O Xun Moromi Lyrics By Kumar Sanu, visit AssameseLyrical.com for more Assamese lyrics
Song: O Xun Moromi (অ’ সোণ মৰমী)
Singer: Kumar Sanu
![]() |
O Xun Moromi Lyrics |
O Xun Moromi Lyrics:--
অ’ সোণ মৰমী অ’ মোৰ
তুমি যে মনৰ সপোন
জোন যেন মুখনিলৈ চাই
লাগিছে বুকুৰ আপোন...
অ’ সোণ মৰমী অ’ মোৰ
তুমি যে মনৰ সপোন
জোন যেন মুখনিলৈ চাই
লাগিছে বুকুৰ আপোন...
লাগিছে বুকুৰ আপোন...
তুমি আৰু মই
নিথৰ সময়
জোনটিও ৰয় সাক্ষী হৈ
মৰমৰে নৈ
ঢৌ তুলি বৈ...
ৰূপালী ৰহণ সানি লৈ
তুমি আৰু মই
নিথৰ সময়
জোনটিও ৰয় সাক্ষী হৈ
মৰমৰে নৈ
ঢৌ তুলি বৈ...
ৰূপালী ৰহণ সানি লৈ
মৰমে বুকু লৈ...
দুয়োটি মন তাতে মগন...
অ’ সোণ মৰমী অ’ মোৰ
তুমি যে মনৰ সপোন
জোন যেন মুখনিলৈ চাই
লাগিছে বুকুৰ আপোন...
লাগিছে বুকুৰ আপোন...
মধুৰ লগন
মাথোঁ কিছু ক্ষণ
জোনটিও নাথাকিলে ৰৈ..
অমানিশাৰে আন্ধাৰ আহিলে
থাকিবা জানো লগৰী হৈ...
মধুৰ লগন
মাথোঁ কিছু ক্ষণ
জোনটিও নাথাকিলে ৰৈ...
অমানিশাৰে আন্ধাৰ আহিলে
থাকিবা জানো লগৰী হৈ..
মৰমে বুকুলৈ
দুয়োটি প্ৰাণ একেটি হৈ
অ’ সোণ মৰমী অ’ মোৰ
তুমি যে মনৰ সপোন
জোন যেন মুখনিলৈ চাই
লাগিছে বুকুৰ আপোন...
অ’ সোণ মৰমী অ’ মোৰ
তুমি যে মনৰ সপোন
জোন যেন মুখনিলৈ চাই
লাগিছে বকুৰ আপোন...
লাগিছে বকুৰ আপোন...৷
COMMENTS