Assamese Lyrics
Mon gol kiyonu Lyrics | Kumar Sanu | J.P Das | Tarun Sharma
Lyrics: Mon gol kiyonu (মন গ’ল কিয়নো)
Singer: Kumar Sanu
Music: J.P Das
lyrist: Tarun Sharma
![]() |
| Mon gol kiyonu Lyrics |
Mon gol kiyonu Lyrics:—
মন গ’ল কিয়নো কেনিবা
দেখিলোঁ তোমাক যিদিনা
মন গ’ল কিয়নো কেনিবা
দেখিলোঁ তোমাক যিদিনা
উৰি উৰি গ’ল
এই বাটে যেন
জাকপাতি এজাক পখিলা
মন গ’ল কিয়নো কেনিবা
দেখিলোঁ তোমাক যিদিনা
দুৰু দুৰু কঁপিছে মন মোৰ
ক’ম কিনো কথাটি কোৱাচোন?
দুৰু দুৰু কঁপিছে মন মোৰ
ক’ম কিনো কথাটি কোৱাচোন?
নুফুটে এষাৰি কথাও
একোযে নেপাওঁ ভাৱিও
মন ভৰি গ’ল
তুমি এনেয়ে বুজিলা
মন গ’ল কিয়নো কেনিবা
দেখিলোঁ তোমাক যিদিনা
সৰু সৰু কথাও বৰ হয়
ভালপোৱা যাচিলে এনে হয়
সৰু সৰু কথাও বৰ হয়
ভালপোৱা যাচিলে এনে হয়
ক’বানে তুমিও মোক যে
সজাবা মনত উমেৰে
মন উৰি গ’ল হৈ বনৰে পখিলা
মন গ’ল কিয়নো কেনিবা
দেখিলোঁ তোমাক যিদিনা
মন গ’ল কিয়নো কেনিবা
দেখিলোঁ তোমাক যিদিনা
উৰি উৰি গ’ল
এই বাটে যেন
জাকপাতি এজাক পখিলা
মন গ’ল কিয়নো কেনিবা
দেখিলোঁ তোমাক যিদিনা
