Assamese Lyrics
Gaonre Lora Gaoye Gaoye Lyrics By Bhupen Hazarika
Song: Gaonre Lora Gaoye Gaoye (গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে)
Singer: Bhupen Hazarika
![]() |
| Gaonre Lora Gaoye Gaoye Lyrics |
Gaonre Lora Gaoye Gaoye Lyrics:–
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা !
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷
গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম !
গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম
নিতৌ নতুন পাম
নিতৌ নতুন পাম !
জ্বইসুৰীয়া জয়সুৰীয়া
জ্বইসুৰীয়া জয়সুৰীয়া
নতুন নাম গাম
ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰ সূঁটা লগাম !
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা!
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷
গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম
নিতৌ নতুন পাম
নিতৌ নতুন পাম !
জ্বইসুৰীয়া জয়সুৰীয়া
জ্বইসুৰীয়া জয়সুৰীয়া
নতুন নাম গাম !
ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰ সূঁটা লগাম !
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা !
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা