobi Lyrics:— অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? কত কবি গ’ল টুকি চকুপানী দুৱাৰে দুৱাৰে ৰৈ অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? যুগে যুগে আহি, কত গান গাই কতবাৰ ঘূৰি গ’লো ভাগৰি-জুগৰি নিজেই নিচুকি পদূলিত পৰি ৰ’লো ৷ … Read more

O Prithibi Aru Kiman Din Lyrics By Jyoti Prasad Agarwala

Song: O Prithibi Aru Kiman Din (অ’ পৃথিৱী আৰু কিমান দিন) Singer: Jyoti Prasad Agarwala  O Prithibi Aru Kiman Din Lyrics O Prithibi Aru Kiman Din Lyrics:— অ’ পৃথিৱী আৰু কিমান দিন মই বজাব লাগিব বীণ? তোৰ বুলনিত আপোন পাহৰা শিল্পী জগাবলৈ আন্ধাৰত তই বহুতো বেহালি আহ এতিয়া পোহৰলৈ যেনেকৈ তই বিদায় কৰিলি অসুৰ দানৱ যক্ষ ৰক্ষ … Read more

O Prithibi Lyrics By Jyoti Prasad Agarwala

Song: O Prithibi (অ’ পৃথিৱী) Singer: Jyoti Prasad Agarwala O Prithibi Lyrics O Prithibi Lyrics:— অ’ পৃথিৱী, শিল্পীক তই অ’ পৃথিৱী, শিল্পীক তই মৰমকে কৰা নাই আদিৰ পৰা অনাদিলে’ শিপ্লীদলেই মনে প্ৰাণে আশাশুধীয়া চেনেহৰে তোক যে ভাল পায় ৷ নিজৰ তেজত বৰণ মাৰি সাধনাৰে মন্ত্ৰ জাৰি ভোক পিয়াহো কাতি কৰি তোৰ মুখনি ধুনীয়া কৰি যায় ৷ আন … Read more

O Mur Puhor Boragi Lyrics By Jyoti Prasad Agarwala

Song: O Mur Puhor Boragi (অ’ মোৰ পোহৰ বৰাগী) Singer: Jyoti Prasad Agarwala O Mur Puhor Boragi Lyrics O Mur Puhor Boragi Lyrics:— অ’ মোৰ পোহৰ বৰাগী মানুহে তোক বোলে বলীয়া ৷ তোৰ লগ থাকোতেও, লগ নাইকীয়া মানুহৰ মাজতো অকলশৰীয়া জোনাকীবাটৰ চিৰবাটৰুৱা অ’ মোৰ পোহৰ বৰাগী মানুহে তোক বোলে বলিয়া ৷ তোৰ যে মনৰ থিৰ পদুমত জ্ঞানৰ … Read more

O Xokhi Aji Joubon Lyrics By Jyoti Prasad Agarwala

Song: O Xokhi Aji Joubon (অ’ সখী আজি যৌৱন) Singer: Jyoti Prasad Agarwala O Xokhi Aji Joubon Lyrics O Xokhi Aji Joubon Lyrics:—- অ’ সখী আজি                  যৌৱন বন জুৰি বন-বসন্ত মুঞ্জৰি পাতে বৰণৰে মেলা, হাঁহা সখী মোৰ                হাঁহা সখী মোৰ হাঁহিৰে ফাকু … Read more

O Xokhi Ahibo Piya Lyrics By Jyoti Prasad Agarwala

Song: O Xokhi Ahibo Piya (অ’ সখী আহিব পিয়া) Singer: Jyoti Prasad Agarwala O Xokhi Ahibo Piya Lyrics O Xokhi Ahibo Piya Lyrics:— অ’ সখী আহিব পিয়া ৰূপহী জোনৰে কিৰণ জকেমকাই বিৰিখৰ পাততে আহিব পিয়া সখীৰে চকুৰে নিয়ৰ জকেমকাই লাৱনী গালত আহিব পিয়া আমাৰে সখীয়া ইনাই বিনাই বিৰহ-বেদনাতে মিলন বাসনাতে আহিব পিয়া ৷৷

Aami Kori Furu Lyrics By Jyoti Prasad Agarwala

Song: Aami Kori Furu (আমি কৰি ফুৰোঁ) Singer: Jyoti Prasad Agarwala :Aami Kori Furu Lyrics Aami Kori Furu Lyrics:— আমি কৰি ফুৰোঁ বিয়াকুল (থাকে) নিজৰা য’ত কুল কুল ফুলৰ পাহিত নিয়ৰ দুল সখিয়তীৰ মাতে য’ত বিয়পিছে ইকুল সিকুল । মোৰ যে ফুলৰ কাঁড় মোৰ হাততে মধুৰ ভাৰ আমাৰ কাষতে চোৱা প্ৰেমিক-প্ৰেমিকা বিয়াকুল । মোৰ হাতত ফুলৰ ৰেণু … Read more

Janani Mur Pujare Mandir Lyrics By Jyoti Prasad Agarwala

Song: Janani Mur Pujare Mandir (জননী মোৰ পূজাৰে মন্দিৰ) Singer: Jyoti Prasad Agarwala Janani Mur Pujare Mandir Lyrics Janani Mur Pujare Mandir Lyrics:— জননী মোৰ পূজাৰে মন্দিৰ শুদা জাগা জননী মোৰ মৰণ মুগ্ধা স্বৰ্ণ অনল দগ্ধা জাগা জাগা চিৰপ্ৰেৰণাময়ী জননী মোৰ জাগা স্তব্ধ প্ৰশান্ত নীৰৱতা ভেদি জাগা জাগা অন্তৰবাসিনী জাগা জননী গোঁসানী মোৰ জাগা জাগা বিকশিত জীৱনৰ … Read more

Porbotote Fulile Lyrics By Jyoti Prasad Agarwala

Song: Porbotote Fulile (পৰ্বততে ফুলিলে) Singer: Jyoti Prasad Agarwala Porbotote Fulile Lyrics Porbotote Fulile Lyrics:— পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি ৰেণুৰে বোলালি তই কুমলীয়া হাত । অ’ ভৈয়ামৰ সোণামোৱা কিনো কৰ গুণি গাঁথি লেখি লেখি সেউজীয়া পাত । বনে মইনা সেউজীয়া গছে মইনা সেউজীয়া পাতে মইনা সেউজীয়া পাত মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি মাতিছে মিঠা মিঠা … Read more

Aji Ganor Xorai Patilu Lyrics By Jyoti Prasad Agarwala

Song: Aji Ganor Xorai Patilu (আজি গানৰ শৰাই পাতিলোঁ) Singer: Jyoti Prasad Agarwala Aji Ganor Xorai Patilu Lyrics Aji Ganor Xorai Patilu Lyrics:— আজি গানৰ শৰাই পাতিলোঁ প্ৰাণৰ শৰাই পাতিলোঁ বিশ্বথাপনাত মোৰ পূজালৈ মাতিলোঁ, মোৰ পূজালৈ মাতিলোঁ বিশ্ব জনতাক । থাপনাত মই থাপিলোঁ শুদ্ধ স্বত্ব সুন্দৰতাক … আজি সোণৰ শৰাই পাতিলোঁ ৰূপৰ শৰাই পাতিলোঁ দুখৰ শৰাই চকুপানীৰ … Read more