Borokha Naame Jibonole Lyrics | Kumar Sanu & Kavita Krishnamurthy

Borokha Naame Jibonole Lyrics by Kumar Sanu & Kavita Krishnamurthy, Visit AssameseLyrical.com for more Assamese lyrics

Song: Borokha Naame Jibonole (বৰষা নামে জীৱনলৈ)

Singer: Kumar Sanu and Kavita Krishnamurthy

Musician: Jayanta Das

Lyricist: Tarun Sharma

Borokha Naame Jibonole Lyrics
Borokha Naame Jibonole Lyrics

Borokha Naame Jibonole Lyrics:---

( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
(কুমাৰ চানু ) :
ৰ'লাহি মোৰ বাবে
মৰম হৈ অজানিতে ...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...

(কুমাৰ চানু ) :
দূৰ‍ৰ আকাশে ক'লে
তুমি ধুনীয়া
মনৰ বাঁহীটি আজি
হয় সুৰীয়া।
( কবিতাকৃষ্ণমূৰ্তি) :
বনৰ বতাহো দেখোঁ
আজি উতলা
আমি দুয়ো যে হ'লোঁ
আপোন পাহৰা
(কুমাৰ চানু ) :
ক'লেহি মৰমে নাজানে
ৰাখিব  একোকে গোপনে
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
(কুমাৰ চানু ) :
হুম...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...।

(কুমাৰ চানু ) :
তুমি আঁতৰি গ'লে মনে নামানে
ভাবো ৰ'বা সদায়ে
তুমি কাষতে...
( কবিতাকৃষ্ণমূৰ্তি) :
তোমাক নেদেখি জানা
বনৰ পখিয়ে
আছে দেখোন নিৰলে
দূৰত অকলে...
(কুমাৰ চানু ) :
ক'লেহি মৰমে নিদিয়ে...
আঁকিব ছবিটি অকলে...
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
(কুমাৰ চানু ) :
ৰ'লাহি মোৰ বাবে
মৰম হৈ অজানিতে...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...।
( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...॥


COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0