Puhorore saaki Gosi Lyrics by Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Puhorore saaki Gosi (পোহৰৰে চাঁকি গচি)
Film: Tumi Mur Mathu Mur
Singer: Zubeen Garg
![]() |
Puhorore saaki Gosi Lyrics |
Puhorore saaki Gosi Lyrics:--
পোহৰৰে চাঁকি গচি আমি জলামেই
এদিন জলামেই এদিন জলাম
সুৰে সুৰে গীত ৰচি আমি
গানেৰেই জীৱন জুৰাম
নিলিমাৰ শিপাৰে আছে ৰৈ আমালৈ আৰু
এক পৃথিৱী আগচি আমি হম sensation
সচাঁ গঢ়ি দিম new-generation
নাথাকে আন কাৰো মনত frustration
অতীতক ভাঙি আনিম নতুনৰ revolution
যদিও জানো সহজ নহয়
দূৰ দূৰ এই পাঠ
হিয়াত আছে সাহস আৰু
আৰু সচাঁ সুনিতৰে গান
অপৰূপ এই ধৰা চিঙি ভাঙি
নাইকিয়া কৰিব নিদিও আমি কাকো
জুইয়ে পুৰা ইতিহাস আজি মাথো পহাস
দুহাতেৰে সাজো আহা অভিনৱ ইতিহাস
গানে গানে জেউতি শান্তিতে মুকুতি
সমূখতে নতুন শতাব্দি
COMMENTS