Janu Janu Moiu Janu Lyrics | Zubeen Garg | Parineeta Borthakur

Janu Janu Moiu Janu Lyrics by Zubeen Garg and Parineeta Borthakur, visit AssameseLyrical.com for more Assamese lyrics

Song: Janu Janu


Lyrics: Zubeen Garg


Singer: Zubeen garg & Parineeta Borthakur


Composer: Zubeen Garg


Movie: Gaane Ki Aane


Janu Janu Moiu Janu Lyrics
Janu Janu Moiu Janu Lyrics

Janu Janu Moiu Janu Lyrics:--


সপোনে এতিয়া জানা ফুলবলে শিকিলে
তোমাৰে যে বুকুতে
জীৱনে এতিয়া জানা
হাঁহিবলে শিকিলে তোমাৰেযে ওঠতে
সয়নে সপোনে তোমাতে উমলো
জীৱনে মৰণে তোমাকে সামৰোঁ
প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো
জানো জানো ময়ো জানো
তোমাৰে হিয়া ময়ো চিনো
হিয়াৰ কথা ময়ো শুনো
চকুত মায়া ময়ো সানো

ফাগুনৰ পচোৱা প্ৰনতে
মৰমৰ বাগিছাৰ প্ৰনতে
উমলিম দুয়োয়ে ইয়াতে
নুবুজা আশা আজি চকুতে
নুকোৱা কথা আজি ওঠতে
ভাৰনত শুহুৰীয়াই মৰমে
সয়নে সপোনে তোমাতেই উমলো
জীয়নে মৰনে তোমাকে সামৰোঁ
প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো
জানো জানো ময়ো জানো
তোমাৰে হিয়া ময়ো চিনো
হিয়াৰ কথা ময়ো শুনো
চকুত মায়া ময়ো সানো

অসীমত হেৰালে আজি আশা
মৰমত হেৰালে আজি ভাষা
লুপ্ত তোমাৰে যে বুকুতে
প্ৰতিপল বাঢ়ি যায় মাথো তৃখৰে
নাজানো এইয়া দিন নে নিশা
তোমাতে অনুভৱ মোৰ হেৰালে
সয়নে সপোনে তোমাতে উমলো
জীৱনে মৰণে তোমাকে সামৰোঁ
প্ৰিতিৰে এনাজৰীৰে তোমাকে বান্ধো
জানো জানো ময়ো জানো
তোমাৰে হিয়া ময়ো চিনো
হিয়াৰ কথা ময়ো শুনো
চকুত মায়া ময়ো সানো

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0