Hu Hu Dhumuha Ahileo Lyrics | Mayukh Hazarika

Song: Hu Hu Dhumuha Ahileo (হু হু ধুমুহা আহিলেও)

Singer: Mayukh Hazarika

Hu Hu Dhumuha Ahileo Lyrics
Hu Hu Dhumuha Ahileo Lyrics 

Hu Hu Dhumuha Ahileo Lyrics:--

হু হু ধুমুহা আহিলেও
আকাশ ক'লা মেঘে ছানিলেও
ৰিম্ঝিম্ বৰষুণ পৰিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।

হু হু ধুমুহা আহিলেও--
জীৱনৰ প্ৰথম তৰীত
প্ৰথম যাত্ৰী হৈ বহিলাঁ
বুকুৰ তপত উম যাচি,
ভয়াৱহ চাকনৈয়া দেখিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।

হু হু ধুমুহা আহিলেও--
শৈশৱ পাৰ হ'ল, কিশোৰ হ'লোঁ
কৈশোৰ পাৰ হ'ল, যুৱক হ'লোঁ
যৌৱন-জোৱাৰত নাও মেলি
আশাৰ পাল ৰূপে তোমাকে পালোঁ।

আঁচনিৰ সাগৰতে
সাহসৰ স্বাক্ষৰ কৰিলাঁ
নিৰাশাৰ চকুপানী মচি
দুঃসহ বেদনাত ভুগিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।
হু হু ধুমুহা আহিলেও

Post a Comment

Previous Post Next Post

Contact Form