Keng Kuru Keng Kuru Lyrics By Jyoti Prasad Agarwala

Song: Keng Kuru Keng Kuru (কেং কুৰু কেং কুৰু) Singer: Jyoti Prasad Agarwala Keng Kuru Keng Kuru Lyrics Keng Kuru Keng Kuru Lyrics:— (বাওনাৰ গীত) কেং কুৰু কেং কুৰু ঘেং কুৰু কুৰু কুৰু বনে বনে মনে মনে ফুৰোঁ ফুৰোঁ ফুৰোঁ ফুৰোঁ ৷ ডেং কটা ডিং কটা শিং কটা টিং কিটিটিং ঘিটিটিং ডিডিং ডিডিং ৷ বাওনা ৰজা …. … Read more

Keteki Xuloka Lyrics By Jyoti Prasad Agarwala

Song: Keteki Xuloka (কেতেকী সোলকা) Singer: Jyoti Prasad Agarwala Keteki Xuloka Lyrics Keteki Xuloka Lyrics:— কেতেকী সোলকা পুৰণি গঢ়ৰ সোণ- খাৰু তাহানি দিনৰ জোন-কেৰু ! নকৈ গঢ়োৱা সুৰৰ সঁচৰুৱা নতুন বাখৰুৱা পিন্ধি তই কেতেকী… বাৰু নতুনৰ চানেকি, নকৈ নাবাছি, কিনো ভাবিছ আৰু তয়ে নতুনৰ কাৰু তোৰ মনত জ্বলক চিৰসুন্দৰৰ চিৰউজ্জ্বল, চিৰচাৰু ৷ তয়ে নতুনৰ কাৰু ৷৷

Ketekir Gundh Jodi Lyrics By Jyoti Prasad Agarwala

Song: Ketekir Gundh Jodi (কেতেকীৰ গোন্ধ যদি) Singer: Jyoti Prasad Agarwala Ketekir Gundh Jodi Lyrics Ketekir Gundh Jodi Lyrics:— কেতেকীৰ গোন্ধ যদি ভালকে নাপাৱ পদুমৰ গোন্ধ জানো পাবি …. ৰঙা জবাব যদি মৌ ভাল নাপাৱ বগা জবাব মৌ খাবি ৷ পুৱতিৰ তৰা যদি চালে চকু নুজুৰাই সন্ধিয়াৰ তৰাটো চাবি সোঁ বাটে গলে যদি মোক লগ নাপাৱ বাওঁ … Read more

Kun Kun Ahisa Lyrics By Jyoti Prasad Agarwala

Song: Kun Kun Ahisa (কোন কোন আহিছা) Singer: Jyoti Prasad Agarwala Kun Kun Ahisa Lyrics Kun Kun Ahisa Lyrics:— কোন কোন আহিছা আইক পূজিবলৈ আইৰ পূজাৰ বেলি হ’ল ! (সমনীয়া অ’) সাজু হ’বৰে হ’ল ডেকা ল’ৰা ! সাজু হ’বৰে হ’ল সাজু হ’বৰে হ’ল অ’, সাজু হ’বৰে হ’ল ৷ পৰ- পদানত কিয় বাৰু তোৰ শিৰ অৱনত কিয় বাৰু? … Read more

Kun Kot Aaso Lyrics By Jyoti Prasad Agarwala

Song: Kun Kot Aaso (কোন ক’ত আছ) Singer: Jyoti Prasad Agarwala Kun Kot Aaso Lyrics Kun Kot Aaso Lyrics:— কোন ক’ত আছ আহ্ অ’ ডেকা ল’ৰা তই সমুখত হ থিয় মাতৃ পূজাৰ ভাগ লবলৈ বেলি কৰ কিয়? দেশজুৰি সৌৱা জ্বলিলে অগনি শিখা ডেকা অসমীয়া টোপনি নেৰিলি কিনু ভাগ্য লিখা। তই সমুখত হ কিয় … হুঙ্কাৰত তোৰ জড় … Read more

Kun Jibonor Mohasilpiye Lyrics By Jyoti Prasad Agarwala

Song: Kun Jibonor Mohasilpiye (কোন জীৱনৰ মহাশিল্পীয়ে) Singer: Jyoti Prasad Agarwala Kun Jibonor Mohasilpiye Lyrics Kun Jibonor Mohasilpiye Lyrics:— কোন জীৱনৰ মহাশিল্পীয়ে বুকুৰ তেজৰে আঁকে মুক্ত কৰি মহাজনতাক ৰিক্ত কৰি ঢালে আপোনাক সেউজী আশাৰে জীৱন সিক্ত কৰি মৃত্যু মুখ উজ্জ্বলাই যায় আলোক বন্তি ধৰি আঁউসী ৰাতি জ্বলাই বাতি প্ৰগতি বাটত দিব্য পোহৰ বাকে কোন জীৱনৰ মহাশিল্পীয়ে বুকুৰ … Read more

Kune Kole Tuk Lyrics By Jyoti Prasad Agarwala

Song: Kune Kole Tuk (কোনে ক’লে তোক) Singer: Jyoti Prasad Agarwala Kune Kole Tuk Lyrics  Kune Kole Tuk Lyrics:— কোনে ক’লে তোক শকতিবিহীনা বুলি আই তোৰ পুত্ৰ শকতিবন্ত ৷ আই অ’ মোৰ চেনেহী সাদৰী আই অ’ অ’ মোৰ আই অ’ শকতিৰূপিনী তই ভাৰতী আই মোৰ ভাৰতী আই অ’ অগ্নীমন্ত্ৰেৰে মই আবাধি শকতিদেৱী ভেদি আই অজেয় ৰঙা জবা … Read more

Kune Geet Gali Lyrics By Jyoti Prasad Agarwala

Song: Kune Geet Gali (কোনে গীত গালি) Singer: Jyoti Prasad Agarwala Kune Geet Gali Lyrics Kune Geet Gali Lyrics:— কোনে গীত গালি লুইতৰ শিলনিত বিননিত পানী উজাই কোনে হেৰুৱালি বুকুৰ সোণৰ মণি বিচাৰি পাবলৈ নাই ৷ কোনে চুমা খালি সপোনৰ কোঁৱৰক দিঠকত কান্দ বিনাই নোপোৱাক পাবলৈ কোনে বাটে চাৱ মোৰ গানৰে সুৰৰে সখী পতাই?

Kune Dukhiyar Vatmuthi Karhi Lyrics By Jyoti Prasad Agarwala

Song: Kune Dukhiyar Vatmuthi Karhi (কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি) Singer: Jyoti Prasad Agarwala Kune Dukhiyar Vatmuthi Karhi Lyrics Kune Dukhiyar Vatmuthi Karhi Lyrics:—- কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি সোণৰ কাঁহীত খাৱ কোনে দুখিতৰ চকু-টোপালেৰে মুকুতাৰ মালা শিয়? ৰূপৰ বানবাটিটোত কোনে তেজ ভৰালি নিশকতীয়াৰ বুকু ফালি মানুহৰ তেজেৰে ফটিকা খালি তই আপুনি বলিয়া হলি ৷ তোৰ বলিয়া মনেৰে তয়ে … Read more

Kune Patibo Khujiso Lyrics By Jyoti Prasad Agarwala

Song: Kune Patibo Khujiso (কোনে পাতিব খুজিছ) Singer: Jyoti Prasad Agarwala Kune Patibo Khujiso Lyrics Kune Patibo Khujiso Lyrics:— কোনে পাতিব খুজিছ সোণৰ দেশ আই অসমীক পিন্ধব খুজিছ পোহৰ ধুনীয়া বেশ কোনে পাতিব খুজিছ সোণৰ দেশ ?       মোৰ ই দেশত, পথাৰত সোণ আপুনি আপুনি ফুলে সোণ পুৱতিৰ সোণহাঁহিয়ে মোৰ চোতালত খেলে সন্ধিয়া লুইতৰ বুকু … Read more